গড়হাজিৰগড়ুৰকেতু

গড়া (Assamese) [ Roman: go.ra]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-22
Ref: চন্দ্ৰকান্ত অভিধান
1. (Verb-Intran.) to roll the body like a log on a plain surface. শুই থকা অৱস্থাত গাটো বগৰাই দিয়া। লুটিয়াই দিয়া।

গড়া (Bishnupriya Manipuri) [ Roman: gara]
Contributed by: Anjali Sonowal on 2008-10-05
2. Animal(Common Noun-Common) A large hoofed mammal (Equus caballus) having a short-haired coat, a long mane, and a long tail, domesticated since ancient times and used for riding and for drawing or carrying loads. চুটি নোম, দীঘল কেশৰ আৰু নেজ থকা এবিধ খুৰাযুক্ত জন্তু, যাক প্ৰাচীন কালৰে পৰাই ঘৰচীয়া জন্তু হিচাপে উঠি ফুৰিবলৈ আৰু বস্তু-বাহানি কঢ়িয়াবলৈ ব্যৱহাৰ কৰি অহা হৈছে ৷