among (English)
Contributed by: Anup Raj Hazarika on 2022-10-17
1. (Conjuction) Used in expressing motion from one body or place to another; from one to another of two. দুটা বস্তু বা দুজন ব্যক্তিৰ ভিতৰত থকা বা হোৱা বুজাবলৈ ব্যৱহাৰ কৰা হয়৷
among (Mising) [ Roman: a.mong]
Contributed by: Benjamin Kaman on 2010-01-29
b. Proper Adj.: globalworld wideগোলকীয়জগত-জোৰাবিশ্বজুৰি...
2. Geology(Material Noun-Neuter) the third planet of the solar system where the known biosphere exists. বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
Assamese:
অদিতি অদ্ৰিকীলা অনন্তা অব্ধিদ্বীপা অৱনী আদিমা আদ্যা ইলিকা ইহজগত ইহলোক ইড়া ইড়িকা উৰ্বী কাশ্যপী ক্ষিতি ক্ষিতিজ ক্ষিতিতল ক্ষৌণী খগৱতী গিৰিকৰ্ণিকা গোত্ৰা চতুৰন্তা জগ জগত জগতী জাহান জীৱধানী জ্যা তাৱিষী দক্ষা দোহিনী দ্বিৰা ধাৰয়িত্ৰী ধৰণী ধৰা ধৰাতল ধৰাধাম ধৰিত্ৰী নিশ্চলা নৃলোক নৰলোক পৃথিৱী পৃথ্বী বসুধা বসুন্ধৰা বসুভৃৎ বসুমতী বসুমাতা বিশ্ব বীজপ্ৰসু ভাৰন্ত ভূpfx ভূতল ভূবন ভূমণ্ডল ভূমি ভূলোক ভৱ মনুষ্যলোক মহী মহীতল মহীমণ্ডল মেদিনী মৰ্ত্ত্যভূমি মৰ্ত্ত্যলোক মৰ্ত্যভূমি মৰ্ত্যলোক শ্যামা সপ্তদ্বীপা ৰত্নাৱতী ৰসা
Mising:
Khasi:
Bishnupriya Manipuri:
Kok-Borok:
Hmar:
Nagamese:
TAI-Ahom:
Hindi:
Bangla:
Deori:
TAI-Phake:
TAI-Turung:
Singpho:
Different POS:
a. Abstract Noun: globalizationগোলকীকৰণবিশ্বায়ন...b. Proper Adj.: globalworld wideগোলকীয়জগত-জোৰাবিশ্বজুৰি...
Related Idea:
c. Abstract Noun: worldজগতদুনিয়াবিশ্বভৱলোক...Contributed by: Himasri Das on 2023-05-25
3. Political Science(Abstract Noun) A political division of a geographical region with independent government. কোনো ভৌগলিক এলেকাৰ ৰাজনৈতিক বিভাজন য’ত এক স্বতন্ত্ৰ চৰকাৰ চলে৷
among (Rabha)
Contributed by: Rakesh Rabha on 2025-05-13
4. (Common Noun-Feminine) sister of ones mother নিজৰ মাকৰ ভনীয়েক৷
Contributed by: Rakesh Rabha on 2025-05-13
5. (Common Noun-Common) wife of younger brother of ones father দেউতাকৰ ভায়েকৰ পন্তী৷