mine (English) [ IPA: ˈmaɪn ASM: মাইন]
Contributed by: Biraj Kumar Kakati on 2009-05-31
1. (Pronoun-Common) refers things items owned by oneself নিজৰ স্বত্তাধিকাৰ থকা সমাগ্ৰী বুজোৱা বিশেষণ
2. (Material Noun-Neuter) Excavation in the earth from which ores and minerals are extracted. খনিজ পদাৰ্থ, আকৰ আদি উলিয়াবলৈ ভূ-গৰ্ভত খন্দা খাদ বা গাঁত ৷