bah (Nagamese)
    Contributed by: Mousumi Konwar on 2023-05-02
    1. (Material Noun-Neuter) Structure of bars or wires, esp. for confining birds and animals. জীৱ-জন্তু বা চৰাই-চিৰিকটি পলাই যাব নোৱাৰাকৈ ধৰি থবলৈ সজাঁ ঘৰ বা বেস্তনি৷
    Contributed by: Mousumi Konwar on 2023-05-02
    2. Plants(Common Noun) A kind of very tall herb used for making papers, house-hold items. এবিধ ঘাঁহ জাতীয় বৰ ওখ গছ৷ ইয়াক কাগজ, ঘৰুৱা সামগ্ৰী, কেছা ঘৰৰ খোটা আদি বনাবলৈ ব্যৱহাৰ কৰা হয়৷
    Contributed by: Mousumi Konwar on 2023-05-02
    3. (Material Noun-Neuter) The home found or built by bird where it lays eggs and shelters its young চৰাইয়ে কণী পাৰিবলৈ আৰু পোৱালি তুলিবলৈ সজা ঘৰ