ফা (TAI-Ahom) [ Roman: fa]
    Contributed by: Anjali Sonowal on 2008-10-26
    1. (Abstract Noun) A colorless, odorless, tasteless, gaseous mixture, mainly nitrogen (approximately 78 percent) and oxygen (approximately 21 percent) with lesser amounts of argon, carbon dioxide, hydrogen, neon, helium, and other gases. This mixture with varying amounts of moisture and particulate matter, envelops the earth. কেইবাবিধো গেছীয় পদাৰ্থৰ এক বৰ্ণহীন, স্বাদহীন মিশ্ৰণ, য’ত প্ৰধানকৈ নাইট্ৰোজেন (প্ৰায় ৭৮ শতাংশ) আৰু অম্লজান বা অক্সিজেন (প্ৰায় ২১ শতাংশ) থাকে আৰু লগতে থাকে আৰ্গন, কাৰ্বন-ডাই-অক্সাইদ, হাইদ্ৰোজেন, নিয়’ন, হিলিয়াম আৰু অন্য কেতবোৰ গেছৰ সামান্য অংশ ৷ ভিন্ন পৰিমাণৰ জলীয় বাষ্প আৰু গোটা বস্তুৰ কণিকাৰে সৈতে এই মিশ্ৰণটোৱে পৃথিৱীখনক আৱৰি থাকে ৷
    Contributed by: Anjali Sonowal on 2008-10-26
    2. Anatomy(Material Noun-Neuter) the part of the inner surface of the hand that extends from the wrist to the bases of the fingers সৰু-গাঁঠিৰ পৰা আঙুলিৰ গুৰিলৈকে বিস্তৃত হাতৰ ভিতৰ-পৃষ্ঠৰ অংশটো
    Contributed by: Anjali Sonowal on 2008-10-26
    3. (Abstract Noun) the atmosphere and outer space as viewed from the earth ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
    English:
    Mising:
    Meeteilon:
    Bishnupriya Manipuri:
    Mizo (Lushai):
    Hmar:
    Nagamese:
    Dimasa:
    TAI-Ahom:
    TAI-Phake:
    TAI-Khamti:
    TAI-Turung:
    Contributed by: Anjali Sonowal on 2008-10-26
    4. Geology(Abstract Noun) Violent atmospheric disturbance with strong wind and usually with thunder, hail and rain. তীব্ৰ বতাহ আৰু সাধাৰণতে শিলাবৃষ্টিৰে সৈতে হোৱা ভয়ঙ্কৰ বায়ুমণ্ডলীয় বিসংগতি।
    Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2008-10-26
    5. (Material Noun-Neuter) An upright structure of masonry, wood, plaster, or other building material serving to enclose, divide, or protect an area, especially a vertical construction forming an inner partition or exterior siding of a building. কোনো এলেকা আৱৰা, ভাগ কৰা বা ৰক্ষা কৰাৰ উদ্দেশ্যে পকা, কাঠ বা অন্য নিৰ্মাণ সামগ্ৰীৰে নিৰ্মাণ কৰা এক থিয় গাঁথনি
    Contributed by: Anjali Sonowal on 2008-10-26
    6. (Verb-Trans.) To pull apart or in pieces by force. বলেৰে কোনো বস্তুক খণ্ড-খণ্ড কৰ্|