Items in Legal
1. Legal(Common Noun) Someone not guilty of a particular crime.
কোনো অপৰাধত লিপ্ত নথকা ব্যক্তিবিশেষ ৷
কোনো অপৰাধত লিপ্ত নথকা ব্যক্তিবিশেষ ৷
Assamese: অনপৰাধী, কাঠী চেলেকা, নিজগৰীয়া, নিৰপৰাধী, নিৰ্দোষী, বে-কসুৰ, শান্তমনী,
Bodo: उन्दैसिन, दायगोयि,
Meeteilon: maral leitaba,
Nepali: निरपराध, निर्दिषी,
Deori: তিতিচ্চা-দুমা,
Related Idea:
a. Proper Adj.: blameless, faultless, impeccable, inculpable, innocent...
2. Legal(Abstract Noun) the principles and regulations established in a community by some authority and applicable to its people, whether in the form of legislation or of custom and policies recognized and enforced by judicial decision.
ন্যায়িক সিদ্ধান্তৰ দ্বাৰা স্বীকৃত বা প্ৰৱৰ্ত্তিত বিধি বা ৰীতি ৰূপে কোনো কৰ্ত্তৃপক্ষৰ দ্বাৰা প্ৰতিস্থাপিত আৰু ইয়াৰ অধীনস্থ সকলো লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি আৰু আদৰ্শ
ন্যায়িক সিদ্ধান্তৰ দ্বাৰা স্বীকৃত বা প্ৰৱৰ্ত্তিত বিধি বা ৰীতি ৰূপে কোনো কৰ্ত্তৃপক্ষৰ দ্বাৰা প্ৰতিস্থাপিত আৰু ইয়াৰ অধীনস্থ সকলো লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি আৰু আদৰ্শ
Assamese: আইন, বিধানkm , বিধি-ব্যৱস্থা,
Bodo: आइन, नेमखान्थि,
Meeteilon: cheirak wayel,
Nagamese: ain,
Hindi: कानून,
Bangla: আইন,
Nepali: कानुन,
Rabha: আইন,
Deori: দিচি, নিয়ম,
3. Legal(Common Noun-Common) a person who is trained and qualified to advise people on legal issues and can represent them in the court, a person who is engaged in the legal professon
আইন সেৱা আগবঢ়োৱা আৰু আদালত বা ন্যায়ালয়ত ওকালতি কৰা লোক|
আইন সেৱা আগবঢ়োৱা আৰু আদালত বা ন্যায়ালয়ত ওকালতি কৰা লোক|
Assamese: অধিবক্তা, আইনজীৱী, আইনজ্ঞ, উকিল, বেৰিষ্টাৰ, ব্যৱহাৰজীৱী,
Bodo: उकिल,
Meeteilon: wayelloy,
Dimasa: okil,
Hindi: अधिवक्ता, एडवोकेट, पक्ष समर्थन,
Bangla: আইনজীবী, উকিল,
Nepali: अधिवक्ता, एडवोकेट, पक्ष समर्थन,
Rabha: আয়েন্গিৰি, জেৰাগ্ৰাক্,
Deori: চ্চু-চ্চেয়া, চ্চু-য়েয়া,
4. Legal(Abstract Noun) A state of being confined for a short time.
সীমিত সময়ৰ বাবে পুলিচ বা প্ৰশাসনৰ অধীনত থকা ৷
সীমিত সময়ৰ বাবে পুলিচ বা প্ৰশাসনৰ অধীনত থকা ৷
5. Legal(Abstract Noun) a formal decision, law, or the like, by a legislature, ruler, court, or other authority; decree or edict; statute; judgment, resolve, or award
কোনো বিধায়িনী, প্ৰশাসক, ন্যায়ালয় বা অন্য কৰ্ত্তৃপক্ষই গ্ৰহণ কৰা আনুষ্ঠানিক সিদ্ধান্ত, আইন আদি
কোনো বিধায়িনী, প্ৰশাসক, ন্যায়ালয় বা অন্য কৰ্ত্তৃপক্ষই গ্ৰহণ কৰা আনুষ্ঠানিক সিদ্ধান্ত, আইন আদি
6. Legal(Verb-Trans.) to take into custody for violation of law and order
আইন-শৃঙ্খলা উলঙ্ঘা কৰাৰ বাবে আৱদ্ধ কৰি ৰাখ্
আইন-শৃঙ্খলা উলঙ্ঘা কৰাৰ বাবে আৱদ্ধ কৰি ৰাখ্
Assamese: আটক কৰ্, কৰায়ত্ত কৰ্, গ্ৰেপ্তাৰ কৰ্, ধৰি ৰাখ্,
Hmar: man,
Nepali: गिरफ्तार,
Deori: চ্চিদাঁ, নিহা,
Different POS:
a. Verbal Noun: arrest, গ্ৰেপ্তাৰ, so:gobte, Kangnang, kenep...
7. Legal(Verb-Trans.) to request with urgency or peremptorily; to assert or maintain as a fact, or one's right
জোৰ দি অনুৰোধ কৰ্; অধিকাৰ আদি লাগে বুলি ক৷
জোৰ দি অনুৰোধ কৰ্; অধিকাৰ আদি লাগে বুলি ক৷
Assamese: দাবী কৰ্, প্ৰতিপন্ন কৰ্, সাধ্,
Meeteilon: tanba,
Karbi: Kachihang, Kachonengri,
Dimasa: saing,
Hindi: दावा, दावा करना, मांग,
Nepali: मांग, मांग गरनु,
8. Legal(Common Noun-Common) A public official authorized to decide questions bought before a court of justice
বিচাৰ কৰোঁতা, বিবেচনা কৰোঁতা
বিচাৰ কৰোঁতা, বিবেচনা কৰোঁতা
Assamese: ধৰ্মাধিকাৰী, ন্যায়মূৰ্তি, ন্যায়াধীশ, বিচাৰক, বিচাৰকৰ্তা, বিচাৰপতি, মীমাংসক, মুঞ্চিফ, সোধকৰ্ত্তা, সোধাৰু, হাকিম,
Bodo: बिजिरनाय, बिसारगिरि,
Karbi: hakim,
Nagamese: bichar-kora-manuh,
Nepali: न्यायाधीश,
Deori: চিন য়া, জঁজ,
Related Idea:
a. Verbal Noun: justification, ন্যায্যতা, বৈধতা, যুক্তিযুক্ততা...Assamese: অস্বীকাৰ কৰ্, আসৈ মাত, নগা মাত, নাই-নুই কৰ, নাথুকাৰ কৰ্, নুই কৰ্, মিছা মাত,
Bodo: फोलानाय,
Hindi: इनकार,
Nepali: अस्विकार गर्नु, इन्कार, नकार्नु, नामंजुर,
11. Legal(Abstract Noun) a civil wrong not exclusively the breach of a contract or the breach of a trust; wrong (not criminal) committed to somebody or other's property, something which disturbs but is not a crime
কাৰোবাক বা কাৰোবাৰ সম্পত্তিৰ অপকাৰ সাধন কৰা। অশান্তি দিয়া ধৰণৰ বেয়া কাম, কিন্তু যিটোক অপৰাধ বুলিব নোৱাৰি
কাৰোবাক বা কাৰোবাৰ সম্পত্তিৰ অপকাৰ সাধন কৰা। অশান্তি দিয়া ধৰণৰ বেয়া কাম, কিন্তু যিটোক অপৰাধ বুলিব নোৱাৰি
Assamese: জেঠেৰি, বৰগিৰী,
Dimasa: bigim, bigmi,
Tai: খেক্ পি,
Nepali: जेठान, पत्नीको दाजु,
Deori: য়ানু,
13. Legal(Abstract Noun) The right by law to be the entity which determines who may publish, copy and distribute a piece of writing, music, picture or other work of authorship
আইনপ্ৰদত্ত অধিকাৰ যাৰ দ্বাৰা কোনো লিখনি,সংগীত,ছবি বা যিকোনো সৃষ্টিৰ প্ৰকাশ,নকল আৰু বিতৰণৰ অনুমতি দিয়াৰ অধিকাৰ কোনো ব্যক্তি বা সংগঠন বিশেষৰ হাতত থাকে
আইনপ্ৰদত্ত অধিকাৰ যাৰ দ্বাৰা কোনো লিখনি,সংগীত,ছবি বা যিকোনো সৃষ্টিৰ প্ৰকাশ,নকল আৰু বিতৰণৰ অনুমতি দিয়াৰ অধিকাৰ কোনো ব্যক্তি বা সংগঠন বিশেষৰ হাতত থাকে
Assamese: কপিৰাইট, স্বত্বাধিকাৰ,
Nepali: स्वत्वाधिकार,
Sub Idea:
a. Abstract Noun: copyright, গ্ৰন্থস্বত্ব...
14. Business-Commerce-EconomicsLegal(Verbal Adj.) Pledge of something as security without delivery of title or possession.
কোনো বস্তুৰ ওপৰত থকা অধিকাৰ বিসৰ্জন নিদিয়াকৈ ধন বা সা-সুবিধাৰ বিনিময়ত আনক গতাই দিয়া
কোনো বস্তুৰ ওপৰত থকা অধিকাৰ বিসৰ্জন নিদিয়াকৈ ধন বা সা-সুবিধাৰ বিনিময়ত আনক গতাই দিয়া
Assamese: দায়বদ্ধ, বন্ধকী, ৰেহানাৱদ্ধ,
Different POS:
a. Common Noun-Common: hypothecator, mortgagor, দায়কাৰী, বন্ধকদাতা...
15. Business-Commerce-EconomicsLegal(Verbal Noun) The social force that binds you to the courses of action demanded by that force; the state of being legally obliged and responsible.
কোনো কাৰ্য্যৰ প্ৰতি আইন-সঙ্গত ভাৱে দায়বদ্ধ হৈ থকা অৱস্থা
কোনো কাৰ্য্যৰ প্ৰতি আইন-সঙ্গত ভাৱে দায়বদ্ধ হৈ থকা অৱস্থা
16. Legal(Abstract Noun) The legal right granted to an author for his own book.
নিজস্ব কোনো কিতাপৰ প্ৰতিলিপি আনে কৰিব নোৱাৰাকৈ ৰখা আইনগত অধিকাৰ ৷
নিজস্ব কোনো কিতাপৰ প্ৰতিলিপি আনে কৰিব নোৱাৰাকৈ ৰখা আইনগত অধিকাৰ ৷
Assamese: গ্ৰন্থস্বত্ব,
Super Idea:
a. Abstract Noun: copyright, কপিৰাইট, স্বত্বাধিকাৰ, स्वत्वाधिकार...
17. Legal(Proper Noun-Common &/or Masculine) A citizen who has legal right to vote and elect a candidate for a post.
ভোট দি কোনো প্ৰাৰ্থী নিৰ্বাচন কৰিব পৰা ক্ষমতা থকা নাগৰিক ৷
ভোট দি কোনো প্ৰাৰ্থী নিৰ্বাচন কৰিব পৰা ক্ষমতা থকা নাগৰিক ৷
18. Legal(Material Noun-Neuter) a supplement to a will, containing an addition, explanation or modification
উইল বা অন্তিম-পত্ৰৰ কোনো কথা যোগ দিয়া, ব্যাখ্যা কৰা বা পৰিৱৰ্ত্তন কৰা কাকত
উইল বা অন্তিম-পত্ৰৰ কোনো কথা যোগ দিয়া, ব্যাখ্যা কৰা বা পৰিৱৰ্ত্তন কৰা কাকত
19. Legal(Abstract Noun) the right and power to interpret and apply the law.
আইনী সিদ্ধান্ত আৰু প্ৰয়োগ কৰাৰ অধিকাৰ আৰু ক্ষমতাৰ পৰিসীমা
আইনী সিদ্ধান্ত আৰু প্ৰয়োগ কৰাৰ অধিকাৰ আৰু ক্ষমতাৰ পৰিসীমা
20. Legal(Abstract Noun) The relation of an owner to the thing possessed; possession with the right to transfer possession to others.
নিজৰ সা-সম্পত্তিৰ সৈতে গৰাকীৰ সম্পৰ্ক; আনলৈ তেনে সম্পত্তি হস্তান্তৰ কৰাৰ অধিকাৰ
নিজৰ সা-সম্পত্তিৰ সৈতে গৰাকীৰ সম্পৰ্ক; আনলৈ তেনে সম্পত্তি হস্তান্তৰ কৰাৰ অধিকাৰ
21. Legal(Material Noun-Neuter) legal authority to act for another person in certain specified matters or the document conferring such authority
মোকৰ্দ্দমা আদি চলাবলৈ উকীল ধৰি দিয়া পত্ৰ বা উকীল নিযুক্ত কৰা কাকত
মোকৰ্দ্দমা আদি চলাবলৈ উকীল ধৰি দিয়া পত্ৰ বা উকীল নিযুক্ত কৰা কাকত
23. Legal(Material Noun-Neuter) A print made by an impression of the ridges in the skin of a finger; often used for biometric identification in criminal investigations.
আঙুলিৰ পতাৰ ছালত থকা মিহি সিৰা বিলাকৰ চাপৰ সাঁচ; সাধাৰণতে অপৰাধীক চিনাক্ত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়৷
আঙুলিৰ পতাৰ ছালত থকা মিহি সিৰা বিলাকৰ চাপৰ সাঁচ; সাধাৰণতে অপৰাধীক চিনাক্ত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়৷
24. Legal(Abstract Noun) A prison term lasting as long as the prisoner lives
বন্দীয়ে মৃত্যু পৰ্য্যন্ত কাৰাবাস খাটিব লগীয়া ন্যায়িক শাস্তি
বন্দীয়ে মৃত্যু পৰ্য্যন্ত কাৰাবাস খাটিব লগীয়া ন্যায়িক শাস্তি
25. Legal(Abstract Noun) an application or proceeding for review by a higher tribunal
পুনৰ বিচাৰ কৰিবলৈ উচ্চ আদালতত কৰা প্ৰাৰ্থনা
পুনৰ বিচাৰ কৰিবলৈ উচ্চ আদালতত কৰা প্ৰাৰ্থনা
26. Legal(Verb-Trans.) To interrogate both the parties (plaintiff and defendant) in presence of each other.
পৰস্পৰ বিৰোধী দুজন মানুহৰ এজনক আন এজনৰ মুখা-মুখি কৰি সোধ্ ৷
পৰস্পৰ বিৰোধী দুজন মানুহৰ এজনক আন এজনৰ মুখা-মুখি কৰি সোধ্ ৷
Assamese: হাদুৰা, হাবিদা,
Bodo: फरायनाय, बुंनाय,
Nepali: मुख पर्नु, सामना गर्नु,
27. Legal(Common Noun-Neuter) A day on which work is suspended by law or custom
আইন বা ৰীতি অনুসৰি যিটো দিনত আনুষ্ঠানিক কাম-কাজ বন্ধ থাকে
আইন বা ৰীতি অনুসৰি যিটো দিনত আনুষ্ঠানিক কাম-কাজ বন্ধ থাকে
Assamese: জিৰণিৰ দিন, বন্ধৰ দিন,
Bodo: बन्दनि सान, सुटि,
Nagamese: bisram-din, chutti,
Deori: চুতিয়-কাৰি,
28. Legal(Common Noun-Common) an owner or holder of a tax-free land property
কৰ-কাটল দিব নলগীয়া, অৰ্থাত্ নিষ্কৰ মাটিৰ গৰাকী
কৰ-কাটল দিব নলগীয়া, অৰ্থাত্ নিষ্কৰ মাটিৰ গৰাকী
29. Legal(Common Noun-Common) a person imprisoned on charges of rebellion against the king or a government
ৰাজদ্ৰোহ অৰ্থাত্ ৰজা বা চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ কাৰণে কাৰাবন্দী হোৱা লোক
ৰাজদ্ৰোহ অৰ্থাত্ ৰজা বা চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ কাৰণে কাৰাবন্দী হোৱা লোক
30. Legal(Common Noun-Neuter) a higher court responsible for adjudicating matters related to criminal cases
ফৌজদাৰী গোচৰ নিষ্পত্তি কৰা উচ্চ আদালত
ফৌজদাৰী গোচৰ নিষ্পত্তি কৰা উচ্চ আদালত
31. Legal(Verbal Noun) an instruction of punishment passed by a court
ন্যায়ালয়ে আৰোপ কৰা শাস্তিৰ ব্যৱস্থা বা হুকুম
ন্যায়ালয়ে আৰোপ কৰা শাস্তিৰ ব্যৱস্থা বা হুকুম
33. Legal(Material Noun-Neuter) an official government journal containing lists of government appointments and promotions, bankruptcies, etc.
চৰকাৰী নিযুক্তি, পদোন্নতি আদি সম্পৰ্কে ঘোষণা আদি প্ৰকাশ কৰা আনুষ্ঠানিক আলোচনী-কাকত
চৰকাৰী নিযুক্তি, পদোন্নতি আদি সম্পৰ্কে ঘোষণা আদি প্ৰকাশ কৰা আনুষ্ঠানিক আলোচনী-কাকত
Assamese: ৰাজপত্ৰ,
Bodo: राज बिलाइ,
Nepali: राजपत्र,
Related Idea:
a. Abstract Noun: white paper, শ্বেত পত্ৰ...
34. Legal(Proper Adj.-Neuter) relating to a criminal court
অপৰাধীক দণ্ডবিধান কৰাৰ বাবে বিচাৰ কৰা আদালত সম্পৰ্কীয়
অপৰাধীক দণ্ডবিধান কৰাৰ বাবে বিচাৰ কৰা আদালত সম্পৰ্কীয়
35. Legal(Common Noun-Common &/or Masculine) One to whom a conveyance of title or property is made
যাক উদ্দেশ্য কৰি দলিল লিখা হয় সেইজন লোক
যাক উদ্দেশ্য কৰি দলিল লিখা হয় সেইজন লোক
36. Legal(Common Noun-Common &/or Masculine) a record keeper of the court
আদালতৰ নথি-পত্ৰ সাঁচি ৰখা ভঁৰালী
আদালতৰ নথি-পত্ৰ সাঁচি ৰখা ভঁৰালী
37. Legal(Abstract Noun) a period of testing and training when somebody is in a new job.
নতুন চাকৰিয়ালে প্ৰশিক্ষণ লোৱা আৰু নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ বাবে নিয়োগকৰ্তই বান্ধি দিয়া নিৰ্দিষ্ট সময়৷
নতুন চাকৰিয়ালে প্ৰশিক্ষণ লোৱা আৰু নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ বাবে নিয়োগকৰ্তই বান্ধি দিয়া নিৰ্দিষ্ট সময়৷
38. Legal(Proper Noun-Neuter) literally, 'people's court', this is an Indian governmental system of Alternative Dispute Resolution through mediation, negotiation, conciliation and compromise without strictly following the complicacies of the procedural laws and the Evidence Act for quick delivery of justice. Lok Adalat adopts a non adversarial process and can only entertain cases related to compoundable offences.
The Lok Adalat is presided by a sitting or retired judge. A case can come to Lok Adalat only if both the parties agree to resolve the case through negotiation The decision of the Lok Adalat is binding on both the parties. Unlike regular court cases, there is no court fee here.
ফৌজদাৰী গোচৰ নোহোৱা; টকা-পইচা, সম্পত্তি, পাৰিবাৰিক অশান্তি আদি কেৱল আপোচ যোগ্য অপৰাধ জটিল আৰু দীঘলীয়া আইনী মেৰপাকত নোসোমোৱাকৈ মিটমাত বা এৰা-ধৰাৰ মাজেৰে ন্যায়িক দণ্ডাধীশ বা বিচাৰকৰ মধ্যস্থতাত খৰটকীয়াকৈ সমাধান কৰাৰ বিকল্প চৰকাৰী ন্যায়িক পদ্ধতি৷ দুই বিবাদী পক্ষ ই সমিল মিলেৰে গোচৰ নিস্পত্তি কৰিবলৈ মান্তি হ’লেহে কোনো গোচৰ লোক আদালতলৈ আহিব পাৰে৷ লোক আদালতৰ ৰায় মানিবলৈ দুয়ো পক্ষ আইনগত ভাবে বাধ্য৷ লোক আদালতত বিনামূলীয়াকৈ গোচৰ তৰিব পাৰে৷

39. Legal(Material Noun-Neuter) a written document pertaining to an authoritative direction
কোনো বিশেষ নিৰ্দেশনা বা আদেশ সম্বলিত লিখিত কাকত
কোনো বিশেষ নিৰ্দেশনা বা আদেশ সম্বলিত লিখিত কাকত
40. Legal(Proper Adj.-Neuter) free from encumbrance; without responsibity or problems
সকলো লেঠা বা দায়-দায়িত্বৰ পৰা মুক্ত
সকলো লেঠা বা দায়-দায়িত্বৰ পৰা মুক্ত
41. Legal(Common Noun-Common) a person named in a decedent`s will to carry out the provisions of that will
উইল বা ইচ্ছাপত্ৰত উল্লেখিত ব্যৱস্থাসমূহ যি কাৰ্য্যকৰী কৰে
উইল বা ইচ্ছাপত্ৰত উল্লেখিত ব্যৱস্থাসমূহ যি কাৰ্য্যকৰী কৰে
42. Legal(Material Noun-Neuter) a deed of acceptance of land settlement
মাটিৰ বন্দোৱস্তি স্বীকাৰ কৰি দিয়া লিখিত পত্ৰ
মাটিৰ বন্দোৱস্তি স্বীকাৰ কৰি দিয়া লিখিত পত্ৰ
43. Legal(Abstract Noun) an official judgment made in a court about whether someone is guilty of a crime
কোনো ব্যক্তি কোনো অপৰাধৰ সৈতে জড়িত থকা বা নথকা সম্পৰ্কে কাছাৰী বা আদালতৰ আনুষ্ঠানিক মন্তব্য
কোনো ব্যক্তি কোনো অপৰাধৰ সৈতে জড়িত থকা বা নথকা সম্পৰ্কে কাছাৰী বা আদালতৰ আনুষ্ঠানিক মন্তব্য
44. Legal(Material Noun-Neuter) a certificate issued by the government or any other authorized agency to/(for)a new born baby containing his/her name, date and place of birth and parents' names. Usually it can be obtained from the office of the Registrar of Birth and Death and the information of birth has to be provided to the office within seven days of birth.
নতুনকৈ জন্ম হোৱা শিশুৰ বাবে শিশুৰ আৰু মাক-বাপেকৰ নাম, শিশুৰ জন্মৰ তাৰিখ আৰু জন্ম স্থান উল্লেখ কৰি চৰকাৰে বা চৰকাৰৰ মনোনীত কোনো সংস্থাই দিয়া প্ৰমাণপত্ৰ৷সাধাৰণতে জিলা জন্ম-মৃত্যু পঞ্জীয়কৰ পৰা ইয়াক পাব পাৰি৷ জন্মৰ সাত দিনৰ ভিতৰত পঞ্জীয়কৰ কাৰ্যালয়ত জন্মৰ পঞ্জীয়ণ কৰিব লাগে৷

45. Legal(Proper Noun-Neuter) Right to Information Act 2005 mandates timely response to citizen requests for government information. For more details, visit www.rti.gov.in
তথ্য জনাৰ অধিকাৰ আইন,২০০৫ চৰকাৰী কামকাজৰ খতিয়ান জানিবলৈ নগৰিকক সুবিধা দিয়া এখন ভাৰতীয় আইন৷ইয়াৰ জৰিয়তে যিকোনো ভাৰতীয় নাগৰিকে দহটকা জমা দি চৰকাৰী বিভাগৰ কাম কাজৰ বিষয়ে এমাহৰ ভিতৰত তথ্য আহৰণ কৰিব পাৰে৷(প্ৰতিৰক্ষাকে ধৰি কেইটামান বিভাগ এই আইনৰ আওটাত নাহে৷)

46. Legal(Common Noun-Neuter) a bond or obligation of record entered into before a court of record or a magistrate, binding a person to do a particular act.
কোনো কাৰ্য্য সম্পাদন কৰাৰ বাবে চুক্তিবদ্ধ হৈ আদালত বা দণ্ডাধীশৰ সন্মুখত লিখি দিয়া অঙ্গীকাৰ-পত্ৰ
কোনো কাৰ্য্য সম্পাদন কৰাৰ বাবে চুক্তিবদ্ধ হৈ আদালত বা দণ্ডাধীশৰ সন্মুখত লিখি দিয়া অঙ্গীকাৰ-পত্ৰ
47. Legal(Proper Noun-Neuter) A kind of register where the revenue of each tenant and the total revenue of a mouza are documented.
প্ৰত্যেক ৰায়তৰ কিস্তিমতে দিব লগীয়া ৰাজহৰ হিচাপ আৰু মৌজাৰ মুঠ খাজনা লিখি ৰখা বহী৷
প্ৰত্যেক ৰায়তৰ কিস্তিমতে দিব লগীয়া ৰাজহৰ হিচাপ আৰু মৌজাৰ মুঠ খাজনা লিখি ৰখা বহী৷
48. Legal(Common Noun-Common &/or Masculine) an official having custody of prisoners appearing in court.
আদালতত হাজিৰ কৰা বন্দীসকলৰ দায়িত্বত থকা বিষয়া।
আদালতত হাজিৰ কৰা বন্দীসকলৰ দায়িত্বত থকা বিষয়া।
49. Legal(Verbal Noun) a second or new trial, esp of a case that has already been adjudicated upon
ইতিমধ্যে নিষ্পত্তি হোৱা গোচৰ পুনৰ মুকলি কৰি নতুনকৈ বিচাৰ কৰা
ইতিমধ্যে নিষ্পত্তি হোৱা গোচৰ পুনৰ মুকলি কৰি নতুনকৈ বিচাৰ কৰা
50. Legal(Common Noun-Neuter) any prohibitory act or decree of a court or an administrative officer
কোনো কাম কৰিবলৈ বাৰণ কৰি আদালত বা প্ৰশাসনীয় বিষয়াই জাৰী কৰা নিষেধাজ্ঞা
কোনো কাম কৰিবলৈ বাৰণ কৰি আদালত বা প্ৰশাসনীয় বিষয়াই জাৰী কৰা নিষেধাজ্ঞা
51. Legal(Proper Adj.-Neuter) A case under the judicial process without reaching the judgement
ন্যায়ালয়ত বিচাৰ চলি থকা কোনো বিষয় বা গোচৰ
ন্যায়ালয়ত বিচাৰ চলি থকা কোনো বিষয় বা গোচৰ
52. Legal(Abstract Noun) The act of inflicting injury to the good reputation to the good reputation of another
কোনো মিছা কথা বা অযুক্তিকৰ কথাৰে কাৰোবাৰ মান-সন্মানত আঘাট দিয়া কাৰ্য৷
কোনো মিছা কথা বা অযুক্তিকৰ কথাৰে কাৰোবাৰ মান-সন্মানত আঘাট দিয়া কাৰ্য৷
53. Legal(Proper Noun-Neuter) Right of inheritance belongs exclusively to the eldest son.
প্ৰথম বা জ্যেষ্ঠ পুত্ৰ উত্তৰাধিকাৰী হোৱাৰ নিয়ম
প্ৰথম বা জ্যেষ্ঠ পুত্ৰ উত্তৰাধিকাৰী হোৱাৰ নিয়ম
54. Legal(Abstract Noun) a special right, immunity, or exemption granted to persons in authority or office to free them from certain obligations or liabilities
কোনো বিশেষ পদবী বা কৰ্ত্তৃত্বত আসন্ন ব্যক্তিক প্ৰদান কৰা আচুতীয়া অধিকাৰ বা ৰেহাই
কোনো বিশেষ পদবী বা কৰ্ত্তৃত্বত আসন্ন ব্যক্তিক প্ৰদান কৰা আচুতীয়া অধিকাৰ বা ৰেহাই
55. Legal(Common Noun-Common) a person who gives bail or acts as surety.
যিজন ব্যক্তিয়ে আনক জামিনত লয়, অৰ্থাৎ আন এজন ব্যক্তিয়ে কাছাৰীত বিচাৰৰ বাবে হাজিৰ হোৱাৰ কাৰণে নিশ্চয়তা প্ৰদান কৰি তাৰ বাবে প্ৰয়োজনীয় টকা পৰিশোধ কৰিবলৈ দায়িত্ব লয়।
যিজন ব্যক্তিয়ে আনক জামিনত লয়, অৰ্থাৎ আন এজন ব্যক্তিয়ে কাছাৰীত বিচাৰৰ বাবে হাজিৰ হোৱাৰ কাৰণে নিশ্চয়তা প্ৰদান কৰি তাৰ বাবে প্ৰয়োজনীয় টকা পৰিশোধ কৰিবলৈ দায়িত্ব লয়।
56. Legal(Common Noun-Neuter) a warrant authorizing law enforcement officials to apprehend an offender and bring that person to court
দোষী ব্যক্তিক কৰায়ত্ত কৰা আৰু ন্যায়ালয়ত হাজিৰ কৰোৱাৰ বাবে আইন ৰক্ষাকাৰী বিষয়াক কৰ্ত্তৃত্ত্ব প্ৰদান কৰি দিয়া আদেশ
দোষী ব্যক্তিক কৰায়ত্ত কৰা আৰু ন্যায়ালয়ত হাজিৰ কৰোৱাৰ বাবে আইন ৰক্ষাকাৰী বিষয়াক কৰ্ত্তৃত্ত্ব প্ৰদান কৰি দিয়া আদেশ
57. Legal(Common Noun-Neuter) a temporary imprisonment or detention, as of suspects or prisoners, especially one at a local police station
স্থানীয় আৰক্ষী ছাউনীত সন্দেহযুক্ত অপৰাধীক সাময়িকভাবে আৱদ্ধ কৰি ৰখা কোঠা
স্থানীয় আৰক্ষী ছাউনীত সন্দেহযুক্ত অপৰাধীক সাময়িকভাবে আৱদ্ধ কৰি ৰখা কোঠা
58. Legal(Material Noun-Neuter) a deed by which lands held in common, co-parcenary, or joint tenancy are separated into different portions and distributed among several persons.
উমৈহতীয়া অথবা পৈতৃক সা-সম্পত্তি অংশীদাৰ সকলৰ মাজত বাগ-বাতোৱাৰা কৰি লিখা আইনী দলিল।
উমৈহতীয়া অথবা পৈতৃক সা-সম্পত্তি অংশীদাৰ সকলৰ মাজত বাগ-বাতোৱাৰা কৰি লিখা আইনী দলিল।
59. Legal(Common Noun-Neuter) a written authority to take possession of a piece of land
মাটিৰ দখল চমজি ল`বলৈ দিয়া লিখিত অনুমতি
মাটিৰ দখল চমজি ল`বলৈ দিয়া লিখিত অনুমতি
60. Legal(Verbal Noun) the act of certifying (a school, college, or the like) as meeting all formal official requirements of academic excellence, curriculum, facilities, etc.
(কোনো বিদ্যালয়, মহাবিদ্যালয় আদিয়ে) বিদ্যায়তনিক শ্ৰেষ্ঠতা, পাঠ্যক্ৰম, সা-সুবিধা আদিৰ ক্ষেত্ৰত সকলো আনুষ্ঠানিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে প্ৰমাণপত্ৰ দিয়া কাৰ্য্য
(কোনো বিদ্যালয়, মহাবিদ্যালয় আদিয়ে) বিদ্যায়তনিক শ্ৰেষ্ঠতা, পাঠ্যক্ৰম, সা-সুবিধা আদিৰ ক্ষেত্ৰত সকলো আনুষ্ঠানিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে প্ৰমাণপত্ৰ দিয়া কাৰ্য্য
61. Legal(Verbal Adj.) bound by an agreement signed (between two parties)
(দুই পক্ষৰ মাজত) স্বাক্ষৰিত চুক্তিপত্ৰৰ জৰিয়তে দায়বদ্ধ
(দুই পক্ষৰ মাজত) স্বাক্ষৰিত চুক্তিপত্ৰৰ জৰিয়তে দায়বদ্ধ
64. Legal(Abstract Noun) The laws that deal with the rights to use, alienate, or exclude others from the land.
65. Legal(Common Noun-Common) The entire personal and their equipment of the police department of a district or locality
কোনো জিলা বা অঞ্চলৰ আৰক্ষীৰ সমষ্ট বিষয়াসকল আৰু তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰসমূহ
কোনো জিলা বা অঞ্চলৰ আৰক্ষীৰ সমষ্ট বিষয়াসকল আৰু তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰসমূহ
Assamese: কেন্দ্ৰীকৰণ,
Different POS:
a. Proper Adj.: central, কেন্দ্ৰীয়, মধ্যবৰ্ত্তী, সেন্ট্রাল...
67. Legal(Common Noun-Common &/or Masculine) an official who inspects and reports.
এজন বিষয়া যি কোনো প্ৰতিস্থান বা যতন পৰিদৰশন কৰি প্ৰতিবেদন দাখিল কৰে৷
এজন বিষয়া যি কোনো প্ৰতিস্থান বা যতন পৰিদৰশন কৰি প্ৰতিবেদন দাখিল কৰে৷
70. Legal(Abstract Noun) the mechanism through which interdepartmental agreement is reached.
ভিন ভিন বিভাগৰ মাজত চুক্তিত উপনীত হোৱাৰ এক ব্যৱস্থা৷
ভিন ভিন বিভাগৰ মাজত চুক্তিত উপনীত হোৱাৰ এক ব্যৱস্থা৷
71. Legal(Abstract Noun) the state management assembly constituted by indirect vote based on the principles specified in the Constitution.
সংবিধান নিৰ্দিষ্ট নীতিৰ আধাৰত পৰোক্ষ ভোটৰ যোগেদি গঠন কৰা ৰাজ্যৰ ব্যৱস্থাপক সভা৷
সংবিধান নিৰ্দিষ্ট নীতিৰ আধাৰত পৰোক্ষ ভোটৰ যোগেদি গঠন কৰা ৰাজ্যৰ ব্যৱস্থাপক সভা৷
72. Legal(Abstract Noun) freedom to express one`s opinion.
মুকলিভাৱে নিজৰ মতামত ব্যক্ত কৰিব পৰা স্ৱাধীনতা৷
মুকলিভাৱে নিজৰ মতামত ব্যক্ত কৰিব পৰা স্ৱাধীনতা৷
73. Legal(Common Noun-Common &/or Masculine) governor of an union territory.
কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপাল৷
কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপাল৷
75. Legal(Abstract Noun) constitutionally approved autonomous bodies responsible for selecting suitable candidates for certain posts in government departments.
চৰকাৰী বিভাগত নিৰ্দিষ্ট কিছুমান পদৰ বাবে উপযুক্ত প্ৰাৰ্থী নিৰ্বাচনৰ দ্বায়িত্বপ্ৰাপ্ত সংবিধান অনুমোদিত স্বায়ত্ত শাসিত সংস্থা৷
চৰকাৰী বিভাগত নিৰ্দিষ্ট কিছুমান পদৰ বাবে উপযুক্ত প্ৰাৰ্থী নিৰ্বাচনৰ দ্বায়িত্বপ্ৰাপ্ত সংবিধান অনুমোদিত স্বায়ত্ত শাসিত সংস্থা৷
76. Legal(Abstract Noun) special leave for female employees during childbirth.
মহিলা কৰ্মচাৰীয়ে সন্তান জন্মৰ কালত পোৱা বিশেষ ছুটী
মহিলা কৰ্মচাৰীয়ে সন্তান জন্মৰ কালত পোৱা বিশেষ ছুটী
77. Legal(Abstract Noun) when a person or employee takes leave from his/her work during his/her any medical treatment.
79. Legal(Verbal Noun) the act of straying from the path of normal behaviour.
স্বাভাৱিক আচৰণৰ পথৰ পৰা বিচ্যুত হোৱাৰ কাৰ্য্য৷
স্বাভাৱিক আচৰণৰ পথৰ পৰা বিচ্যুত হোৱাৰ কাৰ্য্য৷
81. Legal(Abstract Noun) the state of being legally void or invalid, especially with reference to a marriage.
the state of being legally void or invalid, especially with reference to a marriage.
the state of being legally void or invalid, especially with reference to a marriage.