All>Science and Technology>Geography>River

Items in River


1. River(Proper Noun-Neuter) A major river flowing through the northern part of India. ভাৰতবৰ্ষৰ উত্তৰ অঞ্চলৰ মাজেদি বৈ যোৱা এক প্ৰধান নদী।
English: ganges,
Assamese: অধ্বগা, খগাপগা, গংগকা, গংগা, গংগিকা, গনকসিন্ধু, গান্দিনী, চিত্ৰাণী, জাহ্নৱী, তীৰ্থেশ্বৰী, ত্ৰিপথগা, দিব্যনদী, দেৱনদী, দেৱভূতি, পতিতপাৱনী, পতিতোদ্ধাৰিণী, পাৱনী, পুণ্যতোয়া, পুণ্যোদকা, পুৰন্দৰা, পূতোদকা, বিষ্ণুপদী, মকৰবাহিনী, মন্দাকিনী, সিদ্ধাপগা, সুৰধুনী, সুৰনদী, সুৰসৰিত্, সৰিদ্বৰা, হৈমৱতী,
Dimasa: Gonga,
Tai: খে নাম বক ৰুং

Related Idea:

a. Proper Noun-Feminine: Bhagirathi, ভাগীৰথী...
b. Proper Noun-Feminine: Alakananda, অলকানন্দ...
c. Proper Noun-Feminine: সৰযু...

2. River(Proper Noun) a river in S Asia, flowing from S Tibet through NE India, particularly Assam and joining the Ganges River in Bangladesh. about 1700 miles or 2700 km long. This is the lifeline of the state of Assam.
Brahmaputra originates in the South Tibet Valley and Yarlung Tsangpo Canyon in Tibet, where it is known as Tsangpo Then it enters the Indian state Arunachal Pradesh, where it is known as Dihang or Siang. In the border of Assam and Arunachal Pradesh, two other rivers, Dibong or Sikang and Lohit join the Dihang river and becomes Luit or Brahmaputra river.
In Bangladesh it is known as Jamuna which meets the Padma river near Goalondo and flows into the bay of Bengal as the Meghna river. দক্ষিণ এছিয়াৰ এখন নদী৷ চীনদেশৰ তিব্বতত আৰম্ভ হৈ ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু অসম, বাংলাদেশৰ মাজেৰে বৈ গৈ বঙ্গোপ মহাসাগৰত পৰিছেগৈ৷
English: Brahmaputra,
Assamese: বুঢ়া লুইত, ব্ৰহ্মপুত্ৰ, বৰনৈ, বৰলুইত, লুইত, লোহিত, লৌহিত্য,
Karbi: lut,
Dimasa: dilao,
Tai: খে নাম ডাও ফী, খে নাম তিলাও,
Bangla: ব্রহ্মপুত্র

3. River(Proper Noun-Neuter) A river of Upper Assam. Golaghat and Dimapur city are situated beside this river. This river falls into Brahmaputra in Golaghat district. The ancient name of the river is Dhanasree. উজনি অসমৰ এখন নদী ৷ ডিমাপুৰ আৰু গোলাঘাট চহৰ দুখন ইয়াৰ পাৰতেই অৱস্থিত ৷ এই উপনদী গোলাঘাট জিলাত ব্রহ্মপুত্রৰ লগত মিলিত হৈছে ৷ ইয়াৰ প্রাচীন নাম ধনশ্রী ৷
English: Dhansiri,
Assamese: ধনশিৰি,
Dimasa: Dima,
Tai: খে নামতিমা,
Bangla: ধানসিড়ি

4. HinduismRiver(Proper Noun) [a] As per Hindu mythology, a river in The Heaven
[b] Mandakini is a tributary of river Alaknanda. Mandakini originates from the Charabari glacier near Kedarnath in Uttarakhand, India. Mandakini is fed by river Vasukiganga at Sonprayag. Mandakini joins Alaknanda at Rudraprayag. Alaknanda then proceeds towards Devaprayag where it joins with Bhagirathi River to form the Ganges. সৰ্গত থকা গঙ্গা নদী
English: Mandakini,
Assamese: মন্দাকিনী

5. River(Proper Noun-Neuter) A major river of India that flows through the state of Orissa.
English: Mahanadi,
Assamese: মহানদী,
Bangla: মহানদি

6. River(Proper Noun-Feminine) name of a river; In Hindu Mythology, Yamuna is the sister of Yama, God of Death and daughter of the Sun God. A large tributary of Ganges. On the other hand Brahmaputra inside Bangadesh takes it name Yamuna. এখন নদীৰ নাম; হিন্দু শাস্ত্র মতে যমুনা হ’ল মৃত্যুলোকৰ দেৱতা যমৰ ভগ্নী আৰু সুৰ্য্যদেৱৰ জীয়ৰী। গংগাৰ এখন ডাঙৰ উপনৈ। আনহাতে বহ্মপুত্ৰইও বাংলাদেশত যমুনা নাম লৈছে।
English: Yamuna,
Assamese: কলিন্দনন্দিনী, কল্মাষী, কালিনী, কালিন্দী, তপন-তনয়া, ভানুজা, যমুনা,
Bodo: यमुना,
Dimasa: Jomuna,
Bangla: যমুনা

7. River(Proper Noun-Neuter) An abandoned channel of river. নৈয়ে এৰি যোৱা পানী থকা সুঁতি ৷
English: Dead river,
Assamese: এৰা সুঁতি, এৰাধল, ডোঁৱাৰ্, মৰা সুঁতি, মৰ্-নৈ

8. River(Material Noun-Neuter) A tributory of Brahmaputra that divedes Golaghat and Jorhat district of Assam. ব্ৰহ্মপুত্ৰৰ উপনৈ৷ অসমৰ গোলাঘাট আৰু যোৰহাট জিলাক ভাগ কৰিছে৷
English: Kakdunga,
Assamese: কাকডোঙা

9. River(Proper Noun-Common &/or Masculine) A tributory of Brahmaputra, originating from Himalaya flowing through Darrang district finaly meets Brahmaputra. ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ৷ হিমালয়ৰ পৰা আহি দৰং জিলাৰ মাজেৰে আহি ব্ৰহ্মপুত্ৰত মিলিছে৷
English: Mangaldoi,
Assamese: মংগলদৈ, মঙ্গলদৈ,
Bodo: मंगलदोइ

10. River(Material Noun-Neuter) A tributory of Brahmaputra that divedes Kamrup and Darrang district of Assam. ব্ৰহ্মপুত্ৰ উপনৈ৷ দৰং আৰু কামৰূপ জিলাক ভাগ কৰিছে৷
English: Barnadi,
Assamese: বৰনদী,
Bodo: बोर्नोडी

11. River(Material Noun-Neuter) A tributary of Brahmaputra that flows through Tinsukia, Dibrugarh and Sibsagar district ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ এই নৈ খন অৰুণাচলৰ টিৰাপ জিলাৰ দক্ষিণ অংশৰ পাটকাই পৰ্বতৰ ২৬০০ মিটাৰ ওখ বুম শৃংগৰ পৰা ওলাইছে৷ তাৰ পাচত অৰুণাচল আৰু অসমৰ সীমাৰ কাষেৰে বৈ আহি দিল্লী নৈ নাম লৈ নামৰূপৰ দিল্লীঘাট হৈ নামৰূপ ষ্টেচনৰ পৰা ১ কি:মি: দক্ষিণে বৈ গৈ সাপেখাতী সংৰক্ষিত বনাঞ্চল সীমাইদি বৈ লংপতীয়া হৈ টিমক নৈৰ লগ হয়৷ ইয়াৰ পৰা ৩০ কি:মি: পশ্চিম-দক্ষিণ দিশত বৈ গৈ টাওকাক নৈৰ লগ হয়৷ তাৰ পাচত ১২ কি:মি: আহি চফ্ৰাই নৈৰ সৈতে লগ লাগি ৫ কি:মি: ভটিয়াই নঙলামৰা হৈ ৰজাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ৫ কি:মি: আহি আখৈফুটীয়াৰ বিপৰীত পাৰে বৰ পালেঙী জানৰ লগ হয়৷ তাৰ পাচত ডিমৌ নৈ লগ হৈ ৫ কি:মি: ভটিয়াই আহি দিচাংমুখত ব্ৰ্হ্মপুত্ৰত পৰিছে৷ দিচাং নৈ দীঘ ২৩০ কি:মি: আৰু অৱবাহিকাৰ কালি ৩৯৫০ বৰ্গ কি:মি:
English: Disang,
Assamese: দিচাং,
Bodo: दिसंग

12. River(Material Noun-Neuter) A tributory of Brahmaputra flowing through Jorhat district of Assam. Originating from Naga hills, meets Janji Noi and finally meets Brahmaputra. ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ যোৰহাট জিলাৰ মাজেৰে বৈ গৈ জাঁজি নৈৰ লগ হৈ ব্ৰহ্মপুত্ৰত মিলিছে।
English: Bhogdoi,
Assamese: দিচৈ নদী, দিচৈ নৈ, ভোগদৈ

13. River(Proper Noun-Neuter) A tributory of Brahmaputra, originating from Arunachal flowing through sonitpur finaly meets Brahmaputra. ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ৷ অৰুণাচলৰ পৰা আহি শোণিতপুৰৰ মাজেৰে আহি ব্ৰহ্মপুত্ৰত মিলিছে৷
English: Ranganadi,
Assamese: ৰঙানদী,
Bodo: रंगनडि

14. River(Proper Noun-Neuter) A tributory of Brahmaputra originating from Bhutan flowing through Kokrajhar and Dhubury district and end at Brahmaputra ব্ৰহ্মপুত্ৰৰ উপনৈ৷ ভূটানৰ পৰা ওলাই কোকৰাঝাৰ আৰু ধুবুৰীৰ মাজেৰে গৈ ব্ৰহ্মপুত্ৰত মিলিছে৷
English: Shonkosh,
Assamese: সোণকোষ

15. River(Proper Noun-Neuter) A tributary of Brahmaputr in upper Assam ডিব্ৰু নৈ বা ডিবুৰু নৈ। ডিব্ৰু নৈখন তিনিচুকীয়া জিলাৰ পূব সীমাৰ বুঢ়ী দিহিং সংৰক্ষিত বনৰ মাজৰ খেৰেম নামৰ ঠাইৰ পৰা ডিব্ৰুজান নামেৰে ওলাই তাৰ পৰা ডুমডুমা, বালিজান, চাবুৱা হৈ ডিব্ৰুগড় নগৰ পৰা ১৮ কি:মি: পূবত ব্ৰহ্মপুত্ৰত পৰিছে৷
English: Diburu Noi,
Assamese: ডিবুৰু নৈ, ডিব্ৰু নৈ

16. River(Proper Noun-Neuter) A tributary of Brahmaputra, originating from Arunachal Pradesh flowing throug Dhemaji district. ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ অৰুণাচলৰ পৰা আহি, ধেমাজি জিলাৰ মাজেদি বৈ ব্ৰহ্মপুত্ৰক মিলিছে৷
Assamese: গাই নদী

17. River(Proper Noun-Neuter) A tributary of Brahmaputa. Originating from Arunachal flowing through Lakhipur district meets the Brahmaputra. ব্ৰহ্মপুত্ৰৰ উপনৈ৷ অৰুণাচলৰ পৰা আহি লখিমপুৰ জিলাৰ মাজেদি বৈ ব্ৰহ্মপুত্ৰত মিলিছে৷
English: Dikring,
Assamese: দিক্ৰং

18. River(Proper Noun-Neuter) A tributary of Brahmaputra coming from Arunachal Himalaya flowing through Sonitpur district of Assam কামেং নদী (পূৰ্বৰ নাম ভৰলী নদী), ব্ৰহ্মপুত্ৰ নদীৰ এখন উল্লেখযোগ্য উপনৈ৷ ই অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বতৰ এটা হিমবাহৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে৷ বৰ্তমান ই অৰুণাচল প্ৰদেশত কামেং নদী আৰু অসমত জীয়া ভৰলী বুলি জনা যায়৷ কামেং নদীৰ দৈৰ্ঘ্য প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)
English: Jiya Bharali,
Assamese: কামেং নদী, জীয়া ভৰলী

19. River(Proper Noun-Common &/or Masculine) A tributary of Brahmaputra coming from Arunachal Himalaya flowing through Dhemaji district of Assam ব্ৰহ্মপুত্ৰৰ উপনৈ৷ অৰুণাচলৰ পৰা আহি অসমৰ ধেমাজি জিলাৰ মাজেদি বৈ ব্ৰহ্মপুত্ৰত মিলিছে৷
English: Jiya Dhol,
Assamese: জীয়া ঢল

20. River(Proper Noun-Masculine) A tributary of Lohit কুণ্ডিল নৈ৷ এই নৈ খন অৰুণাচলৰ লোহিত জিলাৰ মাজেৰে আহি শদিয়া মহ্কুমাৰ বালিজান নৈৰ এটা শাখাৰ লগ হৈ ১৪ কি:মি: বৈ আহি কপৌ পানী নৈৰ লগ লাগি দক্ষিণ পশ্চিমমুৱা হৈ চাপাখোৱা নগৰৰ পূৱত ওলায় তাৰ পাচত ১৪ কি:মি: ভটিয়াই আহি কুণ্ডিল গাঁৱত লোহিতৰ সৈতে লগ লাগে৷
English: Kundil,
Assamese: কুণ্ডিল

21. River(Common Noun-Neuter) Tributary of Lohit. লোহিতjৰ উপনৈ৷ নদীখনে চাংলাং জিলাৰ চৌখাম গিৰিপথৰ ওচৰৰ পৰা ওলাই দিয়ুন নৈ নামেৰে নামদফা হৈ ২৫ কি:মি: পশ্চিম মুৱাহৈ মেওঁ চহৰ পায়৷ ইয়াত নৈখৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম৷ মেওঁৰ পৰাই নৈখনক ন-দিহিং নামে জনা যায়৷ এই নৈখনে তিনিচুকীয়া জিলাৰ পূব সীমাৰে মাত্ৰ তিনি কি:মি: আহি ধনেখনা নামৰ ঠাইৰ কিছু উত্তৰত লোহিতত পৰিছে৷
English: Na Dihing,
Assamese: ন দিহিং

22. River(Proper Noun-Feminine) A tributary of Brahmaputa river in upper Assam ব্ৰহ্মপুত্ৰ এখন উপনৈ৷ দিহিংমুখত ব্ৰহ্মপুত্ৰত পৰে৷ বুঢ়ী দিহিং নৈ দীঘ ৩৬০ কি:মি:৷
English: Burhi Dihing,
Assamese: বুঢ়ী দিহিং

23. River(Proper Noun-Neuter) A tributary of Brahmaputra originating from Bhutan flowing through Kokrajhar and Dhuburi district meet Brahmaputra. ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ ভুটানৰ পৰা ওলাই কোকৰাঝাৰ আৰু ধুবুৰীৰ মাজেদি বৈ ব্ৰহ্মপুত্ৰত মিলিছে৷
English: Godadhar River,
Assamese: গদাধৰ নৈ

24. River(Proper Noun-Neuter) A tributary of Barak river in southern bank বৰাক নৈা দক্ষিণ পাৰৰ এখন উপনৈ
English: Jatinga,
Assamese: জাতিংগা, জাতিঙ্গা

25. River(Proper Noun-Neuter) The Barak river near Badarpur breaks into two streams. One of the is known as Surama and othe is Kushiyara বৰাক নদীৰ এটা ভাগ৷ বৰাক নদী বদৰপুৰ চহৰৰ ওচৰত দুই ধাৰাত বিভক্ত হৈ কৰিমগঞ্জ জিলাত প্ৰবেশ কৰিছে৷ দুই ধাৰাৰ নাম সুৰমা আৰু কুশিয়াৰা৷
English: Kushiyara,
Assamese: কুশিয়াৰা

26. River(Proper Noun-Common &/or Masculine) A tributary of Barak river in nothern bank. বৰাক নৈৰ উত্তৰ পাৰৰ এখন উপনৈ৷
English: ghagra,
Assamese: ঘাগৰা

27. River(Proper Noun-Neuter) A tributary of Barak river in nothern bank বৰাক নৈৰ উত্তৰ পাৰৰ এখন উপনৈ
English: katakhal,
Assamese: কাটাখাল

28. River(Proper Noun-Neuter) A tributary of Barak river in nothern bank বৰাক নৈৰ উত্তৰ পাৰৰ এখন উপনৈ
English: dhaleswari,
Assamese: ধলেশ্বৰী

29. River(Proper Noun-Neuter) A tributary of Barak river in southern bank বৰাক নৈা দক্ষিণ পাৰৰ এখন উপনৈ
English: Jiri,
Assamese: জিৰি

30. River(Proper Noun-Neuter) A tributary of Barak river in southern bank বৰাক নৈৰ দক্ষিণ পাৰৰ এখন উপনৈ।
English: chiri,
Assamese: চিৰি

31. River(Proper Noun-Neuter) The Barak river near Badarpur breaks into two streams. One of the is known as Surama and othe is Kushiyara বৰাক নদীৰ এটা ভাগ৷ বৰাক নদী বদৰপুৰ চহৰৰ ওচৰত দুই ধাৰাত বিভক্ত হৈ কৰিমগঞ্জ জিলাত প্ৰবেশ কৰিছে৷ দুই ধাৰাৰ নাম সুৰমা আৰু কুশিয়াৰা৷
English: surama,
Assamese: সুৰমা

32. River(Proper Noun-Neuter) Coming from Meghalaya hills Dudhnoi and Krishnai togather meets Brahaputa as Mornoi. মেঘালয়ৰপৰা ওলাই দুধনৈ আৰু কৃষ্ণাই মাটিয়া অঞ্চলত একেলগ হৈ মৰনৈ নাম লৈ ব্ৰহ্মপুত্ৰত পৰিছে।
English: Dudhnai,
Assamese: দুধনৈ

33. River(Proper Noun-Neuter) Coming from Meghalaya hills Dudhnoi and Krishnai togather meets Brahaputa as Mornoi মেঘালয়ৰপৰা ওলাই দুধনৈ আৰু কৃষ্ণাই মাটিয়া অঞ্চলত একেলগ হৈ মৰনৈ নাম লৈ ব্ৰহ্মপুত্ৰত পৰিছে
English: Krishnai,
Assamese: কৃষ্ণাই

34. River(Proper Noun-Neuter) Coming from Meghalaya hills Dudhnoi and Krishnai togather meets Brahaputa as Mornoi মেঘালয়ৰপৰা ওলাই দুধনৈ আৰু কৃষ্ণাই মাটিয়া অঞ্চলত একেলগ হৈ মৰনৈ নাম লৈ ব্ৰহ্মপুত্ৰত পৰিছে
English: Marnai,
Assamese: মৰনৈ

35. River(Proper Noun-Neuter) A tributary of Brahmaputra coming from Bhutan flowing through Kamrup district. ভুটানৰ পৰা আহি কামৰূপ জিলাৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰৰ উপনৈ৷
Assamese: পুঠিমাৰি

36. River(Proper Noun-Neuter) A tributary of Burhidihing in upper Assam এই নৈ খন তিনিচুকীয়া জিলাৰ বগাপানী সংৰক্ষিত বনাঞ্চলৰ পৰা খাৰজান নামেৰে ওলায়৷ তাৰ পাচত দিহিং বনাঞ্চলৰ মাজেদি আহি দক্ষিণ বালিজান আৰু বৰজান নামৰ দুটা জানৰ সৈতে লগ হৈ ডিগবৈ তেল নলাই দি আহি ডিগবৈ নৈ নাম লয়৷ তাৰ পৰা দক্ষিণ-পশ্চিম দিশত বৈ গৈ ভাদৈ পাঁচ আলি হৈ দুটা মান জানৰ লগ হৈ উষাপুৰেদি এটা অৰ্ধবৃত্তাকাৰ হৈ ডিগবৈ মুখত বুঢ়ী দিহিঙত পৰিছে৷ এই নৈ দীঘ ৪৮ কি:মি: আৰু অৱবাহিকাৰ কালি ১৬০ বৰ্গ কি:ম:৷
English: Digboi River,
Assamese: ডিগবৈ নৈ

37. PlaceRiver(Proper Noun-Neuter) A small river-island in Brahmaputra near Guwahati. Found in Indian mythology. ব্ৰহ্মপুত্ৰৰ মাজত গুৱাহাটীৰ উমানন্দৰ কাষত এটা নিচেই সৰু নদী দ্বীপ৷ পৌৰাণিক আখ্যান মতে এইটো দেখিলে শুভ কাম নাশ হয়৷
Assamese: কৰ্মনাশা

38. River(Proper Noun-Neuter) A tributary of Brahmaputra in north bank. কামৰূপ জিলাৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ এখন উল্লেখযোগ্য উপনৈ৷
English: Pagladiya,
Assamese: পাগলাদিয়া

39. River(Proper Noun-Neuter) A tributary of Brahmaputra coming from Bhutan flowing through Darrang district of Assam দৰং জিলাৰ উল্লেখযোগ্য উপনৈ৷ ভূটানৰ পৰা ওলাই দৰং জিলাৰ মাজেদি আহি ব্ৰহ্মপুত্ৰত মিলিছে
English: Nanoi,
Assamese: ননৈ

40. River(Proper Noun-Neuter) A tributary of Brahmaputra coming from Bhutan flowing through Darrang district of Assam দৰং জিলাৰ উল্লেখযোগ্য উপনৈ৷ ভূটানৰ পৰা ওলাই দৰং জিলাৰ মাজেদি আহি ব্ৰহ্মপুত্ৰত মিলিছে
English: Nowanoi,
Assamese: নোৱানৈ

41. River(Proper Noun-Neuter) A tributary of Brahmaputra flowing through Kamrup(metro) district of Assam কামৰূপ(মেট্ৰ) জিলাৰ উল্লেখযোগ্য উপনৈ৷ ভৰলুমুখত ব্ৰহ্মপুত্ৰত মিলিছে
English: Bharalu,
Assamese: ভৰলু

42. River(Proper Noun-Common &/or Masculine) The Yarlung Tsangpo is the Tibetan language name of the part of Brahmaputra river that flows through Tibet. ব্ৰহ্মপুত্ৰ আগলি ভাগ চাংপো নৈ, এই নৈ উৎপত্তি তিব্বতৰ কৈলাস পৰ্বতৰ চেমা-যুদুং নামৰ হিমবাহৰ পৰা হৈছে, ইয়াৰ স্থানৰ উচ্চ্তা ৫১৫০ মিটাৰ৷
English: Tsangpo, Yarlung Tsangpo,
Assamese: চাংপো

43. River(Proper Noun-Neuter) A tributary of Brahmaputra in south bank and in Dhuburi district. ধুবুৰী জিলাত ব্ৰহ্মপুত্ৰৰ দক্ষিন পাৰত এখন উল্লেখযোগ্য উপনৈ৷
English: Jinjiram,
Assamese: জিঞ্জিৰাম

44. River(Proper Noun-Neuter) Longest river in England and second longest in United kingdom. ইংলেণ্ডৰ আটাইতকৈ দীঘল আৰু যুক্তৰাজ্যৰ দ্বিতীয় দীঘল নদী৷
English: Thames,
Assamese: টেমচ্‌

45. River(Proper Noun-Neuter) A tributary of Brahmaputra coming from Arunachal flowing through Sonitpur District. ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ অৰুণাচলৰ পৰা ওলাই শোণিতপুৰৰ মাজেদি বৈ বুঢ়া লুইতত মিলিছে৷
English: Kharoi,
Assamese: খাৰৈ

46. River(Proper Noun-Neuter) A tributary of Brahmaputra coming from Arunachal flowing through Sonitpur District ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ অৰুণাচলৰ পৰা ওলাই শোণিতপুৰৰ মাজেদি বৈ বুঢ়া লুইতত মিলিছে৷
English: Pichala,
Assamese: পিছলা

47. River(Proper Noun-Neuter) A tributary of Brahmaputra coming from Arunachal flowing through Sonitpur District. ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ অৰুণাচলৰ পৰা ওলাই শোণিতপুৰৰ মাজেদি বৈ বুঢ়া লুইতত মিলিছে৷
English: Brahmajan,
Assamese: ব্ৰহ্মাজান

48. River(Proper Noun-Neuter) A tributary of Brahmaputra coming from Arunachal flowing through Sonitpur District. ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ অৰুণাচলৰ পৰা ওলাই শোণিতপুৰৰ মাজেদি বৈ বুঢ়া লুইতত মিলিছে৷
English: Ghiladhari,
Assamese: ঘিলাধাৰী

49. River(Proper Noun-Neuter) A tributary of Brahmaputra coming from Arunachal flowing through Sonitpur District ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ অৰুণাচলৰ পৰা ওলাই শোণিতপুৰৰ মাজেদি বৈ বুঢ়া লুইতত মিলিছে৷
English: Buroi,
Assamese: বুৰৈ

50. River(Proper Noun-Feminine) The main river of Myanmar flowing across the country from north to south. Found mention in hindu mythology. ম্যানমাৰৰ প্ৰাণ স্বৰূপ দেশখনৰ উত্তৰাদক্ষিনাকৈ বৈ যোৱা মুখ্য নদী৷ হিন্দু উপাখ্যানত উল্লেখ আছে৷
English: Ayeyarwady, Irawati,
Assamese: ইৰাৱতী

51. River(Proper Noun-Neuter) Tributary of Brahmaputra in Dhemaji district of Assam. ধেমাজি জিলাৰ উপনৈ৷ ই অৰুণাচলৰ পৰা আহি ব্ৰহ্মপুত্ৰত পৰিছে৷
English: Debing,
Assamese: দেবিং, বুঢ়ীসুঁতি

52. River(Proper Noun-Common &/or Masculine) First tributary of Brahmaputra in Dhemaji district of Assam ধেমাজি জিলাৰ প্ৰথমখন উপনৈ৷ ই দেবিং নামৰ আন এখন উপনৈৰ লগ লাগি একেলগে ব্ৰহ্মপুত্ৰত পৰিছে৷
English: Deping,
Assamese: দেপিং

53. River(Proper Noun-Neuter) A tributary of Brahmaputra in north bank flowing through Dhakuakhana of Dhamaji. ব্ৰহপুত্ৰৰ উত্তৰ পাৰে ধেমাজিৰ টকুৱাখনাৰ মাজেৰে বৈ যোৱা এখন উল্লেখযোগ্য উপনৈ৷
English: Charikariya,
Assamese: চাৰিকড়ীয়া

54. River(Proper Noun-Neuter) A very important tributary of Brahmaputra in norther bank. Coming from Bhutan flowing through Kokrajhar and Bongaingaon district. ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উল্লেখযোগ্য উপনৈ ভূটানৰ পৰা ওলাই কোকৰাঝাৰ আৰু বঙাইগাঁৱৰ মাজেদি বৈ গৈছে
English: Manah,
Assamese: মানাহ

55. River(Proper Noun-Neuter) A very important tributary of Brahmaputra in norther bank. Coming from Bhutan flowing through Kokrajhar and Bongaingaon district meets manah and together end at Brahmaputra ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উল্লেখযোগ্য উপনৈ ভূটানৰ পৰা ওলাই কোকৰাঝাৰ আৰু বঙাইগাঁৱৰ মাজেদি বৈ মানাহত মিলিছে৷
English: Aai,
Assamese: আই

56. River(Proper Noun-Neuter) A tributary in north Bank of Brahmaputra originating from Bhutan flowing through Nalbari district. ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰধান উপনৈ৷ নলবাৰী জিলাত পুঠিমাৰি নৈৰ পশ্চিমলৈ৷ ভূটানৰ পৰা বৈ আহিছে৷
English: Baraliya,
Assamese: বৰলীয়া

57. River(Proper Noun-Neuter) A tributary of Brahmaputra within Majuli island of Jorhat district. মাজুলি মহকুমাৰ ব্ৰহ্মপুত্ৰৰ এখন উল্লেখযোগ্য উপনৈ৷
English: Tuni,
Assamese: গুৰুগংগা, টুনী, টুনী নৈ, বশিষ্ঠ গংগা

58. River(Proper Noun-Neuter) A channel of Brahmaputra in northern part Majuli island of Jorhat district মাজুলিৰ উত্তৰে আৰু লখিমপুৰ জিলাৰ দক্ষিণত ব্ৰহ্মপুত্ৰ এটা উল্লেখযোগ্য সুঁতি
Assamese: খেৰকটীয়া সুঁতি, লোহিত সুঁতি

59. River(Proper Noun-Neuter) A very important tributary of Brahmaputra in norther bank. Coming from Bhutan flowing through Kokrajhar and Goalpara end at Brahmaputra ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উল্লেখযোগ্য উপনৈ ভূটানৰ পৰা ওলাই কোকৰাঝাৰ আৰু গোৱালপাৰাৰ মাজেদি বৈ গৈছে
English: champawati,
Assamese: চম্পাৱতী

60. River(Proper Noun-Neuter) A very important tributary of Brahmaputra in norther bank. Coming from Bhutan flowing through Kokrajhar and Bongaingaon end at Brahmaputra ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উল্লেখযোগ্য উপনৈ। ভূটানৰ পৰা ওলাই কোকৰাঝাৰ আৰু বঙাইগাঁৱৰ মাজেদি বৈ গৈছে৷
English: kunjiya,
Assamese: কুঁজীয়া

61. River(Proper Noun-Neuter) A very important tributary of Brahmaputra in norther bank. Coming from Bhutan flowing through Kokrajhar and Goalpara end at Brahmaputra ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উল্লেখযোগ্য উপনৈ ভূটানৰ পৰা ওলাই কোকৰাঝাৰ আৰু গোৱালপাৰাৰ মাজেদি বৈ গৈছে
English: Saralbhanga,
Assamese: বেঁকী, সৰলভাঙা

62. River(Proper Noun-Neuter) The river was western border of ancient kamrup. এই নদীখন প্ৰাচীন কামৰূপ ৰাজ্যৰ পশ্চিম সীমা আছিল৷ বুৰঞ্জীত লেখামতে হিউৱেনচাং কৰতোৱা পাৰহৈ কামৰূপত সোমাইছিল৷
English: Karatowa river,
Assamese: কৰতোৱা, কৰতোৱা নদী

63. River(Proper Noun-Neuter) A riverlet coming from Arunachal ends at Kharoi tributary of Brahmaputra. It divides Lakhimpur and Sonitpur district of Assam. এখন জান বা জুৰি৷ অৰুণাচলৰ পৰা আহি খাৰাই উপনদীত পৰিছে৷ লখিমপুৰ আৰু শোণিতপুৰ জিলাক ভাগ কৰিছে।
English: Hawajan,
Assamese: হাৱাজান

64. River(Proper Noun-Neuter) The Rhine is a European river that begins in the Swiss canton of Graubünden in the southeastern Swiss Alps, forms part of the Franco-German border, then flows through Germany and eventually empties into the North Sea in the Netherlands. It is the twelfth longest river in Europe, at about 1,233 km (766 mi), with an average discharge 2,200 m3/s (78,000 cu ft/s). পশ্চিম ইউৰোপৰ গুৰুত্বপূৰ্ণ নদী৷ আল্পচ পৰ্বতৰ পৰা ওলাই নেডাৰলেণ্ডৰ ওচৰত সাগৰত পৰিছে৷
English: Rhine,
Assamese: ৰাইন

65. River(Proper Noun-Neuter) The Yellow River or Huang He is the third-longest river in Asia, following theYangtze River and Yenisei River, and the sixth-longest in the world at the estimated length of 5,464 km (3,395 mi). Originating in the Bayan Har Mountains in Qinghai province of western China, it flows through nine provinces, and it empties into the Bohai Sea near the city of Dongying inShandong province চীন দেশৰ তৃতীয় দীঘল নদী আৰু পৃথিৱীৰ ষষ্ঠ দীঘল নদী৷
English: Huang Ho, yellow river,
Assamese: হালধীয়া নৈ, হোৱাং হো

66. River(Proper Noun-Neuter) The Mississippi River is the chief river of the largest drainage system in North America. Flowing entirely in the United States (though its drainage basin reaches into Canada). আমেৰিকা যুক্তৰাষ্ট্ৰ আটাইতকৈ দীঘল নদী৷
English: Mississippi,
Assamese: মিচিচিপি,
Bodo: मिसिसिपि दैमा

67. River(Proper Noun-Neuter) The Nile is a major north-flowing river in northeastern Africa, generally regarded as the longest river in the world. It is 6,853 km long. আফ্ৰিকা মহাদেশৰ উত্তৰ অঞ্চলৰ নদী৷ ই পৃথিবীৰ আটাইতকৈ দীঘল নদী৷
English: Nile,
Assamese: নীল নদী

68. River(Proper Noun-Neuter) The Volga is the longest river in Europe; it is also Europe's largest river in terms of discharge and watershed. It flows through central Russia and is widely viewed as the national river of Russia. ইউৰোপৰ আটাইতকৈ দীঘল নদী৷ ৰাচিয়াৰ জাতীয় নদী হিচাপে গণ্য কৰা হয়৷
English: Volga,
Assamese: ভল্গা

69. River(Proper Noun-Neuter) The Kaveri, also spelled Cauvery in English, is a large Indian river. The origin of the river is traditionally placed at Talakaveri, Kodagu in the Western Ghats in Karnataka, flows generally south and east through Karnataka and Tamil Nadu and across the southern Deccan plateau through the southeastern lowlands, emptying into the Bay of Bengal through two principal mouths. দক্ষিণ ভাৰতৰ এখন ডাঙৰ নদী৷ পশ্চিম ঘাট পৰ্বতৰ পৰা ওলাই কৰ্নাটক আৰু তামিলনাডুৰ মাজেদি বৈ বংগোপসাগৰত মিলিছে৷
English: Cauvery, kaveri,
Assamese: কাবেৰী

70. River(Proper Noun-Neuter) The Narmada also called the Rewa, is a river in central India and the fifth longest river in the Indian subcontinent. It is the third longest river that flows entirely within India, after the Godavari and the Krishna.  মধ্য ভাৰতৰ এখন ডাঙৰ নদী৷ অমৰকণ্টক পৰ্বতৰ পৰা ওলাই মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজেদি বৈ আৰব সাগৰত মিলিছে৷
English: Narmada, Rewa,
Assamese: নৰ্মদা

71. River(Proper Noun-Neuter) The Kali Gandaki or Gandaki River (also known as the Narayani in southernNepal and the Gandak in India) is one of the major rivers of Nepal and a left bank tributary of the Ganges in India. It is also called Krishna Gandaki in Nepal. নেপালৰ এখন প্ৰধান নৈ৷ গংগাৰ এখন ডাঙৰ উপনৈ৷
English: Gandaki,
Assamese: কালি গণ্ডকী, গণ্ডক, গণ্ডকী, নাৰায়ণী

72. River(Proper Noun-Neuter) Tapti Rive is a river in central  India. It is one of the major rivers of peninsular India with a length of around 724 kilometres (450 mi) মধ্য ভাৰতৰ এখন ডাঙৰ নদী৷ বেতুল জিলাৰ মুলতাইৰ পৰা ওলাই মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজেদি বৈ আৰব সাগৰত মিলিছে৷
English: Tapti,
Assamese: তাপ্তি

73. River(Proper Noun-Neuter) The Amazon River in South America is the largest river by discharge of water in the world, averaging a discharge of about 209,000 cubic meters per second (7,381,000 cu ft/s), greater than the next seven largest independent rivers combined. It is also generally regarded as the second longest river in the world, has the largest drainage basin in the world, about 7,050,000 square kilometres (2,720,000 sq mi), and accounts for approximately one-fifth of the world's total river flow. দক্ষিণ আমেৰিকাত অৱস্থিত৷ আটলান্টিক মহাসাগৰত মিলিছে৷ পৃথিৱীৰ দ্বিতীয় বৃহৎ দৈৰ্ঘ্যৰ নদী৷
English: Amazon,
Assamese: আমাজন

74. River(Proper Noun-Neuter) The Krishna River is the third longest river in central?southern India, after the Ganges and the Godavari. The river is almost 1,300 kilometres (810 mi) long. মধ্য আৰু দক্ষিণ ভাৰতৰ উল্লেখযোগ্য নদী৷ ১৩০০ কিলোমিটাৰ দীঘল৷
English: Krishna,
Assamese: কৃষ্ণা

75. River(Proper Noun-Neuter) The Godavari is the second longest river in India after the river Ganges. It starts in Maharashtra and flows for 1,465 kilometres into the Bay of Bengal via the states of Telangana and Andhra Pradesh. মধ্য ভাৰতৰ উল্লেখযোগ্য নদী৷ ১৪৬৫ কিলোমিটাৰ দীঘল৷
English: Godavari,
Assamese: গোদাৱৰী

76. River(Proper Noun-Neuter) The Mekong is a trans-boundary river in Southeast Asia. It is the world's 12th-longest river and the 7th-longest in Asia. Its estimated length is 4,350 km, and it drains an area of 795,000 km², discharging 457 km³ of water annually দক্ষিণ পূব এচিয়াৰ বহু কেইখন দেশৰ মাজেৰে বৈ যোৱা এখন দীঘল নদী৷ এচিয়াৰ ৭ম পৃথিৱীৰ ১২শ দৈৰ্ঘ্য৷ চীন, ম্যানমাৰ, লাওচ, ভিয়েটনাম, কম্বোদিয়া আৰু থাইলেণ্ডৰ মাজেদি বৈ গৈছে৷
English: Mekong,
Assamese: মেকং, মেকং নৈ

77. River(Proper Noun-Neuter) The Tigris River is the eastern member of the two great rivers that define Mesopotamia, the other being the Euphrates. The river flows south from the mountains of southeastern Turkey through Iraq. টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ ইৰাকৰ দুখন নদীৰ নাম৷ আজিও বৈ আছে এই নদী ইৰাকৰ বুকুৰ মাজেৰে৷ দুই নদীৰ মাজত গঢ় লৈ উঠিছিল ইৰাকৰ ভূমিতে মেছপটেমিয়া সভ্যতা৷ গ্ৰীক ভাষাত মেছপটেমিয়াৰ অৰ্থ দুই নদীৰ মাজৰ ভূমি৷
English: Tigris,
Assamese: টাইগ্ৰিছ

78. River(Proper Noun-Neuter) The Chindwin River  is a river in Burma(Myanmar), and the largest tributary of the country’s chief river the Ayeyarwady(Irrawaddy). It flows entirely within Burma and is known as Ning-thi to the Manipuris. ম্যানমাৰৰ ইৰাৱতী নদীৰ আটাইতকৈ ডাঙৰ উপনৈ৷ হুকং উপত্যকাৰ পৰা ওলাই ইৰাৱতীত মিলিছে৷
English: Chindwin,
Assamese: চিন্দুইন

79. River(Proper Noun-Neuter) The Indus River is a major river in Asia which flows through Pakistan. It also has courses through western Tibet and India (Kashmir.) Originating in the Tibetan Plateau in the vicinity of Lake Mansarovar, the river runs a course through the Ladakh region of Jammu and Kashmir, towards Gilgit and Baltistan and then flows in a southerly direction along the entire length of Pakistan to merge into the Arabian Sea near the port city of Karachi in Sindh. The total length of the river is 3,180 km (1,980 mi). It is Pakistan's longest river. এচিয়াৰ এখন উল্লেখযোগ্য নদী৷ তিব্বতৰ পৰা আহি লাডাখৰ,কাশ্মীৰৰ হৈ পাকিস্থানৰ মাজেদি গৈ আৰব সাগৰত মিলিছে৷
English: Indus,
Assamese: সিন্ধু

80. River(Proper Noun-Neuter) The Euphrates River is the western member of the two great rivers that define Mesopotamia, the other being the Tigris. The river flows south from the mountains of southeastern Turkey through Iraq. টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ ইৰাকৰ দুখন নদীৰ নাম৷ আজিও বৈ আছে এই নদী ইৰাকৰ বুকুৰ মাজেৰে৷ গঢ় লৈ উঠিছিল ইৰাকৰ ভূমিতে মেছ`প`টেমিয়া সভ্যতা৷ গ্ৰীক ভাষাত মেছ`প`টেমিয়াৰ অৰ্থ দুই নদীৰ মাজৰ ভূমি৷ 
English: Euphrates,
Assamese: ইউফ্ৰেটিছ

81. River(Proper Noun-Neuter) Rivers Pohumara and Kaldia joins near Barpeta town to form river Nakhanda whereas Palla and Beki join with Nakhanda to ultimately form Chaulkhowa river. ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, আৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে৷ পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে
English: Pahumara,
Assamese: পহুমৰা

82. River(Proper Noun-Neuter) Rivers Pohumara and Kaldia joins near Barpeta town to form river Nakhanda whereas Palla and Beki join with Nakhanda to ultimately form Chaulkhowa river. ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, আৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে৷ পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে
English: Palla,
Assamese: পল্লা

83. River(Proper Noun-Neuter) Rivers Pohumara and Kaldia joins near Barpeta town to form river Nakhanda whereas Palla and Beki join with Nakhanda to ultimately form Chaulkhowa river. ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, আৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে৷ পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে
English: Chaolkhowa,
Assamese: চাউলখোৱা

84. River(Proper Noun-Neuter) Rivers Pohumara and Kaldia joins near Barpeta town to form river Nakhanda whereas Palla and Beki join with Nakhanda to ultimately form Chaulkhowa river. ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, আৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে৷ পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে
English: Nakhanda,
Assamese: নখাণ্ডা

85. River(Proper Noun-Neuter) Rivers Pohumara and Kaldia joins near Barpeta town to form river Nakhanda whereas Palla and Beki join with Nakhanda to ultimately form Chaulkhowa river. ব্ৰহ্মপুত্ৰ নদীত পৰা উপনৈ সমূহ হ’ল বেকী, মানাহ, পহুমাৰা, কালদিয়া, প’ল্লা, নখাণ্ডা, মৰাচাউলখোৱা, আৰু ভেলেঙী, যিবোৰে উত্তৰৰ পৰা দক্ষিণলৈ বৈছে৷ পহুমাৰা আৰু কালদিয়া নৈ বৰপেটা চহৰৰ ওচৰত লগ হৈ নখাণ্ডা আনহাতে প’ল্লা আৰু বেকী নৈ নখাণ্ডা উপনৈৰ লগ হৈ চাউলখোৱা নাম পায় ব্ৰহ্মপুত্ৰত পৰে
English: Kaldiya,
Assamese: কালদিয়া

86. River(Proper Noun-Neuter) A place in Guwahati city গুৱাহাটী মহানগৰীৰ এখন উল্লেখযোগ্য স্থান
English: Hengerabari,
Assamese: হেঙেৰাবাৰী

87. River(Proper Noun-Neuter) A place in Guwahati city গুৱাহাটী মহানগৰীৰ এখন উল্লেখযোগ্য স্থান
English: Ulubari,
Assamese: উলুবাৰী

88. River(Proper Noun-Neuter) A place in Guwahati city গুৱাহাটী মহানগৰীৰ এখন উল্লেখযোগ্য স্থান
English: Noonmati,
Assamese: নুনমাটি

89. River(Proper Noun-Neuter) An important river-let flowing through Jorhat district. যোৰহাট জিলাৰ উল্লেখযোগ্য জান বা জুৰি৷
English: Tiyak,
Assamese: টিয়ক

90. River(Proper Noun-Neuter) An important river-let flowing through Jorhat district. যোৰহাট জিলাৰ উল্লেখযোগ্য জান বা জুৰি৷
English: Kakajan,
Assamese: কাকজান

91. River(Proper Noun-Feminine) One of the most important rivers in Bangladesh, one of the three that forms the Ganges Delta, the largest on earth fanning out to the Bay of Bengal. Being a part of the Surma-Meghna River System, Meghna is formed inside Bangladesh by the joining of different rivers originating from the hilly regions of eastern India. The river meets Padma River in Chandpur District. The river ultimately flows into the Bay of Bengal in Bhola District. বাংলাদেশৰ এখন ডাঙৰ নদী৷ অসমৰ বৰাক নদীয়ে বাংলাদেশত মেঘনা নাম লৈছে বহ্মপুত্ৰই যমুনা নামেৰে পদ্মা(গংগা)ত মিলি একেলগে মেঘনাত মিলি বংগোপসাগৰত পৰিছে৷
English: Meghna,
Assamese: মেঘনা,
Nepali: मेघना

92. River(Proper Noun-Feminine) Padma is a major river in Bangladesh. It is the main distributary of the Ganges, flowing generally southeast for 120 kilometres (75 mi) to its confluence with the Meghna. বাংলাদেশত গংগাৰ মূল সূঁতিটোৰ নাম পদ্মা৷ ফাৰাক্কাৰ ওচৰত গংগা দুভাগ হৈছে, এভাগ হুগলী নামেৰে দক্ষিণলৈ বৈ গৈছে, আনভাগ পদ্মা নামেৰে বাংলাদেশত সোমাইছে৷
English: Padma,
Assamese: পদ্মা

93. River(Proper Noun-Feminine) (traditionally called `Ganga`) An approximately 260 kilometres (160 mi) long tributary of the Ganges River in West Bengal, India. পশ্চিম বংগত গংগাৰ সূঁতিটোৰ নাম হুগলী৷ ফাৰাক্কাৰ ওচৰত গংগা দুভাগ হৈছে, এভাগ হুগলী(ভাগীৰথী-হুগলী) নামেৰে দক্ষিণলৈ বৈ গৈছে, আনভাগ পদ্মা নামেৰে বাংলাদেশত সোমাইছে৷
English: Bhagirathi-Hooghly, Hooghly, Hugli,
Assamese: ভাগীৰথী-হুগলী, হুগলী

94. River(Proper Noun-Feminine) (traditionally called `Ganga`) An approximately 260 kilometres (160 mi) long tributary of the Ganges River in West Bengal, India. পশ্চিম বংগত গংগাৰ সূঁতিটোৰ নাম হুগলী৷ ফাৰাক্কাৰ ওচৰত গংগা দুভাগ হৈছে, এভাগ হুগলী(ভাগীৰথী-হুগলী) নামেৰে দক্ষিণলৈ বৈ গৈছে, আনভাগ পদ্মা নামেৰে বাংলাদেশত সোমাইছে৷
English: Bhagirathi-Hooghly, Hooghly, Hugli,
Assamese: ভাগীৰথী-হুগলী, হুগলী

95. River(Proper Noun-Feminine) A tributery of Ganges (Hooghly River) in West Bengal পশ্চিম বংগত গংগাৰ (ভাগীৰথী-হুগলী)এখন উপনৈ৷
English: damodar,
Assamese: দামোদৰ

96. River(Proper Noun-Feminine) A tributery of Ganges. গংগাৰ এখন উপনৈ৷
English: Gomti,
Assamese: গোমতি

97. River(Proper Noun-Feminine) A tributery of Ganges flowing through Uttarakhand and UP. গংগাৰ এখন উপনৈ৷ উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ মাজেৰে বৈ গৈছে৷
English: Ramganga,
Assamese: ৰামগংগা

98. River(Proper Noun-Neuter) The largest and most important river in Chittagong and the Chittagong Hill Tracts, is a 667-metre wide river in the south-eastern part of Bangladesh. বাংলাদেশৰ চিটাগং অঞ্চলৰ আটাইতকৈ ডাঙৰ নদী৷ চিটাগং এই নদীৰ পাৰত৷
English: Karnaphuli,
Assamese: কৰ্ণফুলি নৈ

99. River(Proper Noun-Neuter) a river flowing through Kulu Manali of Himachal Pradesh originating from Rohtang Pass. হিমাচল প্ৰদেশৰ কুলু মানালী অঞ্চলৰ মাজেদি যোৱা, ৰোহটাং গিৰিপথৰ পৰা উত্পন্ন হোৱা নৈ৷
English: The Beas River, Vipasha,
Assamese: বিপাশা নদী, ব্যাস নদী

100. River(Proper Noun-Feminine) One of the three major constituent rivers or headstreams that forms The Ganges. তিনিখন প্ৰধান নদীৰ এখন যি একলগ হৈ গংগা নদী হৈছে৷
English: Bhagirathi,
Assamese: ভাগীৰথী

Related Idea:

a. Proper Noun-Neuter: ganges, অধ্বগা, খগাপগা, গংগকা, গংগা...

101. River(Proper Noun-Feminine) One of the three major constituent rivers or headstreams that forms The Ganges. তিনিখন প্ৰধান নদীৰ এখন যি একলগ হৈ গংগা নদী হৈছে৷
English: Alakananda,
Assamese: অলকানন্দ

Related Idea:

a. Proper Noun-Neuter: ganges, অধ্বগা, খগাপগা, গংগকা, গংগা...

102. River(Proper Noun-Feminine) One of the three major constituent rivers or headstreams that forms The Ganges. The other two headstreams are Bhagirathi and Alakananda. ভাৰতবৰ্ষৰ উত্তৰ অঞ্চলৰ মাজেদি বৈ যোৱা এক প্ৰধান নদী৷ ভাগীৰথী আৰু অলকানন্দা লগহৈ গংগা নাম লৈছে৷
Assamese: সৰযু

Related Idea:

a. Proper Noun-Neuter: ganges, অধ্বগা, খগাপগা, গংগকা, গংগা...

103. River(Proper Noun-Neuter) A river in Assam, flowing west of famous Manah river. মানাহ নদীৰ পশ্চিমে এখন নদী৷
English: Kanamakara River, Makara River,
Assamese: কনামকৰা নদী, মকৰা নদী

104. River(Proper Noun-Neuter) Part of Chambal river in Ujjwavini in Madhya Pradesh, India মধ্য প্ৰদেশৰ উজ্জ্বয়িনীৰ ওচৰত চম্বল নদীৰ শাখা৷
English: Shipra,
Assamese: শিপ্ৰা

105. River(Material Noun-Neuter) A river in the Kashmir region of India and Pakistan; it starts in the Indian city of Gurais and then merges with the Jhelum River near the Pakistani city of Muzaffarabad. কাশ্মীৰৰ সোণমাৰ্গৰ ওচৰৰ হ্ৰদৰ পৰা ওলাই পাকিস্তানৰ মুজাফৰবাদ চহৰৰ ওচৰত ঝিলাম নদীৰ লগত মিলিছে৷
English: Kishanganga, Neelum River,
Assamese: কৃষ্ণগংগা, কৃষ্ণগঙ্গা, নীলম নদী

106. River(Proper Noun-Feminine) A river that flows in Indian and Pakistan administrated Kashmir, and Punjab, Pakistan. It is the westernmost of the five rivers of Punjab, and passes through Jhelum District. ভাৰত আৰু পাকিস্তানৰ মাজেদি বৈ গৈছে৷ পাঞ্জাবৰ পাঁচখন নদীৰ এখন৷ চেনাব নদীৰ উপনৈ৷ দৈৰ্ঘ ৮১৩ কিলোমিটাৰ (৫০৫ মাইল)।
English: Jehlam River, Jhelum River,
Assamese: ঝিলাম, ঝিলাম নদী, বিতস্তা

107. River(Material Noun-Neuter) A main tributory of Yamuna, starting from Maddhya Pradesh, flowing through Rajasthan and finaly meets Yamuna in UP. চম্বল নদী হল যমুনা নদীৰ প্ৰধান উপনৈ৷ বৃহত্তম গঙ্গা অববাহিকাৰ অংশ৷ মধ্য প্ৰদেশত উৎপন্ন হৈ মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ মাজেদি দি প্ৰবাহিত হৈ উত্তৰ প্ৰদেশত যমুনা নদীৰ লগত মিলিছে৷
English: Chambal, Chambal river,
Assamese: চম্বল, চম্বল নদী

108. River(Proper Noun-Neuter) A major river of India and Pakistan. It forms in the upper Himalayas in the Lahaul and Spiti district of Himachal Pradesh, India, and flows through the Jammu region of Jammu and Kashmir into the plains of the Punjab, Pakistan. ভাৰত আৰু পাকিস্থানৰ মাজেদি বৈ যোৱা এখন উল্লেখয়োগ্য নদী৷
English: Chenab River,
Assamese: চেনাব, চেনাব নদী

109. River(Proper Noun-Masculine) A major river of Bangladesh
English: Tista,
Assamese: তিস্তা

110. HistorialRiver(Proper Noun-Neuter) a tributary of the river Dikhou located in the Sivasagar district of Assam; a historic stone bridge was constructed over this tributary during the reign of the Ahom king Rudra Singha অসমৰ শিৱসাগৰ জিলাৰ দিখৌ নদীৰ এখন উপনৈ; ইয়াৰ ওপৰত এখন ঐতিহাসিক শিলৰ দলং আহোম ৰজা ৰুদ্ৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল৷
English: Namdang,
Assamese: নামদাং