crucifycrude oil
crude (English) [ IPA: ˈkruːd ASM: ক্ৰুড]
English: crude, crude oil, fossil oil, petroleum, rock oil,
Assamese: অশোধিত, খনিজ তেল, খাৰুৱা তেল, মাটিতেল, সীতা-তেল,
English: barbarous, coarse, crude, ill-mannered, indecent, rude, rustic, uncivilized, uncouth, unmannerly,
Assamese: অপসংস্কৃতিবান, অভদ্ৰ, অভব্য, অমাৰ্জিত, অশালীন, অসভ্য, অসূক্ষ্ম, আবৰী, খেচেৰা, জঙ্গলী, জবৰজং, নিকৃষ্টমানৰ, বৰ্বৰ, ম্লেচ্ছাচাৰী, সৌজন্যহীন,
Bodo: आसु-सु,
Bishnupriya Manipuri: অভদ্ৰ,
Deori: কিনাচ্চা,
1. Geology(Material Noun-Neuter) a dark oil formed from fossilified organic matter and accumulated in porous rocks consisting mainly of hydrocarbons
কলা বা ডাঠ মাটি ৰঙৰ জৈৱ পদাৰ্থৰ পৰা সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক তেল৷
কলা বা ডাঠ মাটি ৰঙৰ জৈৱ পদাৰ্থৰ পৰা সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক তেল৷
Assamese: অশোধিত, খনিজ তেল, খাৰুৱা তেল, মাটিতেল, সীতা-তেল,
Related Ideas:
a. Material Noun-Neuter: oilfield, তেলপথাৰ, তৈলক্ষেত্ৰ
2. (Proper Adj.) having very crude, rude behavior unsuitable for/in a civilized society (but not harmful and may not have sexual reference).
ভদ্ৰ সমাজৰ অযোগ্য অতি কঠোৰ, অশোভনীয় ব্যৱহাৰ (কিন্তু অনপকাৰী আৰু যৌন সম্পৰ্কীয় নোহোৱা)।
ভদ্ৰ সমাজৰ অযোগ্য অতি কঠোৰ, অশোভনীয় ব্যৱহাৰ (কিন্তু অনপকাৰী আৰু যৌন সম্পৰ্কীয় নোহোৱা)।
Assamese: অপসংস্কৃতিবান, অভদ্ৰ, অভব্য, অমাৰ্জিত, অশালীন, অসভ্য, অসূক্ষ্ম, আবৰী, খেচেৰা, জঙ্গলী, জবৰজং, নিকৃষ্টমানৰ, বৰ্বৰ, ম্লেচ্ছাচাৰী, সৌজন্যহীন,
Bodo: आसु-सु,
Bishnupriya Manipuri: অভদ্ৰ,
Deori: কিনাচ্চা,
Related Ideas:
a. Proper Adj.: exotic, obscene, vulgar, অবাইচ, অভইচ
3. (Proper Adj.-Common) As found naturally with impurities, not processed to remove the unwanted parts from the raw substance.