pum (Mizo (Lushai))
Ref: English-Lushai Dictionary by J.F. Laldailova
1. Anatomy(Material Noun-Neuter) the front or under part of a vertebrate body from the breastbone to the pelvis, containing the abdominal viscera মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ সমুখৰ বা তলৰ অংশ, বক্ষাস্থিৰ পৰা তলপেটলৈকে, য’ত পাচন-তন্ত্ৰ আৰু অন্য অংগ কেতবোৰ সোমাই থাকে ৷pum (Karbi)
Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2009-01-19
2. Game and Sports(Material Noun-Neuter) Round object that is hit or thrown or kicked in sports কোবাই, দলিয়াই বা গুৰিয়াই খেলা এক ঘূৰণীয়া বস্তু
pum (Hmar)
Contributed by: LALREMTHANG HMAR on 2009-03-19
3. (Material Noun-Neuter) Flat floating structure made of buoyant materials like wood, banana tree, bamboo or reed. বানপানীৰ সময়ত নাৱৰ দৰে চলাবলৈ কল গছ, কাঠ, বাঁহেৰে নিৰ্মান কৰা বাহন ৷