initiatedinitiative
initiation (English) [ IPA: ɪˌnɪʃiːˈeɪʃən ASM: ইনিচিয়েচন]
English: beginning, commencement, debut, initiation, start, starting,
Assamese: অৱতাৰণা, আৰম্ভ, আৰম্ভণ, আৰম্ভণি, উপক্ৰম, উপাকৰণ, উপোদঘাট, উৎপত্তি, পহিল, পাতনি, প্ৰাকক্ষণ, প্ৰাৰম্ভ, মহুৰত, সমাৰম্ভ, সূচনা, সূত্ৰপাত,
Mising: gerrobto, lering,
Karbi: kecheng,
Dimasa: jenbah,
Tai: ক লিম্, ক ৰো,
Hindi: श्रीगणेश,
Rabha: আচাক,
Tiwa: Cho`re,
1. (Abstract Noun) the time at which something is brought in action or the act of bringing something into action
কোনো কাৰ্য্য ৰূপায়ণ কৰাৰ সময় বা কাৰ্য্যত পৰিণত কৰাটো
কোনো কাৰ্য্য ৰূপায়ণ কৰাৰ সময় বা কাৰ্য্যত পৰিণত কৰাটো
Assamese: অৱতাৰণা, আৰম্ভ, আৰম্ভণ, আৰম্ভণি, উপক্ৰম, উপাকৰণ, উপোদঘাট, উৎপত্তি, পহিল, পাতনি, প্ৰাকক্ষণ, প্ৰাৰম্ভ, মহুৰত, সমাৰম্ভ, সূচনা, সূত্ৰপাত,
Mising: gerrobto, lering,
Karbi: kecheng,
Dimasa: jenbah,
Tai: ক লিম্, ক ৰো,
Hindi: श्रीगणेश,
Rabha: আচাক,
Tiwa: Cho`re,
Related Ideas:
a. Verb-Trans.: begin, commence, inaugurate, initiate, launch
2. Religious-Mythological(Verbal Noun) formal admission or acceptance into a religion
ধৰ্মত আনুষ্ঠানিক ভাৱে ভৰ্ত্তিকৰণ বা আনুষ্ঠানিক ধৰ্ম গ্ৰহণ
ধৰ্মত আনুষ্ঠানিক ভাৱে ভৰ্ত্তিকৰণ বা আনুষ্ঠানিক ধৰ্ম গ্ৰহণ