সঁযোতসঁহাৰি দে

সঁহাৰি (Assamese) [ Roman: xo~.ha.ri]
Contributed by: ৰূপকমল on 2007-02-23
1. (Abstract Noun) a statement (either spoken or written) that is made to address a question or request or criticism or accusation এটা প্ৰশ্ন, অনুৰোধ, সমালোচনা বা দোষাৰোপৰ বিপৰীতে স্পষ্টীকৰণৰূপে আগবঢ়োৱা বক্তব্য (কথিত বা লিখিত ৰূপত)

Contributed by: Biraj Kumar Kakati on 2007-02-23
2. (Abstract Noun) feeling, movement, or change caused by a stimulus or influence প্ৰৰোচনা বা প্ৰভাৱৰ ফলত সৃষ্টি হোৱা অনুভূতি, গতি বা পৰিৱৰ্ত্তন