Ruddy Shelduckrudely
rude (English) [ IPA: ˈruːd ASM: ৰুড]
Related words: rudely,
English: atrocious, barbarous, bestial, brutal, cruel, diabolic, harsh, inconsiderate, merciless, perverted, rude, ruthless, sadistic, scoundrel, unkind,
Assamese: অকৰুণ, অদয়, অন্তৰশূন্য, অবিনয়ী, অমানুষ, অমানুষিক, অমানুহ, আসুৰিক, আসুৰী, উখৰা, উগ্ৰকৰ্মা, উভঙা, কঠুৱা, কাঠচিত, কাঠচিতীয়া, কাঠৰ কঠুৱা, ক্ৰুৰ, ক্ৰূৰতাপূৰ্ণ, কৰ্কশ, জৰঠ, ডোঠৰ, দশেৰ, দাদৰা, দাৰুণ, দুৰ্বিনীত, দুৰ্ব্বৱত্ত, দুৰ্বৱৰ্ত্ত, দয়া-মায়াহীন, দয়াহীন, নিকৰুণ, নিঠুৰ, নিদাৰুণ, নিদয়া, নিমৰমীয়াল, নিষ্ঠুৰ, নিষ্ঠুৰতাপূৰ্ণ, নিৰ্ঘাত, নিৰ্দয়, নিৰ্মম, নৃশংস, পাশবিক, পাষাণ-হৃদয়, পৰুষ, বৰ্বৰ, মমতাহীন, মায়াহীন, সহানুভূতিহীন, সৌজন্যহীন, হিংস্ৰ, হুঁটা, হৃদয়হীন, ৰুক্ষ, ৰূঢ়,
Bodo: अनागारि, आनागारि, उसु-गुदु,
Tai: কুন্ জুক্,
Hindi: उदंड, करारा,
Nepali: कर्कश, निठुरि, निर्मम, बर्बर, रूढ,
Deori: অকুৰি, অকুৰ্,
b. Proper Adj.-Common: inhuman, অমানবীয়, অমানুষিক, অমানুষী, মনুষ্যত্বহীন
c. Common Noun-Common: barbarian, savage, মেলেছ, ম্লেচ্ছ, chaokhatriba
d. Proper Adj.-Common &/or Masculine: affectionate, benevolent, benign, benignant, compassionate
English: barbarous, coarse, crude, ill-mannered, indecent, rude, rustic, uncivilized, uncouth, unmannerly,
Assamese: অপসংস্কৃতিবান, অভদ্ৰ, অভব্য, অমাৰ্জিত, অশালীন, অসভ্য, অসূক্ষ্ম, আবৰী, খেচেৰা, জঙ্গলী, জবৰজং, নিকৃষ্টমানৰ, বৰ্বৰ, ম্লেচ্ছাচাৰী, সৌজন্যহীন,
Bodo: आसु-सु,
Bishnupriya Manipuri: অভদ্ৰ,
Deori: কিনাচ্চা,
Related words: rudely,
1. (Proper Adj.) inflicting pain or suffering.
দুখ বা কষ্ট দিয়া।
দুখ বা কষ্ট দিয়া।
Assamese: অকৰুণ, অদয়, অন্তৰশূন্য, অবিনয়ী, অমানুষ, অমানুষিক, অমানুহ, আসুৰিক, আসুৰী, উখৰা, উগ্ৰকৰ্মা, উভঙা, কঠুৱা, কাঠচিত, কাঠচিতীয়া, কাঠৰ কঠুৱা, ক্ৰুৰ, ক্ৰূৰতাপূৰ্ণ, কৰ্কশ, জৰঠ, ডোঠৰ, দশেৰ, দাদৰা, দাৰুণ, দুৰ্বিনীত, দুৰ্ব্বৱত্ত, দুৰ্বৱৰ্ত্ত, দয়া-মায়াহীন, দয়াহীন, নিকৰুণ, নিঠুৰ, নিদাৰুণ, নিদয়া, নিমৰমীয়াল, নিষ্ঠুৰ, নিষ্ঠুৰতাপূৰ্ণ, নিৰ্ঘাত, নিৰ্দয়, নিৰ্মম, নৃশংস, পাশবিক, পাষাণ-হৃদয়, পৰুষ, বৰ্বৰ, মমতাহীন, মায়াহীন, সহানুভূতিহীন, সৌজন্যহীন, হিংস্ৰ, হুঁটা, হৃদয়হীন, ৰুক্ষ, ৰূঢ়,
Bodo: अनागारि, आनागारि, उसु-गुदु,
Tai: কুন্ জুক্,
Hindi: उदंड, करारा,
Nepali: कर्कश, निठुरि, निर्मम, बर्बर, रूढ,
Deori: অকুৰি, অকুৰ্,
Related Ideas:
a. Abstract Noun: brutality, cruelty, inhumanity, savagery, অমানুষিকতাb. Proper Adj.-Common: inhuman, অমানবীয়, অমানুষিক, অমানুষী, মনুষ্যত্বহীন
c. Common Noun-Common: barbarian, savage, মেলেছ, ম্লেচ্ছ, chaokhatriba
d. Proper Adj.-Common &/or Masculine: affectionate, benevolent, benign, benignant, compassionate
2. (Proper Adj.) having very crude, rude behavior unsuitable for/in a civilized society (but not harmful and may not have sexual reference).
ভদ্ৰ সমাজৰ অযোগ্য অতি কঠোৰ, অশোভনীয় ব্যৱহাৰ (কিন্তু অনপকাৰী আৰু যৌন সম্পৰ্কীয় নোহোৱা)।
ভদ্ৰ সমাজৰ অযোগ্য অতি কঠোৰ, অশোভনীয় ব্যৱহাৰ (কিন্তু অনপকাৰী আৰু যৌন সম্পৰ্কীয় নোহোৱা)।
Assamese: অপসংস্কৃতিবান, অভদ্ৰ, অভব্য, অমাৰ্জিত, অশালীন, অসভ্য, অসূক্ষ্ম, আবৰী, খেচেৰা, জঙ্গলী, জবৰজং, নিকৃষ্টমানৰ, বৰ্বৰ, ম্লেচ্ছাচাৰী, সৌজন্যহীন,
Bodo: आसु-सु,
Bishnupriya Manipuri: অভদ্ৰ,
Deori: কিনাচ্চা,
Related Ideas:
a. Proper Adj.: exotic, obscene, vulgar, অবাইচ, অভইচ
3. (Proper Adj.-Neuter) not friendly and kind in manners
বন্ধুত্বসুলভ আৰু মৰমীয়াল নোহোৱা আচৰণ৷
বন্ধুত্বসুলভ আৰু মৰমীয়াল নোহোৱা আচৰণ৷