অশ্বাৰোহীঅশ্ম

অশ্বিনী (Assamese) [ Roman: o.si.ni]
Contributed by: Atul Ch. Kakoti on 2009-07-19
1. Animal(Common Noun-Common) A large hoofed mammal (Equus caballus) having a short-haired coat, a long mane, and a long tail, domesticated since ancient times and used for riding and for drawing or carrying loads. চুটি নোম, দীঘল কেশৰ আৰু নেজ থকা এবিধ খুৰাযুক্ত জন্তু, যাক প্ৰাচীন কালৰে পৰাই ঘৰচীয়া জন্তু হিচাপে উঠি ফুৰিবলৈ আৰু বস্তু-বাহানি কঢ়িয়াবলৈ ব্যৱহাৰ কৰি অহা হৈছে ৷

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-07-29
2. Astronomy(Proper Noun-Neuter) One of the 27 stars as mentioned in Indian astrology. Lies in Aries. মেষ ৰাশি মন্ডলৰ এটি নক্ষত্ৰ ৷ জ্যোতিষত থকা ২৭টা নক্ষত্ৰৰ এটা ৷