retirementretorting

retort (English) [ IPA: rɪˈtɔrt ASM: ৰিটৰ্ট]
Contributed by: Sushanta Kar on 2010-09-08
1. (Abstract Noun) a statement (either spoken or written) that is made to address a question or request or criticism or accusation এটা প্ৰশ্ন, অনুৰোধ, সমালোচনা বা দোষাৰোপৰ বিপৰীতে স্পষ্টীকৰণৰূপে আগবঢ়োৱা বক্তব্য (কথিত বা লিখিত ৰূপত)

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-06-13
2. (Verb-Trans.) to reply to, usually in a sharp or retaliatory way কাৰোবাৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জবাব দে
English: retort,
Assamese: উভতি ধৰ্