thung (Khasi) [ Roman: thung]
    Contributed by: Himasri Das on 2023-08-22
    1. Anatomy(Material Noun-Neuter) the underground growth (of a plant) that keeps the plant in the ground and supplies nutrients (এজোপা গছৰ) মাটিৰ তলত হোৱা বৃদ্ধি, যি গছজোপাত মাটিত ধৰি ৰাখে আৰু পুষ্টি যোগায় ৷
    Contributed by: Himasri Das on 2023-08-09
    2. (Abstract Noun) an organization founded to promote a cause এটা নিৰ্দ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে প্ৰতিস্থা কৰা সংগঠন
    Contributed by: Himasri Das on 2023-08-08
    3. (Verb-Trans.) to propose or formally suggest that somebody should be chosen for a committee, responsible task or a prize etc. কাৰোবাক কিবা গুৰুত্বপূৰ্ণ কাম, কমিটি, আদিত অন্তভূক্ত কৰিবলৈ বা কিবা পুৰষ্কাৰ আদিৰ বাবে বিবেচনা কৰিবলৈ আন কোনোবাই আনুষ্ঠানিক ভাৱে নামলোৱা বা পৰামৰ্শ দিয়া৷
    Contributed by: Himasri Das on 2023-07-25
    4. (Verb-Trans.) to place of seeds, plants in soil for growing
    Contributed by: Himasri Das on 2023-06-08
    5. (Verb-Trans.) to become in proper order or to deal with in proper manner ভালকৈ ৰাখ্ বা যেনে হ’ব লাগে তেনে কৰ্

    thung (TAI-Turung) [ IPA: tʰuŋ]
    Contributed by: Rajshree Shyam on 2024-11-13
    6. (Material Noun-Neuter) a flexible container with a single opening. এফালে মুখ থকা, বস্তু ভৰাই লৈ যাব পৰা এবিধ যতন (সাধাৰণতে ডাঠ কাপোৰেৰে তৈয়াৰী)