उदै (Bodo) [ Roman: udwi]
    Contributed by: Jayanta Boro on 2012-05-23
    1. Anatomy(Material Noun-Neuter) a saclike enlargement of the alimentary canal, as in humans and certain animals, forming an organ for storing, diluting, and digesting food. খাদ্যবস্তু ভৰাই থোৱা, পাতল কৰা আৰু হজম কৰাৰ বাবে গঠিত মানুহ আৰু অন্য কিছুমান জন্তুৰ খাদ্য নলীৰ মোনাৰ দৰে প্ৰসাৰিত অংশ
    Ref: English-Bodo Dictionary by Bharat Basumatary
    2. Anatomy(Material Noun-Neuter) the front or under part of a vertebrate body from the breastbone to the pelvis, containing the abdominal viscera মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ সমুখৰ বা তলৰ অংশ, বক্ষাস্থিৰ পৰা তলপেটলৈকে, য’ত পাচন-তন্ত্ৰ আৰু অন্য অংগ কেতবোৰ সোমাই থাকে ৷

    Description

    Related Idea:

    a. Material Noun-Neuter: stomachআমাশয়পাকস্থলীপাকাশয়ভুঁৰু...