here (English) [ IPA: ˈhɪr ASM: হিয়েৰ]
1. (Pronoun) The place where the speaker or writer is. বক্তা বা লেখক যি ঠাইত থাকে সেই ঠাই ৷
Contributed by: Biraj Kumar Kakati on 2009-02-21
2. (Adverb) In or at this place; where the speaker or writer is. বক্তা বা লেখক যি ঠাইত থাকে সেই ঠাইত ৷
here (Dimasa)
Contributed by: Kulendra Daulagupu on 2009-08-19
3. (Pronoun) interrogaive pronoun used to ask about the subject of an action. কোনো কাৰ্য্যৰ কৰ্ত্তাৰ বিষয়ে জানিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক শব্দ।