replicationreport

reply (English) [ IPA: rɪˈplaɪ ASM: ৰিপ্লাই]
1. (Abstract Noun) a statement (either spoken or written) that is made to address a question or request or criticism or accusation এটা প্ৰশ্ন, অনুৰোধ, সমালোচনা বা দোষাৰোপৰ বিপৰীতে স্পষ্টীকৰণৰূপে আগবঢ়োৱা বক্তব্য (কথিত বা লিখিত ৰূপত)

Contributed by: Biraj Kumar Kakati on 2006-03-17
2. (Verb-Trans.) to say or do something as a reaction to something that has been said or done আন এজনে কোৱা কথা বা কৰা কামৰ প্ৰতিক্ৰিয়া হিচাপে কিবা ক বা কৰ্