ketetkethak bang

kethak (Karbi)
Contributed by: Caroline Kropi on 2010-02-26
1. (Abstract Noun) a statement (either spoken or written) that is made to address a question or request or criticism or accusation এটা প্ৰশ্ন, অনুৰোধ, সমালোচনা বা দোষাৰোপৰ বিপৰীতে স্পষ্টীকৰণৰূপে আগবঢ়োৱা বক্তব্য (কথিত বা লিখিত ৰূপত)

Contributed by: Caroline Kropi on 2010-03-03
2. Number Theory(Abstract Noun) the operation inverse to multiplication; the finding of a quantity, the quotient, that when multiplied by a given quantity, the divisor, gives another given quantity, the dividend; the process of ascertaining how many times one number or quantity is contained in another. পূৰণৰ বিপৰীত ক্ৰিয়া; ভাগফল নিৰ্ণয় কৰা, যাৰ সৈতে ভাজকক পূৰণ কৰিলে ভাজ্য পোৱা যায়; এটা সংখাত আন এটা সংখ্যা কিমানবাৰ সোমাই আছে, তাক নিশ্চিত কৰা এক প্ৰক্ৰিয়া