tha (Meeteilon)
    Contributed by: Nongdrei Puyam on 2009-02-27
    1. (Abstract Noun) a period of around 30 days or 4 weeks; there are 12 months in a year. প্ৰায় ৩০ দিন বা ৪ সপ্তাহৰ এছোৱা সময়; এবছৰত ১২ মাহ থাকে ৷
    Contributed by: Mohen Naorem on 2008-12-12
    2. Astronomy(Material Noun-Neuter) the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km). পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ

    English:
    Assamese:
    অম্বোজ অম্ভোজ অৰ্ণৱোদ্ভৱ ইন্দু উড়ুপ ঋক্ষেশ ঋক্ষৰাজ কলাধৰ কলানাথ কলানিধি কলাভৃত্ কান্তিভৃত্ কুমুদ-বান্ধৱ কুমুদনাথ কুমুদপতি কৈৰৱী কৌমুদীপতি ক্ষীৰাব্ধিজ ক্ষীৰোদ-নন্দন চদিৰ চন্দ্ৰ চন্দ্ৰক চন্দ্ৰমা চন্দ্ৰিমা চান্দ ছায়াংক জোন জোনবাই জ্যোৎস্নেশ তাৰাধিপ তাৰানাথ তাৰাপতি তাৰাপীড় দাক্ষায়ণী পতি দ্বিজপতি দ্বিজেন্দ্ৰ দ্বিজৰাজ নভসংগম নিশাকৰ নিশাপতি নিশামণি নিশাৰত্ন নিশিকান্ত নিশিনাথ পক্ষচৰ পক্ষজ পক্ষধৰ বিধু মধুকান্ত মৃগাঙ্ক যামিনীকান্ত যামিনীনাথ যামিনীপতি যামিনীপ্ৰকাশ শশধৰ শশবিন্দু শশলক্ষণ শশলাঞ্ছন শশাংক শশাঙ্ক শশী শীতকিৰণ শীতময়ুখ শীতাংশু শীতৰশ্মি সিতকৰ সিতাংশু সিতৰশ্মি সিতৰুচি সুধাংশু সুধাকৰ সুধাধাৰ সুধানিধি সুধাময় সোম হিমকিৰণ হিমকৰ হিমাংশু হৰিণাংক ৰজনীকান্ত ৰজনীকৰ ৰজনীচৰ ৰজনীনাথ ৰজনীপতি ৰজনীশ ৰজনীসখা ৰজনীৰাজ ৰাকেশ ৰাত্ৰিমণি ৰাহুল ৰেবতীৰমন
    Mising:
    Khasi:
    Garo:
    Meeteilon:
    Bishnupriya Manipuri:
    Mizo (Lushai):
    Nagamese:
    Dimasa:
    Chakma:
    Tiwa:
    Deori:
    Hajong:
    TAI-Phake:
    TAI-Turung:
    Singpho:
    Tutsa:

    Related Idea:

    a. Abstract Noun: full moonইন্দুমতীতৈষীপূৰ্ণচন্দ্ৰপূৰ্ণমাসী...

    Sub Idea:

    b. Material Noun-Neuter: moonsatelliteউপগ্ৰহচন্দ্ৰग्रहसा...

    Tha (Hmar)
    Contributed by: LALREMTHANG HMAR on 2009-03-20
    3. (Proper Adj.) having desirable or positive qualities আশা কৰা ধৰণৰ বা ধনাত্মক গুণ বিশিষ্ট

    tha (TAI-Khamti) [ IPA: tʰa]
    Contributed by: Sushmita Das on 2024-12-01
    4. (Abstract Noun) the act of waiting for something