হড়িহয় নিশ্চয়!
হয় (Assamese) [ Roman: hoy]
Contributed by: Partha P Sarmah on 2007-12-17
English: yes,
Assamese: অঁ, আছে, ওঁ, হাঁ, হয়,
Mising: é:lo,
Khasi: ho,
Nagamese: ase, hoi,
Dimasa: dei, nidu,
Tai: ঊ,
Nepali: अँ, हुन्छ, हो,
Deori: ইং
2. হয়, মই তালৈ গৈছিলো।
Contributed by: ৰূপকমল on 2007-12-17
English: horse,
Assamese: অশ্ব, অশ্বিনী, কীকট, ক্ৰমণ, ঘোঁৰা, ঘোটক, তুৰগ, তুৰঙ্গ, তুৰঙ্গম্, প্ৰকীৰ্ণক, বাজী, বাহ, বাহনশ্ৰেষ্ঠ, মৰুদ্ৰথ, সৈন্ধৱ, হ্ৰেষী, হয়, ৰাজস্কন্ধ, ৰেষা,
Bodo: गराइ, गराय,
Mising: গোৰে,
Khasi: kulai,
Garo: gora,
Meeteilon: sagol,
Bishnupriya Manipuri: গড়া,
Karbi: loshei,
Kok-Borok: korai,
Hmar: sakawr,
Nagamese: ghora, gura,
Dimasa: gorai,
Hindi: घोडा,
Bangla: ঘোড়া,
Tiwa: kora,
Deori: দুৰ, মেতুৱা
c. Common Noun: animal, beast, ইতৰ প্ৰাণী, জন্তু, জানোৱাৰ...
হয় (Assamese) [ Roman: hoy]
Contributed by: Partha P Sarmah on 2007-12-17
1. (Interjection) used to express affirmation or assent or to mark the addition of something emphasizing and amplifying a previous statement কোনো কথাৰ প্ৰতি সমৰ্থন বা সন্মতি বুজাবলৈ বা আগেয়ে দিয়া কোনো বক্তব্যৰ সৈতে একমত থকা বুজাবলৈ ব্যৱহাৰ কৰা শব্দ
Assamese: অঁ, আছে, ওঁ, হাঁ, হয়,
Mising: é:lo,
Khasi: ho,
Nagamese: ase, hoi,
Dimasa: dei, nidu,
Tai: ঊ,
Nepali: अँ, हुन्छ, हो,
Deori: ইং
Example Sentences:
1. হয়, তাই মোৰ ভন্টি।2. হয়, মই তালৈ গৈছিলো।
Contributed by: ৰূপকমল on 2007-12-17
Ref: আধুনিক অসমীয়া শব্দকোষ
2. Animal(Common Noun-Common) A large hoofed mammal (Equus caballus) having a short-haired coat, a long mane, and a long tail, domesticated since ancient times and used for riding and for drawing or carrying loads. চুটি নোম, দীঘল কেশৰ আৰু নেজ থকা এবিধ খুৰাযুক্ত জন্তু, যাক প্ৰাচীন কালৰে পৰাই ঘৰচীয়া জন্তু হিচাপে উঠি ফুৰিবলৈ আৰু বস্তু-বাহানি কঢ়িয়াবলৈ ব্যৱহাৰ কৰি অহা হৈছে ৷Assamese: অশ্ব, অশ্বিনী, কীকট, ক্ৰমণ, ঘোঁৰা, ঘোটক, তুৰগ, তুৰঙ্গ, তুৰঙ্গম্, প্ৰকীৰ্ণক, বাজী, বাহ, বাহনশ্ৰেষ্ঠ, মৰুদ্ৰথ, সৈন্ধৱ, হ্ৰেষী, হয়, ৰাজস্কন্ধ, ৰেষা,
Bodo: गराइ, गराय,
Mising: গোৰে,
Khasi: kulai,
Garo: gora,
Meeteilon: sagol,
Bishnupriya Manipuri: গড়া,
Karbi: loshei,
Kok-Borok: korai,
Hmar: sakawr,
Nagamese: ghora, gura,
Dimasa: gorai,
Hindi: घोडा,
Bangla: ঘোড়া,
Tiwa: kora,
Deori: দুৰ, মেতুৱা
Opp. Gender:
a. Common Noun-Common &/or Masculine: কুনকী...Sub Idea:
b. Common Noun-Common: colt, foal, অশ্বশাৱক, ঘঁৰী, ঘোঁৰা পোৱালি...c. Common Noun: animal, beast, ইতৰ প্ৰাণী, জন্তু, জানোৱাৰ...