মোৰ (Assamese) [ Roman: mo'r]
1. (Pronoun-Common) refers things items owned by oneself নিজৰ স্বত্তাধিকাৰ থকা সমাগ্ৰী বুজোৱা বিশেষণ
Contributed by: Atul Ch. Kakoti on 2009-09-09
2. Medical Science(Abstract Noun-Neuter) Excessive and frequent evacuation of watery feces, usually indicating gastrointestinal distress or disorder. পেটত তাপ আৰু অজীৰ্ণ হৈ ঘনাই শৌচ কৰা ৰোগ৷ সাধাৰণতে খাদ্যত বিষক্ৰিয়া হৈ বা অন্ত্ৰত ৰোগৰ সংক্ৰমণৰ বাবে হয়৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-29
3. (Abstract Noun) a specific style of weaving in a handloom তাঁতশালত কাঠি বা সূতা বোৱাৰ একোটা বিশেষ নিয়ম
Assamese: