প্ৰত্যাৱৰ্ত্তনপ্ৰত্যুত্তৰ

প্ৰত্যুক্তি (Assamese) [ Roman: pro.tyuk.ti]
Contributed by: Anjali Sonowal on 2009-04-06
1. (Abstract Noun) a statement (either spoken or written) that is made to address a question or request or criticism or accusation এটা প্ৰশ্ন, অনুৰোধ, সমালোচনা বা দোষাৰোপৰ বিপৰীতে স্পষ্টীকৰণৰূপে আগবঢ়োৱা বক্তব্য (কথিত বা লিখিত ৰূপত)