Items in Fish
2. Fish(Common Noun) any of several small, long-tailed, chiefly marine crustaceans of the decapod suborder Natania, certain species of which are used as food.
মাছ নহয় অথচ মানুহে খোৱা এবিধ পানীৰ পোক৷ ইয়াৰ ঠেং আৰু মুখত শুং থাকে আৰু গোটা এখন টান বাকলিৰে ঢাক খাই থাকে; ইয়াৰ ডাঙৰ সৰু কেইবাজাতিও আছে; ইয়াৰ বুকুৰ নোমৰ মাজত কণী হয়, ইয়াক বন্ধ-পানীত পোৱা হয়৷
মাছ নহয় অথচ মানুহে খোৱা এবিধ পানীৰ পোক৷ ইয়াৰ ঠেং আৰু মুখত শুং থাকে আৰু গোটা এখন টান বাকলিৰে ঢাক খাই থাকে; ইয়াৰ ডাঙৰ সৰু কেইবাজাতিও আছে; ইয়াৰ বুকুৰ নোমৰ মাজত কণী হয়, ইয়াক বন্ধ-পানীত পোৱা হয়৷

Assamese: নিছলা মাছla , মিছা মাছ,
Bodo: नाथुर,
Mising: sumbur,
Khasi: shymprong,
Karbi: chikung,
Hmar: kaikuong,
Dimasa: nathuh, natu santi,
3. Fish(Common Noun-Common) A cylindrical shaped freshwater fish with round, silvery-gray, dark scales on upper body.
গাত ঘূৰণীয়া ৰূপ-চকলীয়া ডাঠ বাকলি থকা অলপ গোটাসজীয়া এবিধ ডাঙৰ মাছ ৷
গাত ঘূৰণীয়া ৰূপ-চকলীয়া ডাঠ বাকলি থকা অলপ গোটাসজীয়া এবিধ ডাঙৰ মাছ ৷
4. Fish(Common Noun-Common) A species of fresh water dolphin found in the big rivers of India, viz. Ganges, Brahmaputra, Meghna etc.
গঙ্গা, ব্ৰহ্মপুত্ৰ, মেঘনা আদি ভাৰতৰ নদীত পোৱা এজাতি ডলফিন ৷
গঙ্গা, ব্ৰহ্মপুত্ৰ, মেঘনা আদি ভাৰতৰ নদীত পোৱা এজাতি ডলফিন ৷

Assamese: উলুপী, শিশুক, শিশুমাৰ, শিহু,
Karbi: vo-sarli,
Dimasa: shushuma,
Bangla: শিশু, শুশুক, হু,
Related Idea:
a. Common Noun-Common: porpoise, পলাংগ, susuma...b. Common Noun-Common: dolphin, ডলফিন, petuk-ka:ri, voserli...
5. Fish(Common Noun-Common) a kind of small fish like a bamboo leaf, Found in large rivers and connected waters. Inhabits surface to mid-waters.
বাঁহ-পাতৰ দৰে দীঘল চেপেটা এবিধ বগা মাছ৷
বাঁহ-পাতৰ দৰে দীঘল চেপেটা এবিধ বগা মাছ৷
Assamese: কাজুলি, বাঁহপাতী,
Related Idea:
a. Common Noun-Common: amblypharyngodon mola, Indian carplet, Mola, mola carplet, Pale carplet...b. Common Noun-Common: Chela, Chela atpar, Chela gora, Chela phulo, ঘোৰা-চেলকনা...
6. Fish(Proper Noun-Common) a predatory freshwater fish related to the catfish family found in Assam, Myanmar, Thailand,Vietnam and Indonesia
অসম, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম আৰু ইন্দোনেছিয়াত উপলভ্য এবিধ চিকাৰী মাছ
অসম, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম আৰু ইন্দোনেছিয়াত উপলভ্য এবিধ চিকাৰী মাছ
7. Fish(Common Noun) A freshwater fish with a pointed nose, grows no more than 30-40 cm
নদী, জান, জুৰি আদিত পোৱা ৩০-৪০ চেমি দীঘল এবিধ মাছ ৷ ইয়াৰ মুখখন বেজীৰ দৰে জোঙা ৷
নদী, জান, জুৰি আদিত পোৱা ৩০-৪০ চেমি দীঘল এবিধ মাছ ৷ ইয়াৰ মুখখন বেজীৰ দৰে জোঙা ৷

Assamese: কঁকিলা, কোকিলা,
Dimasa: nahdang,
8. Fish(Common Noun-Neuter) a freshwater fish of the carp family recognized from their large protruding lower jaw and found in rivers and freshwater lakes in the South and South East Asia
9. Fish(Common Noun) a newly discovered (2000) freshwater fish of channa family distinguished by bright orange blotches on their fins and found only in Dibrugarh of the Brahmaputra basin
Assamese: চেঙেলী,
Karbi: singli ok,
11. Fish(Common Noun-Common) a large freshwater fish of the snakehead or channa family found in South Asia and South East Asia, recognized by their black body and scales
দক্ষিণ এছিয়া আৰু দক্ষিণ-পূৱ এছিয়াত উপলব্ধ এবিধ মাছ; ক’লা বৰণৰ দেহ আৰু বাকলি ইহঁতৰ বিশেষত্ব ৷
দক্ষিণ এছিয়া আৰু দক্ষিণ-পূৱ এছিয়াত উপলব্ধ এবিধ মাছ; ক’লা বৰণৰ দেহ আৰু বাকলি ইহঁতৰ বিশেষত্ব ৷
Assamese: শাল,
Mising: tale,
Tai: প্লা-কাঙ-চন,
12. Fish(Common Noun) a small fish of the channa family distinguished by dark spots on their bodies and known to be voracious and carnivorous, 59.5% of their food contains insects and their larvae.
ছাই-বৰণীয়া, গাত ফুট-ফুট থকা এবিধ বাকলিযুক্ত মাছ৷ ইহঁত মাংসাহাৰী আৰু ইহঁতৰ খাদ্যৰ অধিকাংশই হ’ল পতঙ্গ আৰু পলু৷
ছাই-বৰণীয়া, গাত ফুট-ফুট থকা এবিধ বাকলিযুক্ত মাছ৷ ইহঁত মাংসাহাৰী আৰু ইহঁতৰ খাদ্যৰ অধিকাংশই হ’ল পতঙ্গ আৰু পলু৷

Assamese: গৰৈ,
Mising: letung, ligum,
Tai: প্লা-বুক,
Bangla: গড়ইcb ,
Lower Magnitude:
a. Proper Noun-Common &/or Masculine: গড়ৈচিৰিকা, গৰৈচিৰিকা, sao-singli...
13. Fish(Proper Noun-Common) a large snakehead fish commonly used as food and found mostly in South East asia also known for their wound healing properties.
দক্ষিণ-পূৱ এছিয়াত উপলভ্য আৰু সাধাৰণতে খাদ্য হিচাপে গ্ৰহণ কৰা সাপৰ মূৰৰ দৰে মূৰ থকা এবিধ মাছ।
দক্ষিণ-পূৱ এছিয়াত উপলভ্য আৰু সাধাৰণতে খাদ্য হিচাপে গ্ৰহণ কৰা সাপৰ মূৰৰ দৰে মূৰ থকা এবিধ মাছ।

Assamese: শ`ল,
Mising: liong, lvgad,
14. Fish(Common Noun-Common) a freshwater fish of the carp family with brown body, usually found in shallow water of fast streams and rivers
ৰৌ মাছৰ নিচিনা (কিন্তু তাতকৈ মূৰটো সৰু আৰু জোঙা, গাটো গোটা-সজীয়া) এবিধ ডাঙৰ মাছ
ৰৌ মাছৰ নিচিনা (কিন্তু তাতকৈ মূৰটো সৰু আৰু জোঙা, গাটো গোটা-সজীয়া) এবিধ ডাঙৰ মাছ

Assamese: মিৰিকা,
Karbi: nu`theng,
Dimasa: nahmirkha,
15. Fish(Common Noun-Common) a freshwater fish of the catfish family, which grows up to 60cm in length, usually infamous for being voracious. Found in South Asia and South East Asia, though some of them have spread to the Florida area of the United States and posing serious threat to the native aquatic life, first catch of this fish by an angler in the United States was recorded on 15th March 1967

Assamese: মদগুৰ, মাগুৰ,
Mising: pabur,
Dimasa: nahmagur,
Tai: প্লা-ডুক-নান্,
Bangla: মাগুর,
16. Fish(Common Noun) small freshwater fish usually 5cm in length, Males are generally larger, and more colorful whereas females tend to be silvery
৫ ছেঃ মিঃ মান দীঘল এবিধ সৰু মাছ৷ মতা মাছবোৰ অলপ ডাঙৰ আৰু ৰংচঙীয়া হয়৷
৫ ছেঃ মিঃ মান দীঘল এবিধ সৰু মাছ৷ মতা মাছবোৰ অলপ ডাঙৰ আৰু ৰংচঙীয়া হয়৷
17. Fish(Common Noun-Common) small freshwater fish, usually 10-12cm in length, found in abundance in South Asia

Assamese: খলিহনা, খলিহা, ভেচেলি,
Mising: kar mi,
Tai: প্লা-ছেৰীলা,
18. Fish(Common Noun) a freshwater fish of the Tetraodon genus that blows itself into a larger size when threatened
টেট্ৰাডন প্ৰজাতিৰ এটা মিঠা পানীৰ মাছ যিয়ে বিপদত পৰিলে নিজৰ গাটো ফুলাই দি শত্ৰুক বিচলিত কৰিব বিচাৰে
টেট্ৰাডন প্ৰজাতিৰ এটা মিঠা পানীৰ মাছ যিয়ে বিপদত পৰিলে নিজৰ গাটো ফুলাই দি শত্ৰুক বিচলিত কৰিব বিচাৰে
20. Fish(Common Noun) A fresh water fish comes under Perciformes group of fish
এবিধ খাল-বিলত পোৱা মজলীয়া আকৃতিৰ মাছ
এবিধ খাল-বিলত পোৱা মজলীয়া আকৃতিৰ মাছ
21. Fish(Common Noun-Common) A white, slim, and scaly fish similar to Chola. The length of the fish is around 8 inch.
গোটা-সজীয়া (অলপ চেপেটা) লাহী গাৰে, পুঠি মাছৰ নিচিনা বাকলি থকা, বগা, মুখ-জোঙা, এবেগেতমান দীঘল এবিধ মাছ .
গোটা-সজীয়া (অলপ চেপেটা) লাহী গাৰে, পুঠি মাছৰ নিচিনা বাকলি থকা, বগা, মুখ-জোঙা, এবেগেতমান দীঘল এবিধ মাছ .
22. Fish(Common Noun-Common) The scissortail rasbora is the commmon name for a number of species freshwater aquarium fish that belongs to the rasbora family. They move their fins like scissors when they swim, hence the name. They are easy to manage, and require a tank 20 gallons or more in size. They tend to nip the tails of other fish and are about 3 in. long.
নদী, পুখুৰী আদিৰ পানীত থকা এবিধ সৰু মাছ৷
নদী, পুখুৰী আদিৰ পানীত থকা এবিধ সৰু মাছ৷
23. Fish(Common Noun-Common) A small flat fish, wide on the chest and narrow on the tail side. It`s a bony fish and the whole body is covered with small scales. It has a continuous fin along the underside formed by a joining of the caudal and anal fin, and has a very small dorsal fin. A mature fish is generally 6-8 inch long. It`s widely spread in the south-east Asia specially in North-East India.
গাত সৰু সৰু বগা বাকলি থকা, চেপেটা, বুকুৰ ফালে বহল, নেজৰ ফালে চিয়াঁ এবিধ কাঁইটীয়া মাছ ইয়াৰ বিশেষ গুণ এই যে-ই বন্ধ পানীতো কণী পাৰি পোনা জগাব পাৰে; বয়সত এমুঠনমান দীঘল হয় ।
গাত সৰু সৰু বগা বাকলি থকা, চেপেটা, বুকুৰ ফালে বহল, নেজৰ ফালে চিয়াঁ এবিধ কাঁইটীয়া মাছ ইয়াৰ বিশেষ গুণ এই যে-ই বন্ধ পানীতো কণী পাৰি পোনা জগাব পাৰে; বয়সত এমুঠনমান দীঘল হয় ।

Assamese: কান্ধুলি,
24. Fish(Common Noun-Common) A small fish similar to the Chola fish but does not have scales.
পুঠি-মাছৰ সদৃশ কিন্তু তাতকৈ বহুত সৰু আৰু মূৰৰ ফালে বহল গাৰে আৰু বগা, বাকলি নথকা এবিধ ক্ষুদ্ৰ মাছ৷
পুঠি-মাছৰ সদৃশ কিন্তু তাতকৈ বহুত সৰু আৰু মূৰৰ ফালে বহল গাৰে আৰু বগা, বাকলি নথকা এবিধ ক্ষুদ্ৰ মাছ৷

Assamese: মোৱা,
Related Idea:
a. Common Noun-Common: Ailia coila, কাজুলি, বাঁহপাতী...b. Common Noun-Common: Chela, Chela atpar, Chela gora, Chela phulo, ঘোৰা-চেলকনা...
Assamese: কাঞ্চনমতী, খালৈ-ভাঙ্গী, গেদগেদী, ঘুমেখাইতী, থেথা-গেলী, নিনপাৰী, পাটীমূতুৰা, ভেদভেদী,
26. Fish(Common Noun-Common) A kind of long slender small fish. The Loach has black spot in his body and creamy colour. Under the eyes there is a two-pointed spike, with which the fishes can inflict a painful sting.
এবিধ সৰু গোটা দীঘল মাছ৷ ই দেখাত শেতা হালধীয়া ৰংৰ আৰু গাত সৰু সৰু কলা ফোঁট আছে ৷
এবিধ সৰু গোটা দীঘল মাছ৷ ই দেখাত শেতা হালধীয়া ৰংৰ আৰু গাত সৰু সৰু কলা ফোঁট আছে ৷
27. Fish(Common Noun-Common) The spanner barb, or t-barb is a tropical freshwater fish belonging to the Cyprininae sub-family of the Cyprinidae family. It is somthing bigger than the general barbs.
সাধাৰণ পুঠী মাছতকৈ ডাঙৰ আৰু বহল বিধৰ এবিধ পুঠী মাছ৷
সাধাৰণ পুঠী মাছতকৈ ডাঙৰ আৰু বহল বিধৰ এবিধ পুঠী মাছ৷

Assamese: চেনি-পুঠী, চেনিমাছ, মৰঠী,
Bangla: পুটা,
28. Fish(Common Noun-Common) Ticto Barb, Twospot Barb or Puntius ticto is a kind of freshwater small fish. It has two black spots, one is just behind the gills and another is on the back just before the fin with silver and golden colored . It is belonging to the minnow family (Cyprinidae). Generally found in Nepal, India, Pakistan, Myanmar, Bangladesh, Thailand, and Sri Lanka.
এবিধ সৰু বাকলি থকা পুঠী মাছ ৷ সাধাৰণতে এইবিধ মাছৰ গাত দুটা কলা ফোঁট থাকে ৷ এটা ইয়াৰ ঠিক গালৰ পাচফালে আৰু আনটো শেষৰ ফিছাখনৰ আগত থাকে ৷
এবিধ সৰু বাকলি থকা পুঠী মাছ ৷ সাধাৰণতে এইবিধ মাছৰ গাত দুটা কলা ফোঁট থাকে ৷ এটা ইয়াৰ ঠিক গালৰ পাচফালে আৰু আনটো শেষৰ ফিছাখনৰ আগত থাকে ৷
29. Fish(Common Noun-Common) Mystus vittatus is a freshwater small fish having two sharp pointed barb just behind the head. It is belonging to the catfish family.
আৰি মাছৰ দৰে এবিধ সৰু মাছ ৷ ইয়াৰ ডিঙিৰ দাঁতিত দুটা শিঙৰ দৰে জোঙা কাঁইট আছে ৷ ই দেখিবলৈ বগা আৰু মুগা বৰণৰ ৷
আৰি মাছৰ দৰে এবিধ সৰু মাছ ৷ ইয়াৰ ডিঙিৰ দাঁতিত দুটা শিঙৰ দৰে জোঙা কাঁইট আছে ৷ ই দেখিবলৈ বগা আৰু মুগা বৰণৰ ৷
30. Fish(Common Noun-Common) Siluridae or sheatfish is a family of catfish. They are sometimes known as wels catfish. It is a scaleless large and long fresh water fish recognized by its broad, flat head and wide mouth. The mouth contains lines of numerous small teeth, having white and brown coloure. About 100 living species of silurids is in the world. This type of fish specially found in Europe, Asia.
দীঘল ডাঢ়িযুক্ত বাকলি নথকা এবিধ দীঘল আৰু ডাঙৰ মাছ ৷
দীঘল ডাঢ়িযুক্ত বাকলি নথকা এবিধ দীঘল আৰু ডাঙৰ মাছ ৷

Assamese: বাৰলি bo , বৰালি,
Dimasa: nahbowal,
Tai: প্লা-বুক্-মা-ছাই,
31. Fish(Common Noun-Common) It is a kind of loach fish.
বটিয়া মাছতকৈ চুটি আৰু গোটা এবিধ মাছ ৷ ইয়াৰ গাত পথালিকৈ অলপ ৰঙচুৱা দাগ আছে ৷
বটিয়া মাছতকৈ চুটি আৰু গোটা এবিধ মাছ ৷ ইয়াৰ গাত পথালিকৈ অলপ ৰঙচুৱা দাগ আছে ৷
33. Fish(Common Noun-Common &/or Masculine) A kind of large freshwater fish similar to Rohu (Labeo rohita).
ৰৌ জাতিৰ আৰু সেই নিচিনা এবিধ বৰ ডাঙৰ মাছ ৷
ৰৌ জাতিৰ আৰু সেই নিচিনা এবিধ বৰ ডাঙৰ মাছ ৷
34. Fish(Common Noun-Common) A kind of small fish like mystus fish.
এবিধ কাঁইটযুক্ত শিঙৰা বা টিঙৰাজাতীয় সৰু মাছ ৷
এবিধ কাঁইটযুক্ত শিঙৰা বা টিঙৰাজাতীয় সৰু মাছ ৷

Assamese: বৰদৈয়া, বৰদোৱা,
Karbi: nupet,
35. Fish(Common Noun-Common) a kind of fish belonging to the species particularly found in India, Pakistan and Bangladesh.
লেবিয়া বাতা বা চাইপ্ৰিনাচ বাতা প্ৰজাতিৰ এবিধ মাছ, বিশেষকৈ ভাৰত, পাকিস্তান আৰু বাংলাদেশত পোৱা যায়৷
লেবিয়া বাতা বা চাইপ্ৰিনাচ বাতা প্ৰজাতিৰ এবিধ মাছ, বিশেষকৈ ভাৰত, পাকিস্তান আৰু বাংলাদেশত পোৱা যায়৷
36. Fish(Common Noun-Common) young fish of Anabas testudineus (or Anabas scandens) species.
সৰু কাৱৈ মাছ বা কাৱৈ মাছৰ পোৱালি।
সৰু কাৱৈ মাছ বা কাৱৈ মাছৰ পোৱালি।
37. Fish(Common Noun-Common) a kind of eel, almost one foot long and lives in muddy swamps.
নেজ আৰু মুখৰ ফাললৈ জোঙা, গোটাসজীয়া, এবেগেতমান দীঘল এবিধ বোকাত থকা মাছ।
নেজ আৰু মুখৰ ফাললৈ জোঙা, গোটাসজীয়া, এবেগেতমান দীঘল এবিধ বোকাত থকা মাছ।
38. Fish(Common Noun-Common) Sperata aor or Macrones aor; a kind of catfish found in rivers, ponds, lakes, channels and reservoirs in India
গাত বাকলি নথকা এবিধ ডাঙৰ তেলী মাছ, সাধাৰণতে ভাৰতৰ বিভিন্ন নদী, পুখুৰী, হ্ৰদ আৰু অন্য জলাশয়ত পোৱা যায় ৷
গাত বাকলি নথকা এবিধ ডাঙৰ তেলী মাছ, সাধাৰণতে ভাৰতৰ বিভিন্ন নদী, পুখুৰী, হ্ৰদ আৰু অন্য জলাশয়ত পোৱা যায় ৷
40. PersonalitiesFish(Proper Noun-Masculine) a popular singer of modern Assamese songs. ...
আধুনিক অসমীয়া গীতৰ এজন জনপ্ৰিয় গায়ক৷আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ জৰিয়তে প্ৰচাৰ কৰা তেখেতৰ সুমধুৰ গীত সমূহৰ মাজত "বৰষা তুমি আহা...", "শেৱালী পাহিয়ে কোমল মিচিকি হাঁহিৰে..." আদি তেখেতৰ অতি জনপ্ৰিয় গীতৰ অন্যতম৷

41. Fish(Common Noun-Common) A kind of sheatfish like scaleless fish. It is belonging to the catfish family.
বৰালি জাতীয় এবিধ মাছ ৷ ইয়াৰ মূৰ ডাঙৰ আৰু চেপেতা ৷
বৰালি জাতীয় এবিধ মাছ ৷ ইয়াৰ মূৰ ডাঙৰ আৰু চেপেতা ৷

44. Fish(Common Noun-Common) a young Notopterus chitala (Chital) fish
কম বয়সীয়া বা ডেকেৰুৱা চিতল মাছ
কম বয়সীয়া বা ডেকেৰুৱা চিতল মাছ
45. Fish(Common Noun-Common) an Asiatic freshwater eel.
অসমত পোৱা এবিধ ইল প্ৰজাতিৰ মাছ- ই পানীৰ বাহিৰতো সহজে থাকিব পাৰে৷
অসমত পোৱা এবিধ ইল প্ৰজাতিৰ মাছ- ই পানীৰ বাহিৰতো সহজে থাকিব পাৰে৷
47. Fish(Common Noun-Common) a tropical freshwater fish found in Sri Lanka, Nepal, and the India. This species grows to a maximum length of 6 inches (15 cm), making it one of the largest of the danionins. They are characterized by a blue and yellow torpedo shaped body with gray and clear fins.
50. Fish(Proper Noun-Common) a fish (carp) of the Cyprinidae family, found in fresh water sources around the Bay of Bengal, particularly in the rivers of Pakistan, India, Bangladesh and Myanmar
পাকিস্তান, ভাৰত, বাংলাদেশ আৰু ম্যানমাৰ আদি দেশৰ নদীত পোৱা এবিধ বাকলিযুক্ত মাছ
পাকিস্তান, ভাৰত, বাংলাদেশ আৰু ম্যানমাৰ আদি দেশৰ নদীত পোৱা এবিধ বাকলিযুক্ত মাছ
51. Fish(Common Noun-Common) A kind of fresh water catfish which is smaller than an Indian Shovelmouth catfish but bigger than a Stinging catfish.
আৰি মাছতকৈ সৰু, শিঙৰাতকৈ ডাঙৰ- দীঘল কিন্তু সেই আৰ্য্যাৰ এবিধ বাকলি-নাইকিয়া বৰ তেলী, নিজনি পানীত থকা মাছ৷
আৰি মাছতকৈ সৰু, শিঙৰাতকৈ ডাঙৰ- দীঘল কিন্তু সেই আৰ্য্যাৰ এবিধ বাকলি-নাইকিয়া বৰ তেলী, নিজনি পানীত থকা মাছ৷
52. Fish(Common Noun-Common) A large fresh water fish with golden yellow scales. It ranges from Malaysia, Indonesia, across southern Asia to Pakistan, including the Indian Peninsula.
53. Fish(Proper Noun-Common) a kind of large catfish, devoid of scales, found in India, Bangladesh, Nepal etc.
ভাৰত, বাংলাদেশ, নেপাল আদি দেশত উপলভ্য বগা বৰণৰ, বাকলিহীন এবিধ ডাঙৰ মাছৰ প্ৰজাতি
ভাৰত, বাংলাদেশ, নেপাল আদি দেশত উপলভ্য বগা বৰণৰ, বাকলিহীন এবিধ ডাঙৰ মাছৰ প্ৰজাতি
54. Fish(Common Noun-Common) Sharks are a group of fish characterized by a cartilaginous skeleton, five to seven gill slits on the sides of the head, and pectoral fins that are not fused to the head.
হাংগৰ হ’ল সাগৰৰ প্ৰাণী৷ হাংগৰবোৰ অতি ভয়ানক আৰু সেইবাবে সিহঁতক দানৱ আখ্যাও দিয়া হয়৷ হাংগৰ থাকে সাগৰ-মহাসাগৰত৷ সাগৰত ২৫০ বিধমান হাংগৰ পোৱা যায়৷ সিঁহতৰ আকাৰ আৰু ৰং বেলেগ বেলেগ৷ আটাইতকৈ ডাঙৰ আকাৰৰ হাংগৰবোৰ ১৬ মিটাৰমান ডাঙৰ আৰু ১২০০ কিল’গ্ৰাম মানলৈকে ওজন হয়৷ আটাইতকৈ সৰু হাংগৰবিধ মাত্ৰ ৩০ চেণ্টিমিটাৰ দীঘল৷

55. Fish(Common Noun-Common) A small fresh water fish mostly found in river
নদীত পোৱা এবিধ সৰু সোৱাদযুক্ত মাছ৷
নদীত পোৱা এবিধ সৰু সোৱাদযুক্ত মাছ৷
57. Fish(Common Noun-Common) a killer whale or other animal of the dolphin family
তিমি মাছ, শিহু আদি পানীত থকা, মাছৰ দৰে জন্তুসমূহ
তিমি মাছ, শিহু আদি পানীত থকা, মাছৰ দৰে জন্তুসমূহ
58. Fish(Common Noun-Common &/or Masculine) A small fish initially discovered in the upper streams of Brahmaputra or Siang. It is believed to be also found in Arunachal Pradesh, Bihar, West Bengal, Meghalaya, Sikkim, Uttar Pradesh, Nepal, Bhutan, and Myanmar.