তণ্ডুলতত এৰ্

তত (Assamese) [ Roman: tot]
Contributed by: Biraj Kumar Kakati on 2008-04-15
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Proper Adj.-Neuter) To a certain degree. কোনো এক নিৰ্দিষ্ট পৰিমাণৰ |

তত (Deori) [ Roman: tot]
Contributed by: Himasri Das on 2022-12-14
2. (Abstract Noun) the ability to wait uncomfortably for sth to happen. কষ্ট স্বীকাৰ কৰি কোনো কথা সম্পন্ন হোৱালৈকে প্ৰতীক্ষা কৰিব পৰাৰ সামৰ্থ্য।

Contributed by: Himasri Das on 2022-12-14
3. (Abstract Noun) any of bodily faculties (of sight, hearing, smell, taste, touch)by which sensation is roused. শৰীৰৰ যিকোনো এক গুণ (দৰ্শন, শ্ৰৱণ, ঘ্ৰাণ, স্বাদ বা স্পৰ্শ), যাৰ দ্বাৰা ইন্দ্ৰিয় জাগৃত হয়।