chora (TAI-Turung) [ IPA: ʧora]
    Contributed by: Rajshree Shyam on 2024-11-19
    1. (Abstract Noun) A deep, tender, ineffable feeling of affection and solicitude toward a person কোনো ব্যক্তিৰ প্ৰতি ভালপোৱা আৰু আবেগৰ এক গভীৰ, সুকোমল, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা অনুভূতি
    Contributed by: Rajshree Shyam on 2024-11-19
    2. (Verb-Trans.) To have a deep, tender, ineffable feeling of affection and solicitude toward (a person) (কোনো ব্যক্তিৰ প্ৰতি) এক অতি গভীৰ, কোমল, অপ্ৰকাশ্য ধৰণৰ চেনেহ আৰু আকৰ্ষণ অনুভৱ কৰা