পতি (Assamese) [ Roman: po.ti]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-31
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Abstract Noun) Attentive assistance or treatment to those in need যাক প্ৰয়োজন তেওঁক মনোযোগেৰে সৈতে সহায় বা নিৰাময় কৰা
    2. (Common Noun-Masculine) a woman's partner in marriage; the male spouse বৈবাহিক জীৱনৰ পুৰুষজন
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-25
    3. (Common Noun) Person who owns something like property, business, etc. সম্পত্তি, ব্যৱসায় আদি যাৰ হাতত বা নামত আছে, তেনে লোক

    পতি (Bangla)
    Ref: অসম চৰকাৰৰ প্ৰশাসনীয় পৰিভাষা
    4. (Common Noun-Masculine) a woman's partner in marriage; the male spouse বৈবাহিক জীৱনৰ পুৰুষজন

    পতি (Deori) [ Roman: po.ti]
    Contributed by: Himasri Das on 2022-12-16
    5. (Adverb-Common) To or from every one of two or more (considered individually). দুই বা ততোধিক লোকৰ প্ৰত্যেক জনলৈ বা প্ৰত্যেক জনৰ পৰা
    Contributed by: Himasri Das on 2022-12-16
    6. (Material Noun-Neuter) A small opening or materials removed from a solid object. গোটা বস্তুৰ পৰা এটা ক্ষুদ্ৰ অংশ আঁতৰালে হোৱা গাঁত।