tusia (Garo) [ IPA: tʰusɪa]
    Contributed by: Shruti NR Baruah on 2024-11-29
    1. (Abstract Noun) the state of rest with a suspension of voluntary bodily functions and the natural suspension, complete or partial, of consciousness. নিদ্ৰা যোৱা অৱস্থা; জিৰণিৰ এনে এক অৱস্থা যেতিয়া শৰীৰৰ সকলো ইচ্ছাকৃত কাৰ্য্য সাময়িকভাৱে স্থগিত থাকে আৰু চেতনা আংশিক বা সম্পূৰ্ণভাৱে ব্যাহত হয়