Dictionary entry:
Kai(Language: Mising)Meaning 1:
(Common Noun) A brother (may or may not be of same parents) who is elder than yourself.
নিজতকৈ বয়সত ডাঙৰ ভাতৃ ৷ কেতিয়াবা নিজৰ সহোদৰ ভাতৃ নহ’লেও এইদৰে সম্বোধন কৰা হয় ৷
Related Ideas: 1. brother younger brother ভাই ভাইটি ভায়েক 2. elder sister sister অগ্ৰজা জ্যেষ্ঠা নী 3. brother উপজ ভাতৃ ভৈয়াই ভ্ৰাতা
Dictionary entry:
kai(Language: Karbi)Meaning 1:
(Pronoun) interrogaive pronoun used to ask about the subject of an action.
কোনো কাৰ্য্যৰ কৰ্ত্তাৰ বিষয়ে জানিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক শব্দ।
Dictionary entry:
kai(Language: Dimasa)Meaning 1:
(Verb-Trans.) to run away from (a place, danger, etc)
(কোনো ঠাই, বিপদ আদিৰ পৰা) সন্তৰ্পণে আঁতৰি যোৱা
Related Ideas: 1. escape অপসৰণ উধাও চম্পট নিষ্কৃতি
Dictionary entry:
kai(Language: Tai; Transcription: kai)Meaning 1:
(Common Noun) An adult male chicken
প্ৰাপ্তবয়স্ক মতা মুৰ্গী
Related Ideas: 1. fowl hen মুৰ্গী दावजो syiar 2. chicken কুকুৰা কুক্কুট মুৰ্গী ৰামপাৰ