romance (English) [ IPA: roʊˈmæns ASM: ৰোমাঞ্চ]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-09
    1. (Abstract Noun) A deep, tender, ineffable feeling of affection and solicitude toward a person কোনো ব্যক্তিৰ প্ৰতি ভালপোৱা আৰু আবেগৰ এক গভীৰ, সুকোমল, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা অনুভূতি