তুন্দ (Assamese) [ Roman: tun.do]
Contributed by: Mousumi Konwar on 2022-12-08
1. Anatomy(Material Noun-Neuter) the front or under part of a vertebrate body from the breastbone to the pelvis, containing the abdominal viscera মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ সমুখৰ বা তলৰ অংশ, বক্ষাস্থিৰ পৰা তলপেটলৈকে, য’ত পাচন-তন্ত্ৰ আৰু অন্য অংগ কেতবোৰ সোমাই থাকে ৷