heat (English) [ IPA: ˈhiːt ASM: হিট]
    Contributed by: Pranati Rabha on 2022-01-23
    1. (Proper Adj.-Neuter) hot / high temperature উচ্চ উষ্ণতা সম্পন্ন
    Contributed by: Bikram M Baruah on 2007-04-27
    2. (Abstract Noun) The quality of being hot, due to the internal energy associated with the random motion of atoms or molecules in a body. কোনো পদাৰ্থৰ ভিতৰত থকা অণু-পৰমাণুৰ বিশৃংখল গতিৰ ফলত অন্তৰ্নিহিত শক্তি বাঢ়ি গৰম হোৱা গুণ বা অৱস্থা৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-10
    3. (Verb-Trans.) to make hot or warm তাপ প্ৰয়োগ কৰি উষ্ণতা বৃদ্ধি কৰ্