esar yuescape velocitiy
escape (English) [ IPA: ɪsˈkeɪp ASM: এস্কেইপ]
English: escape,
Assamese: অপসৰণ, উধাও, চম্পট, নিষ্কৃতি, পলায়ন, ফৰিংছিটিকা, সাৰণ,
Bodo: बारग`,
English: escape, flee, run away,
Assamese: উধাও হ, ছত্ৰভংগ দে, পলা, পলাই পত্ৰং দে, পলায়ন কৰ্, পৃষ্ঠভঙ্গ দে, ভাগ্,
Garo: biaponi katanga,
Meeteilon: naanthokpa,
Karbi: kat-phit,
Dimasa: kai,
Tai: লট্ জ,
Deori: জঁনুমা,
English: escape,
Assamese: ঘাটা মাৰ্, ঘাটি মাৰ্, বাচি যা, সাৰ্, সৰ্, হাত সাৰ্, ৰক্ষা পা, ৰক্ষা পৰ্,
Dimasa: goh,
Deori: হাৰি,
1. (Verbal Noun) the act of fleeing/escape.
পলোৱা বা সাৰি যোৱা কাৰ্য্য।
পলোৱা বা সাৰি যোৱা কাৰ্য্য।
Assamese: অপসৰণ, উধাও, চম্পট, নিষ্কৃতি, পলায়ন, ফৰিংছিটিকা, সাৰণ,
Bodo: बारग`,
Related Ideas:
a. Verb-Trans.: escape, flee, run away, উধাও হ, ছত্ৰভংগ দে
2. (Verb-Trans.) to run away from (a place, danger, etc)
(কোনো ঠাই, বিপদ আদিৰ পৰা) সন্তৰ্পণে আঁতৰি যোৱা
(কোনো ঠাই, বিপদ আদিৰ পৰা) সন্তৰ্পণে আঁতৰি যোৱা
Assamese: উধাও হ, ছত্ৰভংগ দে, পলা, পলাই পত্ৰং দে, পলায়ন কৰ্, পৃষ্ঠভঙ্গ দে, ভাগ্,
Garo: biaponi katanga,
Meeteilon: naanthokpa,
Karbi: kat-phit,
Dimasa: kai,
Tai: লট্ জ,
Deori: জঁনুমা,
Related Ideas:
a. Verbal Noun: escape, অপসৰণ, উধাও, চম্পট, নিষ্কৃতি
3. (Abstract Noun) the act of being away from something
আঁতৰি বা এৰি অহা কাৰ্য্য
আঁতৰি বা এৰি অহা কাৰ্য্য
4. (Verb-Intran.) to succeed in avoiding (any threatened or possible danger or evil)
বিপদৰ পৰা এৰা পৰ্ অথবা ক্ষতি নোহোৱাকৈ থাক্
বিপদৰ পৰা এৰা পৰ্ অথবা ক্ষতি নোহোৱাকৈ থাক্
Assamese: ঘাটা মাৰ্, ঘাটি মাৰ্, বাচি যা, সাৰ্, সৰ্, হাত সাৰ্, ৰক্ষা পা, ৰক্ষা পৰ্,
Dimasa: goh,
Deori: হাৰি,