প্ৰাককালপ্ৰাকমূহুৰ্ত

প্ৰাকক্ষণ (Assamese) [ Roman: prak.khyon]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-10-12
1. (Abstract Noun) the time at which something is brought in action or the act of bringing something into action কোনো কাৰ্য্য ৰূপায়ণ কৰাৰ সময় বা কাৰ্য্যত পৰিণত কৰাটো

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
2. (Abstract Noun) the period immediately before an event. কোনো ঘটনা বা কাৰ্য্য আৰম্ভ হোৱাৰ আগৰ সময়চোৱা।