কৰ্ফূলকৰ্বূৰ

কৰ্বুৰ (Assamese) [ Roman: kor.bur]
Contributed by: Biraj Kumar Kakati on 2008-03-31
Ref: আধুনিক অসমীয়া শব্দকোষ
1. Chemistry(Material Noun-Neuter) a precious yellow metallic element, highly malleable and ductile, and not subject to oxidation or corrosion. Symbol: Au; atomic weight: 196.967; atomic number: 79; specific gravity: 19.3 at 20°C. অতিশয় নমনীয় হালধীয়া বৰণৰ এক মূল্যবান ধাতৱ মৌল, যি বিজাৰিত বা ক্ষয়িত নহয়৷ পাৰমাণৱিক চিহ্নঃ Au; পাৰমাণৱিক ভৰঃ ১৯৬.৯৬৭; পাৰমাণৱিক সংখ্যাঃ ৭৯; আপেক্ষিক গুৰুত্বঃ ১৯.৩, ২০ ডিগ্ৰী চেলচেয়াচ উষ্ণতাত৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-02
2. (Abstract Noun) A transgression of a religious or moral law, especially when deliberate. ধৰ্মীয় বা নৈতিক বিধি-বিধান উলঙ্ঘা কৰা কোনো কাৰ্য্য, বিশেষকৈ যদি ই ইচ্ছাকৃত হয়।