বঙহৰদেউ (Assamese) [ Roman: bo.ngo.hor.deu Decom:;]
    পূৰ্বে উচ্চ শ্ৰেণীৰ(তাই)আহোমসকলৰ মাজত প্ৰচলিত। ভাৰ্যাই স্বামীক বঙহৰদেউ বুলি সম্বোধন কৰিছিল।
    Contributed by: Pankaj Chetia (পংকজ চেতিয়া) on 2012-11-13
    1. (Common Noun-Masculine) a woman's partner in marriage; the male spouse বৈবাহিক জীৱনৰ পুৰুষজন