Subgroups of Physics
•Acoustics(3)
•Astronomy(92)
•Classical Mechanics(23)
•Electricity and Magnetism(13)
•Modern Physics(12)
•Optics(11)
•Thermodynamics(4)
•Astronomy(92)
•Classical Mechanics(23)
•Electricity and Magnetism(13)
•Modern Physics(12)
•Optics(11)
•Thermodynamics(4)
Items in Physics
1. Physics(Abstract Noun) the property of being able to collect a charge of electricity. the ratio of an impressed charge on a conductor to the corresponding change in potential.
বৈদ্যুতিক আদান সঞ্চয় কৰিব পৰা ক্ষমতা| কোনো পৰিবাহীত থকা আধাৰ আৰু ইয়াৰ বৈদ্যুতিক বিভৱৰ অনুপাত
বৈদ্যুতিক আদান সঞ্চয় কৰিব পৰা ক্ষমতা| কোনো পৰিবাহীত থকা আধাৰ আৰু ইয়াৰ বৈদ্যুতিক বিভৱৰ অনুপাত
Assamese: ধাৰকত্ব, ধৃতি,
Different POS:
a. Material Noun-Neuter: capacitor, condenser, ধাৰক...
2. Physics(Abstract Noun) A pair of electric charges or magnetic poles, of equal magnitude but of opposite sign or polarity, separated by a small distance.
সামান্য দূৰত্বত থকা দুটা একে সমান অথচ বিপৰীত ধৰ্মী বৈদ্যুতিক আধান অথবা চুম্বকীয় মেৰু ৷
সামান্য দূৰত্বত থকা দুটা একে সমান অথচ বিপৰীত ধৰ্মী বৈদ্যুতিক আধান অথবা চুম্বকীয় মেৰু ৷
3. Physics(Abstract Noun)
[a] The ratio of the effective or useful output to the total input in any system.
[b] The ratio of the energy delivered by a machine to the energy supplied for its operation.
শক্তি আদিৰ ব্যৱহাৰ যোগ্য ভাগ আৰু মুঠ ভাগৰ অনুপাত৷

Assamese: কাৰ্য্যক্ষমতা নৈপুণ্য, দক্ষতা,
Mising: jubgo,
Dimasa: blai-yahbah, prang-yahbah,
Deori: লবা,
4. Physics(Abstract Noun) Presence of water vapour in air/ atmosphere
বায়ু/বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ
বায়ু/বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ
5. Physics(Material Noun-Neuter) a piece of iron that has the attractive power to another piece of iron.
আন লোৰ টুকুৰাক আকৰ্ষণ কৰিব পৰা লোৰ টুকুৰা
আন লোৰ টুকুৰাক আকৰ্ষণ কৰিব পৰা লোৰ টুকুৰা
Assamese: অয়স্কান্ত, কৃষ্ণলোহ, চুম্বক,
Bodo: चुम्बक अन्थाय,
Dimasa: shombuk,
Related Idea:
a. Abstract Noun: magnetic field, চুম্বক ক্ষেত্ৰ, shombukyam...
6. Physics(Proper Adj.) Relating to or designating an electric charge of a sign opposite to that of an electron.
ইলেক্ট্ৰণৰ বিপৰীত ধৰ্মী বৈদ্যুতিক আধানক বুজোৱা বা তাৰ সৈতে সম্পৰ্কীয়৷
ইলেক্ট্ৰণৰ বিপৰীত ধৰ্মী বৈদ্যুতিক আধানক বুজোৱা বা তাৰ সৈতে সম্পৰ্কীয়৷
Assamese: অখণ্ড-মণ্ডল, চৰাচৰ, ত্ৰিভুৱন, বিশ্বচৰাচৰ, বিশ্বব্ৰহ্মাণ্ড, ব্ৰহ্মডিম্ব, ব্ৰহ্মাণ্ড, ভুৱন, মহাজগত, মহাবিশ্ব, সৃষ্ট জগত,
Bodo: मुलुक संसार,
Mising: kitking, sudking, taleng kitking,
Meeteilon: taibangpan,
Karbi: mindar,
Hmar: khawvel,
Deori: য়াপে,
Assamese: ওজন, ভাৰ,
Karbi: ardi,
Dimasa: beher,
Nepali: वजन,
Related Idea:
a. Abstract Noun: mass, ভৰ, थुबुरमा...
9. PhysicsGeology(Material Noun-Neuter) moisture condensed from the atmosphere, esp. at night, and deposited in the form of small drops upon any cool surface
বায়ুমণ্ডলৰ জলীয় বাষ্প ঘনীভূত হৈ, বিশেষকৈ ৰাতি, যিকোনো শীতল পৃষ্ঠত গোট খোৱা সৰু সৰু কণিকা
বায়ুমণ্ডলৰ জলীয় বাষ্প ঘনীভূত হৈ, বিশেষকৈ ৰাতি, যিকোনো শীতল পৃষ্ঠত গোট খোৱা সৰু সৰু কণিকা
Assamese: খজল, খবাষ্প, জ্যোত্স্নামণি, জ্যোৎস্নামণি, নিয়াৰ, নিয়ৰ, শিশিৰ, শিশিৰকণা, শীকৰ, হিম-জল, হিমিকা, ৰজনীজল, ৰাত্ৰীজল,
Bodo: निहिर, निहोर, बरफ,
Mising: tangar,
Meeteilon: likla,
Bishnupriya Manipuri: খোৱা,
Karbi: ar-eh,
Dimasa: rabamdi,
Tai: নাই, নাম নাই,
Hindi: ओस,
Bangla: শিশির,
Deori: লিবাজি,
Related Idea:
a. Material Noun-Neuter: dewdrop, তুষাৰ-কণা, নিয়ৰ-কণা...
10. Physics(Abstract Noun) Anything perceived by the senses as a natural occurrence
চেতনাই স্বাভাৱিক সংঘটন হিচাপে বোধ কৰা যিকোনো কথা
চেতনাই স্বাভাৱিক সংঘটন হিচাপে বোধ কৰা যিকোনো কথা
Assamese: প্ৰপঞ্চ, পৰিঘটনা,
Different POS:
a. Abstract Noun: phenomenology, প্ৰপঞ্চতত্ত্ব...
11. Physics(Abstract Noun) the lagging of an effect behind its cause; especially the phenomenon in which the magnetic induction of a ferromagnetic material lags behind the changing magnetic field
কৰ্মফল তাৰ কাৰকতকৈ পিছ পৰি থকা অৱস্থা; বিশেষকৈ এনে এক পৰিঘটনা, য’ত কোনো চৌম্বকীয় পদাৰ্থৰ চুম্বকীয় আৱেশ পৰিৱৰ্তিত চুম্বকীয় ক্ষেত্ৰখনতকৈ পিছ পৰি থাকে।
কৰ্মফল তাৰ কাৰকতকৈ পিছ পৰি থকা অৱস্থা; বিশেষকৈ এনে এক পৰিঘটনা, য’ত কোনো চৌম্বকীয় পদাৰ্থৰ চুম্বকীয় আৱেশ পৰিৱৰ্তিত চুম্বকীয় ক্ষেত্ৰখনতকৈ পিছ পৰি থাকে।
12. Physics(Abstract Noun) the quantity determining the energy of mass in a gravitational field or of charge in an electric field.
মহাকৰ্ষণীয় ক্ষেত্ৰৰ কোনো বিন্দুলৈ অসীমৰ পৰা এক গ্ৰাম ভৰ কঢ়িয়াই আনোতে কৰিবলগীয়া কাৰ্য্য। বা বিদ্যুত্ ক্ষেত্ৰৰ কোনো বিন্দুলৈ একক আধান কঢ়িয়াই আনোতে কৰিব লগীয়া কাৰ্য্য।
মহাকৰ্ষণীয় ক্ষেত্ৰৰ কোনো বিন্দুলৈ অসীমৰ পৰা এক গ্ৰাম ভৰ কঢ়িয়াই আনোতে কৰিবলগীয়া কাৰ্য্য। বা বিদ্যুত্ ক্ষেত্ৰৰ কোনো বিন্দুলৈ একক আধান কঢ়িয়াই আনোতে কৰিব লগীয়া কাৰ্য্য।
13. ChemistryPhysics(Material Noun-Neuter) A fundamental, or irreducible constituent of a chemical compound
কোনো এক ৰাসায়নিক যৌগৰ বুনিয়াদী বা মূল উপাদান, যাক আৰু অধিক সৰু কৰিব নোৱাৰি।
কোনো এক ৰাসায়নিক যৌগৰ বুনিয়াদী বা মূল উপাদান, যাক আৰু অধিক সৰু কৰিব নোৱাৰি।
Assamese: আওটনি, আবৰ্ত্ত, ঘূলি, ঘূৰ্ণাৱৰ্ত, চাকনৈয়া, তালূৰ, পকনীয়া, পাক, পাক ঘূৰণি, মোৰোকনি,
Bodo: दैनि फाखन, फाख`न, बार मोदाइ, बारहुंखा,
Mising: gu:yad, siad,
Dimasa: diton,
Tai: টং পান্,
Bangla: পাকচক্র,
Deori: চাকনয়া, পকনিয়া,
15. Physics(Abstract Noun) The amount of heat required to raise the temperature of one mole or one gram of a substance by one degree Celsius without change of phase
16. Physics(Abstract Noun) electromagnetic radiation emitted by all matter above a temperature of absolute zero because of the thermal motion of atomic particles
আণৱিক কণাৰ তাপীয় গতিৰ বাবে চৰম শূন্য উষ্ণতাতকৈ অধিক উষ্ণতাত সকলো পদাৰ্থই বিকিৰিত কৰা বিদ্যুৎ-চুম্বকীয় ৰশ্মি
আণৱিক কণাৰ তাপীয় গতিৰ বাবে চৰম শূন্য উষ্ণতাতকৈ অধিক উষ্ণতাত সকলো পদাৰ্থই বিকিৰিত কৰা বিদ্যুৎ-চুম্বকীয় ৰশ্মি
17. Physics(Proper Adj.-Neuter) measured by an angle or by the rate of change of an angle
কোণ সম্পৰ্কীয়৷
কোণ সম্পৰ্কীয়৷
18. Physics(Proper Adj.-Neuter) capable of returning to its original length, shape, etc., after being stretched, deformed, compressed
টানি দীঘল বা মৰিয়াই বহল কৰি এৰি দিলে নিজৰ প্ৰাৰম্ভিক অৱস্থালৈ ঘূৰি আহিব পৰা
টানি দীঘল বা মৰিয়াই বহল কৰি এৰি দিলে নিজৰ প্ৰাৰম্ভিক অৱস্থালৈ ঘূৰি আহিব পৰা
Assamese: স্থিতিস্থাপক,
Mising: junne,
Related Idea:
a. Adjective Adj.: resilient, স্থিতিস্থাপক...
19. Physics(Abstract Noun) the property of a substance that enables it to change its length, volume, or shape in direct response to a force effecting such a change and to recover its original form upon the removal of the force
টানি দীঘল বা মৰিয়াই বহল কৰি এৰি দিলে নিজৰ প্ৰাৰম্ভিক অৱস্থালৈ ঘূৰি আহিব পৰা ক্ষমতা
টানি দীঘল বা মৰিয়াই বহল কৰি এৰি দিলে নিজৰ প্ৰাৰম্ভিক অৱস্থালৈ ঘূৰি আহিব পৰা ক্ষমতা
20. Physics(Abstract Noun) A number expressing the amount of some change or effect under certain conditions
এক নিৰ্দ্দিষ্ট অৱস্থাত কোনো পৰিৱৰ্ত্তন বা ফলৰ পৰিমাণ বুজোৱা এক সংখ্যা
এক নিৰ্দ্দিষ্ট অৱস্থাত কোনো পৰিৱৰ্ত্তন বা ফলৰ পৰিমাণ বুজোৱা এক সংখ্যা
21. Physics(Abstract Noun) a single pulsation of an oscillation produced by adding two waves of different frequencies; has a frequency equal to the difference between the two oscillations
22. Physics(Abstract Noun) the angle formed by a ray or wave, as of light or sound, striking a surface and a line perpendicular to the surface at the point of impact
শব্দ বা পোহৰৰ দৰে তৰংগ বা ৰশ্মিয়ে কোনো পৃষ্ঠত পৰোঁতে বা আঘাত কৰোঁতে ই পৃষ্ঠখনৰ আঘাত কৰা বিন্দুত উলম্ব ৰেখা এডালৰ সৈতে সৃষ্টি কৰা কোণটো
শব্দ বা পোহৰৰ দৰে তৰংগ বা ৰশ্মিয়ে কোনো পৃষ্ঠত পৰোঁতে বা আঘাত কৰোঁতে ই পৃষ্ঠখনৰ আঘাত কৰা বিন্দুত উলম্ব ৰেখা এডালৰ সৈতে সৃষ্টি কৰা কোণটো
23. Physics(Abstract Noun) The tendency to float in water or other liquid.
পানী বা আন জুলীয়া পদাৰ্থত ওপঙি থকাৰ প্ৰৱণতা ৷
পানী বা আন জুলীয়া পদাৰ্থত ওপঙি থকাৰ প্ৰৱণতা ৷
24. Physics(Proper Adj.-Neuter) Curving or bulging outward, like the exterior of a circle
দুৰা-কাছৰ পিঠিৰ দৰে মাজ ওখ আৰু দুয়োফালে ক্ৰমান্বয়ে চাপৰ |
দুৰা-কাছৰ পিঠিৰ দৰে মাজ ওখ আৰু দুয়োফালে ক্ৰমান্বয়ে চাপৰ |
25. Physics(Proper Adj.-Neuter) Curving inward like interior of a circle
এটা বৃত্তৰ ভিতৰফালটোৰ দৰে ভিতৰৰফালে বেঁকা
এটা বৃত্তৰ ভিতৰফালটোৰ দৰে ভিতৰৰফালে বেঁকা
26. Physics(Abstract Noun) Frequency modulation (FM) is a form of modulation which represents information as variations in the instantaneous frequency of a carrier wave.
ৰেডিঅ’ তৰংগেৰে বাৰ্তা প্ৰেৰণৰ এটা পদ্ধতি। এই কলনত বিস্তাৰৰ সমনি বাহক তৰংগৰ কম্পনাংকৰ মানহে সলনি কৰা হয়।
ৰেডিঅ’ তৰংগেৰে বাৰ্তা প্ৰেৰণৰ এটা পদ্ধতি। এই কলনত বিস্তাৰৰ সমনি বাহক তৰংগৰ কম্পনাংকৰ মানহে সলনি কৰা হয়।
Assamese: কম্পনাংক কলন,
Super Idea:
a. Abstract Noun: modulation, কলন...
27. Physics(Abstract Noun) the number of periods or regularly occurring events of any given kind in unit of time, usually in one second.
প্ৰতি চেকেণ্ডত বা প্ৰতি একক সময়ত নিয়মিতভাৱে ঘটা বা হোৱা কোনো পৰিঘটনাৰ সংখ্যা
প্ৰতি চেকেণ্ডত বা প্ৰতি একক সময়ত নিয়মিতভাৱে ঘটা বা হোৱা কোনো পৰিঘটনাৰ সংখ্যা
28. Physics(Abstract Noun) The variation of a property of an electromagnetic wave or signal, such as its amplitude, frequency, or phase. The process is used send low frequency data mixed with a high frequency carrier wave.
নিম্ন কম্পনাংকৰ অনাতাঁৰ বাৰ্তা উচ্চ কম্পনাংকৰ বাহক তৰংগৰ সৈতে সংমিশ্ৰিত কৰি পঠওৱা প্ৰক্ৰিয়া৷
নিম্ন কম্পনাংকৰ অনাতাঁৰ বাৰ্তা উচ্চ কম্পনাংকৰ বাহক তৰংগৰ সৈতে সংমিশ্ৰিত কৰি পঠওৱা প্ৰক্ৰিয়া৷
Assamese: কলন,
Sub Idea:
a. Abstract Noun: fm, frequency modulation, কম্পনাংক কলন...
29. Physics(Abstract Noun) the maximum displacement of a periodic wave
কিছু সময়ৰ মূৰে মূৰে অহা ঢৌৰ সৰ্বাধিক অপসৰণ
কিছু সময়ৰ মূৰে মূৰে অহা ঢৌৰ সৰ্বাধিক অপসৰণ
30. Physics(Proper Noun-Neuter) The branch of physics that deals with the action of forces on bodies and with motion, comprised of kinetics, statics, and kinematics OR
the theoretical and practical application of this science to machinery, mechanical appliances, etc.

Assamese: বলবিজ্ঞান, বলবিদ্যা,
Related Idea:
a. Material Noun-Neuter: quantum mechanics, কোৱান্টাম বলবিজ্ঞান, কোৱান্টাম বলবিদ্যা...
31. Physics(Verb-Intran.) To rapidly move in linear motion (of a particle or of an elastic solid) about an equilibrium position
এক সাম্যাৱস্থাৰ ইফালে-সিফালে সৰলৰৈখিকভাৱে বেগাই গতি কৰ্
এক সাম্যাৱস্থাৰ ইফালে-সিফালে সৰলৰৈখিকভাৱে বেগাই গতি কৰ্
32. Physics(Abstract Noun) rapid movement in linear motion of a particle or of an elastic solid about an equilibrium position
ভাৰসাম্য অৱস্থাৰ পৰা কোনো বস্তু বা নমনীয় কঠিন পদাৰ্থ ৰৈখিক গতিত দ্ৰুতভাৱে লৰচৰ কৰা
ভাৰসাম্য অৱস্থাৰ পৰা কোনো বস্তু বা নমনীয় কঠিন পদাৰ্থ ৰৈখিক গতিত দ্ৰুতভাৱে লৰচৰ কৰা
Assamese: কম্পন,
Different POS:
a. Verb-Intran.: vibrate, কম্পন হ...Related Idea:
b. Abstract Noun: frequency, কম্পনাংক...
33. Physics(Abstract Noun) The smallest value an instrument can reliably measure
কোনো যন্ত্ৰ বা সৰঞ্জামে মাপ কৰিব পৰা সূক্ষ্মতম জোখ
কোনো যন্ত্ৰ বা সৰঞ্জামে মাপ কৰিব পৰা সূক্ষ্মতম জোখ
34. Physics(Abstract Noun) The energy possessed by an object because of its motion, equal to one half the mass of the body times the square of its velocity
কোনো বস্তুৱে গতিৰ পৰা লাভ কৰা শক্তি। এই শক্তি বস্তুটোৰ ভৰৰ আধাক তাৰ গতিবেগৰ বৰ্গৰে পূৰণ কৰি পোৱা ফলাফলৰ সমান।
কোনো বস্তুৱে গতিৰ পৰা লাভ কৰা শক্তি। এই শক্তি বস্তুটোৰ ভৰৰ আধাক তাৰ গতিবেগৰ বৰ্গৰে পূৰণ কৰি পোৱা ফলাফলৰ সমান।
35. Physics(Abstract Noun) the branch of physics which studies the effect of force on motion of objects
পদাৰ্থবিজ্ঞানৰ এটা ভাগ য’ত গতিৰ ওপৰত বলৰ ক্ৰিয়া অধ্যয়ণ কৰা হয়
পদাৰ্থবিজ্ঞানৰ এটা ভাগ য’ত গতিৰ ওপৰত বলৰ ক্ৰিয়া অধ্যয়ণ কৰা হয়
Assamese: গতিবিজ্ঞান,
Super Idea:
a. Abstract Noun: Natural Philoshophy, physical science, physics, পদাৰ্থবিজ্ঞান, পদাৰ্থবিদ্যা...
36. Physics(Abstract Noun) A property of matter equal to the measure of an object's resistance to changes in either the speed or direction of its motion. The mass of an object is not dependent on gravity and therefore is different from but proportional to its weight.
Assamese: ভৰ,
Bodo: थुबुरमा,
Related Idea:
a. Abstract Noun: weight, ওজন, ভাৰ, ardi, beher...
37. Physics(Abstract Noun) one of the basic properties of the elementary particles of matter giving rise to all electric and magnetic forces and interactions. The two kinds of charge are given negative and positive algebraic signs: measured in coulombs.
মৌলিক পদাৰ্থৰ এক ধৰ্ম, যি সকলো বৈদ্যুতিক আৰু চৌম্বিক বল আৰু বিক্ৰিয়াৰ সৃষ্টি কৰে। কুলম্ব এককৰ দ্বাৰা সূচোৱা ইয়াৰ মান ধনাত্মক বা ঋণাত্মক হ`ব পাৰে।
মৌলিক পদাৰ্থৰ এক ধৰ্ম, যি সকলো বৈদ্যুতিক আৰু চৌম্বিক বল আৰু বিক্ৰিয়াৰ সৃষ্টি কৰে। কুলম্ব এককৰ দ্বাৰা সূচোৱা ইয়াৰ মান ধনাত্মক বা ঋণাত্মক হ`ব পাৰে।
38. Physics(Abstract Noun-Neuter) The force of attraction or the property of any particle of matter to attract or be attracted, like the moon is kept in its path by the gravitation of earth
Assamese: ভৌত, ভৌতিক,
Different POS:
a. Common Noun-Common: physicist, পদাৰ্থবিজ্ঞানী, পদাৰ্থবিদ, बेसाद गोनोखोयारि...
41. Physics(Abstract Noun) the process in which there is movement of a substance from an area of high concentration of that substance to an area of lower concentration, spread
কোনো বস্তু উচ্চ ঘনত্ব-সম্পন্ন এলেকাৰ পৰা কম ঘনত্ব-সম্পন্ন এলেকালৈ গতি কৰা প্ৰক্ৰিয়া
কোনো বস্তু উচ্চ ঘনত্ব-সম্পন্ন এলেকাৰ পৰা কম ঘনত্ব-সম্পন্ন এলেকালৈ গতি কৰা প্ৰক্ৰিয়া
42. Physics(Verb-Trans.) to charge (a conductor, human being) with electricity
মাজেৰে বিদ্যুৎ পৰিবাহিত হ
মাজেৰে বিদ্যুৎ পৰিবাহিত হ
43. Physics(Abstract Noun) The branch of mechanics concerned with forces in equilibrium.
সাম্য অৱস্থাত থকা বলবোৰৰ বিষয়ে অধ্যয়ন কৰা বলবিজ্ঞানৰ এটি বিভাগ।
সাম্য অৱস্থাত থকা বলবোৰৰ বিষয়ে অধ্যয়ন কৰা বলবিজ্ঞানৰ এটি বিভাগ।
44. Physics(Abstract Noun) the act of rotating around its own axis
নিজ অক্ষক কেন্দ্ৰ কৰি ঘূৰি থকা কাৰ্য্য
নিজ অক্ষক কেন্দ্ৰ কৰি ঘূৰি থকা কাৰ্য্য
Assamese: আৱৰ্তন, ঘূৰণ, ঘূৰ্ণন,
Meeteilon: leiba, ungba,
Different POS:
a. Proper Adj.-Neuter: rotary, আৱৰ্তমান, ঘূৰ্ণীয়মান...b. Verb-Intran.: rotate, twirl, whirl, আৱৰ্তন কৰ্, ঘূৰ্...
Related Idea:
c. Abstract Noun: circular motion, revolution, revolving motion, চক্ৰগতি, প্ৰদক্ষিণ...
45. Physics(Material Noun-Neuter) A pair of field glasses, an instrument with two eyepieces that make distant objects seem nearer.
46. Physics(Abstract Noun) A vector quantity whose magnitude is a body's speed and whose direction is the body's direction of motion.
যিকোনো এটা গৈ থকা বস্তুৱে কিমান জোৰে গতি কৰিছে তাৰ পৰিমাণ বুজোৱা এটা ধ্ৰুৱক, যাৰ দিশ বস্তুটোৱে গতি কৰা দিশৰ সৈতে একে
যিকোনো এটা গৈ থকা বস্তুৱে কিমান জোৰে গতি কৰিছে তাৰ পৰিমাণ বুজোৱা এটা ধ্ৰুৱক, যাৰ দিশ বস্তুটোৱে গতি কৰা দিশৰ সৈতে একে
Assamese: গতিবেগ, বেগ,
Related Idea:
a. Abstract Noun: angular velocity, কৌণিক বেগ...b. Abstract Noun: speed, ক্ষিপ্ৰতা, দ্ৰুতি...
47. MathematicsPhysics(Abstract Noun) The parameter that has magnitude and direction
দিশ আৰু মান দুয়োটাই থকা ৰাশি
দিশ আৰু মান দুয়োটাই থকা ৰাশি
48. Physics(Material Noun-Neuter) branch of physical science which studies the interaction at atomic level
অনু-পৰমাণু স্তৰত অধ্যয়ন কৰা ভৌতিক শাস্ত্ৰৰ এক শাখা
অনু-পৰমাণু স্তৰত অধ্যয়ন কৰা ভৌতিক শাস্ত্ৰৰ এক শাখা
Assamese: কোৱান্টাম বলবিজ্ঞান, কোৱান্টাম বলবিদ্যা,
Related Idea:
a. Proper Noun-Neuter: mechanics, বলবিজ্ঞান, বলবিদ্যা...
49. ChemistryPhysics(Abstract Noun) an imaginary gas that exhibit volume (V) inversely proposonal to pressure (P) at a given temperature and given mass. i.e., V ∞ 1/P
Some gases in certain pressure conditions, exhibit behavior very close to Ideal Gas
স্থিৰ উষ্ণতাত যি কাম্পনিক গেছৰ কোনো নিৰ্দিষ্ট ভৰৰ আয়তন গেছৰ চাপৰ ব্যস্তানুপাতিক, অৰ্থৎ V ∞ 1/P
স্থিৰ উষ্ণতাত যি কাম্পনিক গেছৰ কোনো নিৰ্দিষ্ট ভৰৰ আয়তন গেছৰ চাপৰ ব্যস্তানুপাতিক, অৰ্থৎ V ∞ 1/P
50. Physics(Abstract Noun) The phenomenon behind the bending of a wave, such as a light or sound wave, as it passes from one medium to another medium of different density.
কোনো তৰঙ্গ (পোহৰ, শব্দ আদি) এটা মাধ্যমৰ পৰা আন এটা ভিন্ন ঘনত্বৰ মাধ্যমত প্ৰৱেশ কৰোঁতে গতিপথৰ সলনি হোৱা পৰিঘটনা ৷
কোনো তৰঙ্গ (পোহৰ, শব্দ আদি) এটা মাধ্যমৰ পৰা আন এটা ভিন্ন ঘনত্বৰ মাধ্যমত প্ৰৱেশ কৰোঁতে গতিপথৰ সলনি হোৱা পৰিঘটনা ৷
51. Physics(Abstract Noun) a group of nearly parallel lines of electromagnetic radiation
বিদ্যুৎ-চুম্বকীয় ৰশ্মিৰ প্ৰায় সমান্তৰাল বহুতো ৰেখাৰ সমষ্টি
বিদ্যুৎ-চুম্বকীয় ৰশ্মিৰ প্ৰায় সমান্তৰাল বহুতো ৰেখাৰ সমষ্টি
52. Physics(Material Noun-Neuter) a piece of fine-grained dark schist or jasper formerly used for testing alloys of gold by observing the colour of the mark which they made on it.
সোণ পৰীক্ষা কৰা শিল।
সোণ পৰীক্ষা কৰা শিল।
53. Physics(Abstract Noun) The ratio of the density of any substance to the density of some other substance taken as standard, water being the standard for liquids and solids, and hydrogen or air being the standard for gases.
যিকোনো এটা পদাৰ্থৰ আন এটা মান্য পদাৰ্থৰ ঘনত্বৰ সৈতে পৰস্পৰ অনুপাত; কঠিন আৰু জুলীয়া পদাৰ্থৰ কাৰণে পানী আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত হাইদ্ৰ’জেন অথবা বায়ুক মান্য পদাৰ্থ হিচাবে ধৰা হয়৷
যিকোনো এটা পদাৰ্থৰ আন এটা মান্য পদাৰ্থৰ ঘনত্বৰ সৈতে পৰস্পৰ অনুপাত; কঠিন আৰু জুলীয়া পদাৰ্থৰ কাৰণে পানী আৰু গেছীয় পদাৰ্থৰ ক্ষেত্ৰত হাইদ্ৰ’জেন অথবা বায়ুক মান্য পদাৰ্থ হিচাবে ধৰা হয়৷
54. Physics(Verbal Noun) the transfer of heat by the circulation or movement of the heated parts of a liquid or gas
বায়ু বা জলীয় পদাৰ্থৰ কণাৰ চলন বা গতিৰ দ্বাৰা তাপ-সঞ্চালন
বায়ু বা জলীয় পদাৰ্থৰ কণাৰ চলন বা গতিৰ দ্বাৰা তাপ-সঞ্চালন
55. Physics(Abstract Noun) a rate of movement, like stepping, walking or any activity that is going on
56. Physics(Abstract Noun) A continuous nonspatial whole or extent or succession in which no part or portion is distinct or distinguishable from adjacent parts.
মাজত কোনো বিৰতি নোহোৱাকৈ ক্ৰমাগতভাৱে হৈ থকা অৱস্থা, য’ত যিকোনো এটা অংশ আৰু তাৰ নিকট অংশৰ মাজত কোনো ব্যৱধান নাথাকে বা সিহঁতক পৃথক কৰিব নোৱাৰি
মাজত কোনো বিৰতি নোহোৱাকৈ ক্ৰমাগতভাৱে হৈ থকা অৱস্থা, য’ত যিকোনো এটা অংশ আৰু তাৰ নিকট অংশৰ মাজত কোনো ব্যৱধান নাথাকে বা সিহঁতক পৃথক কৰিব নোৱাৰি
59. Physics(Common Noun-Neuter) a geometric solid with six faces, each a parallelogram and each being parallel to the opposite face.
তিনিযোৰ সমান্তৰাল সমতলেৰে আগুৰা গোটা আকৃতি, যাৰ প্ৰতিখন তলেই একোটা সামান্তৰিক
তিনিযোৰ সমান্তৰাল সমতলেৰে আগুৰা গোটা আকৃতি, যাৰ প্ৰতিখন তলেই একোটা সামান্তৰিক
60. BiologyPhysics(Common Noun-Neuter) a specialized, usually spherical mass of protoplasm encased in a double membrane, and found in most living eukaryotic cells; the very dense region containing protons and neutrons in an atom
দুতৰপীয়া আৱৰণেৰে আগুৰা, সাধাৰণতে গোলাকৃতিৰ আৰু অধিকাংশ সংকোষকেন্দ্ৰীয় জীৱকোষত থকা প্ৰ’ট’প্লাজমৰ এক সমষ্টি
দুতৰপীয়া আৱৰণেৰে আগুৰা, সাধাৰণতে গোলাকৃতিৰ আৰু অধিকাংশ সংকোষকেন্দ্ৰীয় জীৱকোষত থকা প্ৰ’ট’প্লাজমৰ এক সমষ্টি
61. Physics(Proper Adj.-Neuter) pertaining to, existing in, or consisting of the atmosphere
বায়ুমণ্ডল সম্বন্ধীয় বা বায়ুমণ্ডলত থকা
বায়ুমণ্ডল সম্বন্ধীয় বা বায়ুমণ্ডলত থকা
62. Physics(Material Noun-Neuter) any instrument that measures atmospheric pressure.
বায়ুমণ্ডলীয় চাপ জুখিব পৰা এবিধ যতন।
বায়ুমণ্ডলীয় চাপ জুখিব পৰা এবিধ যতন।
63. Physics(Proper Adj.-Neuter) of, pertaining to, or forming a nucleus
নিউক্লিয়াছ বা কেন্দ্ৰৰ, কেন্দ্ৰ সম্বন্ধীয় বা কেন্দ্ৰ গঠনকাৰী
নিউক্লিয়াছ বা কেন্দ্ৰৰ, কেন্দ্ৰ সম্বন্ধীয় বা কেন্দ্ৰ গঠনকাৰী
64. Physics(Verbal Noun) an act or instance of oscillating, i.e. swinging or moving to and fro, as a pendulum does
দোলকৰ দৰে অগা-পিচাকৈ একে পথেৰে গতি কৰি থকা কাৰ্য্য
দোলকৰ দৰে অগা-পিচাকৈ একে পথেৰে গতি কৰি থকা কাৰ্য্য
65. Physics(Proper Adj.-Neuter) of or pertaining to a magnet or magnetism
চুম্বকৰ বা চুম্বক সম্বন্ধীয়
চুম্বকৰ বা চুম্বক সম্বন্ধীয়
66. Physics(Proper Adj.-Neuter) pertaining to gravitation, i.e. the force of attraction between any two masses
মহাকৰ্ষণ, অৰ্থাৎ যিকোনো দুটা বস্তুৰ মাজৰ আকৰ্ষণীয় বল সম্বন্ধীয়
মহাকৰ্ষণ, অৰ্থাৎ যিকোনো দুটা বস্তুৰ মাজৰ আকৰ্ষণীয় বল সম্বন্ধীয়
67. Physics(Verbal Adj.) Falling or striking of light rays on something.
পোহৰৰ ৰশ্মি কোনো বস্তুৰ ওপৰত পৰা বা খুন্দা খোৱা ৷
পোহৰৰ ৰশ্মি কোনো বস্তুৰ ওপৰত পৰা বা খুন্দা খোৱা ৷
68. Physics(Verbal Adj.) Of a particle or body or system; having a net amount of positive or negative electric charge.
ধনাত্মক অথবা ঋণাত্মক বৈদ্যুতিক আধানৰ আধিক্য থকা কোনো কণা, বস্তু বা প্ৰণালী ৷
ধনাত্মক অথবা ঋণাত্মক বৈদ্যুতিক আধানৰ আধিক্য থকা কোনো কণা, বস্তু বা প্ৰণালী ৷
69. Physics(Material Noun-Neuter) a flat ring or perforated piece of leather, rubber, metal, etc., used to give tightness to a joint, to prevent leakage, to distribute pressure, etc., as under the head of a nut or bolt.
কোনো যান্ত্ৰিক ব্যৱস্থাত যোজন বিন্দুৰে পনীয়া বস্তু সৰকিব নোৱাৰা কৰিবলৈ অথবা সমানে চাপ বিতৰণ কৰিবলৈ ব্যৱহাৰ কৰা চামৰা, ৰবৰ বা ধাতুৰে তৈয়াৰী চেপেটা আঙঠি বা ফুটা কৰা সঁজুলি।
কোনো যান্ত্ৰিক ব্যৱস্থাত যোজন বিন্দুৰে পনীয়া বস্তু সৰকিব নোৱাৰা কৰিবলৈ অথবা সমানে চাপ বিতৰণ কৰিবলৈ ব্যৱহাৰ কৰা চামৰা, ৰবৰ বা ধাতুৰে তৈয়াৰী চেপেটা আঙঠি বা ফুটা কৰা সঁজুলি।
70. Physics(Verbal Noun) the act of remaining or resting at the surface of a liquid
কোনো জুলীয়া পদাৰ্থৰ উপৰিপৃষ্ঠত ভাঁহি থকা কাৰ্য্য
কোনো জুলীয়া পদাৰ্থৰ উপৰিপৃষ্ঠত ভাঁহি থকা কাৰ্য্য
71. Physics(Material Noun-Neuter) a device consisting of an iron or steel core that is magnetized by electric current in a coil that surrounds it
বিদ্যুৎ প্ৰবাহৰ সহায়েৰে তৈয়াৰ কৰা চুম্বক, য’ত লো বা তীখাৰ দণ্ড এডালৰ এডাল পৰিবাহী তাঁৰৰ কুণ্ডলীৰে মেৰিয়াই তাৰ মাজেদি বিদ্যুত প্ৰবাহিত কৰি চুম্বকত্ব প্ৰদান কৰা হয়
বিদ্যুৎ প্ৰবাহৰ সহায়েৰে তৈয়াৰ কৰা চুম্বক, য’ত লো বা তীখাৰ দণ্ড এডালৰ এডাল পৰিবাহী তাঁৰৰ কুণ্ডলীৰে মেৰিয়াই তাৰ মাজেদি বিদ্যুত প্ৰবাহিত কৰি চুম্বকত্ব প্ৰদান কৰা হয়
Assamese: বিদ্যুৎ চুম্বক,
Different POS:
a. Proper Adj.-Neuter: electro magnetic, বিদ্যুৎ চুম্বকীয়...
72. Physics(Abstract Noun) the properties of attraction possessed by magnets
চুম্বকৰ আকৰ্ষণ কৰিব পৰা গুণ বা ধৰ্ম
চুম্বকৰ আকৰ্ষণ কৰিব পৰা গুণ বা ধৰ্ম
73. Physics(Abstract Noun) the phenomena associated with electric and magnetic fields and their interactions with each other and with electric charges and currents
বৈদ্যুতিক আৰু চুম্বকীয় ক্ষেত্ৰ, আৰু পৰস্পৰৰ মাজত তথা বৈদ্যুতিক আধান আৰু বিদ্যুৎ প্ৰবাহৰ লগত সিহঁতৰ ক্ৰিয়া-বিক্ৰিয়াৰ সৈতে জড়িত পৰিঘটনা
বৈদ্যুতিক আৰু চুম্বকীয় ক্ষেত্ৰ, আৰু পৰস্পৰৰ মাজত তথা বৈদ্যুতিক আধান আৰু বিদ্যুৎ প্ৰবাহৰ লগত সিহঁতৰ ক্ৰিয়া-বিক্ৰিয়াৰ সৈতে জড়িত পৰিঘটনা
Assamese: বিদ্যুৎ চুম্বকত্ব,
Different POS:
a. Proper Adj.-Neuter: electro magnetic, বিদ্যুৎ চুম্বকীয়...
74. Physics(Verbal Noun) The process of coating the surface of a conducting material with a metal. During the process, the surface to be covered acts as a cathode in an electrolytic cell, and the metal that is to cover it acts as an anode
বিদ্যুত পৰিবাহী বস্তুৰ উপৰিপৃষ্ঠ ত ধাতুৰ আৱৰণ দিয়া প্ৰক্ৰিয়া৷ এই প্ৰক্ৰিয়াত আৱৰণ দিবলগীয়া পৃষ্ঠটোৱে এটা বিদ্যুত কোষৰ কেথ’ড আৰু ধাতুটোৱে এন’ড ৰূপে ক্ৰিয়া কৰে৷
বিদ্যুত পৰিবাহী বস্তুৰ উপৰিপৃষ্ঠ ত ধাতুৰ আৱৰণ দিয়া প্ৰক্ৰিয়া৷ এই প্ৰক্ৰিয়াত আৱৰণ দিবলগীয়া পৃষ্ঠটোৱে এটা বিদ্যুত কোষৰ কেথ’ড আৰু ধাতুটোৱে এন’ড ৰূপে ক্ৰিয়া কৰে৷
75. Physics(Abstract Noun) the difference between the potentials of two points in an electric field
বিদ্যুত ক্ষেত্ৰৰ দুটা বিন্দুৰ বৈদ্যুতিক বিভৱৰ পাৰ্থক্য
বিদ্যুত ক্ষেত্ৰৰ দুটা বিন্দুৰ বৈদ্যুতিক বিভৱৰ পাৰ্থক্য
76. Physics(Proper Adj.-Neuter) of or pertaining to the side; situated at, proceeding from, or directed to a side
কাষ বা দাঁতিত অৱস্থিত, দাঁতিৰ পৰা ওলোৱা বা কাষৰ ফালে মুখ কৰা
কাষ বা দাঁতিত অৱস্থিত, দাঁতিৰ পৰা ওলোৱা বা কাষৰ ফালে মুখ কৰা
77. Physics(Abstract Noun) an optical image formed of real foci
প্ৰতিফলিত ৰশ্মিয়ে প্ৰকৃততে কটাকটি কৰাৰ ফলত প্ৰতিফলকত গঠিত হোৱা প্ৰতিবিম্ব
প্ৰতিফলিত ৰশ্মিয়ে প্ৰকৃততে কটাকটি কৰাৰ ফলত প্ৰতিফলকত গঠিত হোৱা প্ৰতিবিম্ব
78. Physics(Verbal Noun) the act of reproducing on a surface, by optical means, a remote image on a film, slide, etc.
আলোক মাধ্যমৰ সহায়ত কোনো পৃষ্ঠ বা পৰ্দাত প্ৰতিবিম্বিত কৰা কাৰ্য্য, যেনেঃ চলচিত্ৰ, স্লাইদ আদিৰ প্ৰক্ষেপন।
আলোক মাধ্যমৰ সহায়ত কোনো পৃষ্ঠ বা পৰ্দাত প্ৰতিবিম্বিত কৰা কাৰ্য্য, যেনেঃ চলচিত্ৰ, স্লাইদ আদিৰ প্ৰক্ষেপন।
79. Physics(Abstract Noun) the temperature to which air must be cooled, at a given pressure and water-vapor content, for it to reach saturation; the temperature at which dew begins to form
যি উষ্ণতাত বায়ুত প্ৰকৃততে থকা জলীয় বাষ্পখিনি বায়ুক সংপৃক্ত কৰিবৰ বাবে ঠিক যথেষ্ট হয়
যি উষ্ণতাত বায়ুত প্ৰকৃততে থকা জলীয় বাষ্পখিনি বায়ুক সংপৃক্ত কৰিবৰ বাবে ঠিক যথেষ্ট হয়
80. Physics(Proper Adj.-Neuter) not saturated , i.e. having the power to dissolve still more of a substance
সংপৃক্ত নোহোৱা, অৰ্থাৎ অধিক গোটা পদাৰ্থ মিহলি হোৱা বা গুলিব পৰা ক্ষমতা থকা
সংপৃক্ত নোহোৱা, অৰ্থাৎ অধিক গোটা পদাৰ্থ মিহলি হোৱা বা গুলিব পৰা ক্ষমতা থকা
81. Physics(Abstract Noun) heat absorbed or radiated during a change of phase at constant temperature and pressure
নিৰ্দ্দিষ্ট উষ্ণতা আৰু চাপত অৱস্থাৰ পৰিৱৰ্ত্তন হওঁতে শোষিত বা বিকীৰিত হোৱা তাপ
নিৰ্দ্দিষ্ট উষ্ণতা আৰু চাপত অৱস্থাৰ পৰিৱৰ্ত্তন হওঁতে শোষিত বা বিকীৰিত হোৱা তাপ
82. Physics(Verbal Adj.) congealed by cold or turned into ice
ঠাণ্ডাৰ প্ৰভাৱত গোট মৰা বা বৰফলৈ পৰিৱৰ্ত্তিত
ঠাণ্ডাৰ প্ৰভাৱত গোট মৰা বা বৰফলৈ পৰিৱৰ্ত্তিত
83. Physics(Verbal Noun) the act or the process of becoming liquefied by warmth or heat
তাপৰ প্ৰভাৱত গোটা বস্তু এটা জুলীয়া হোৱা কাৰ্য্য বা প্ৰক্ৰিয়া
তাপৰ প্ৰভাৱত গোটা বস্তু এটা জুলীয়া হোৱা কাৰ্য্য বা প্ৰক্ৰিয়া
84. Physics(Abstract Noun) the extent of a 2-dimensional surface enclosed within a boundary
নিৰ্দ্দিষ্ট সীমাৰ ভিতৰত এক উপৰিপৃষ্ঠৰ বিস্তৃতি
নিৰ্দ্দিষ্ট সীমাৰ ভিতৰত এক উপৰিপৃষ্ঠৰ বিস্তৃতি
85. Physics(Material Noun-Neuter) water in a vaporous form diffused in the atmosphere but below boiling temperature
বায়ুমণ্ডলত গেছীয় বা বাষ্প ৰূপত বিস্তৃত হৈ থকা কিন্তু উতলাংকতকৈ তলত থকা পানী ভাগ
বায়ুমণ্ডলত গেছীয় বা বাষ্প ৰূপত বিস্তৃত হৈ থকা কিন্তু উতলাংকতকৈ তলত থকা পানী ভাগ
86. Physics(Abstract Noun) the number of calories required to raise the temperature of 1 gram of a substance 1°C.
যিকোনো পদাৰ্থৰ একক ভৰৰ উষ্ণতা 1°C বৃদ্ধি কৰিবৰ বাবে প্ৰয়োজনীয় তাপ শক্তি।
যিকোনো পদাৰ্থৰ একক ভৰৰ উষ্ণতা 1°C বৃদ্ধি কৰিবৰ বাবে প্ৰয়োজনীয় তাপ শক্তি।
87. Physics(Abstract Noun) a measure of the ability of a material to withstand a longitudinal stress, expressed as the greatest stress that the material can stand without breaking
কোনো বস্তুৰ দৈৰ্ঘ্যচাপ সহ্য কৰিব পৰা গুণৰ জোখ, বস্তুটোৱে ভাগি নোযোৱাকৈ সহ্য কৰিব পৰা সৰ্ব্বোচ্চ চাপ
কোনো বস্তুৰ দৈৰ্ঘ্যচাপ সহ্য কৰিব পৰা গুণৰ জোখ, বস্তুটোৱে ভাগি নোযোৱাকৈ সহ্য কৰিব পৰা সৰ্ব্বোচ্চ চাপ
88. Physics(Abstract Noun) Unit of electric current. Flow of one coulomb charge per one second.
বিদ্যুত প্ৰবাহৰ একক ৷
বিদ্যুত প্ৰবাহৰ একক ৷
89. Physics(Abstract Noun) The product of the force and the time during which the force acts.
বল আৰু বলে ক্ৰিয়া কৰা সময়ৰ গুণফল
বল আৰু বলে ক্ৰিয়া কৰা সময়ৰ গুণফল
90. Physics(Abstract Noun) Energy possessed by a body by virtue of it's position.
কোনো বস্তোৱে ইয়াৰ অৱস্থানৰ বাবে লাভ কৰা শক্তি
কোনো বস্তোৱে ইয়াৰ অৱস্থানৰ বাবে লাভ কৰা শক্তি
91. Physics(Abstract Noun) The Science which deals with dampness of Air.
বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ অধ্যয়ন।
বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ অধ্যয়ন।
92. Physics(Abstract Noun) The SI base unit of thermodynamic temperature.
তাপ গতিবিজ্ঞানত উষ্ণতাৰ একক৷ পানীৰ ত্ৰীগুণী উষ্ণতাৰ ২৭৩ ভাগৰ ১ ভাগ উষ্ণতা৷
তাপ গতিবিজ্ঞানত উষ্ণতাৰ একক৷ পানীৰ ত্ৰীগুণী উষ্ণতাৰ ২৭৩ ভাগৰ ১ ভাগ উষ্ণতা৷
93. Physics(Abstract Noun) Physics related with semiconductors.
অৰ্দ্ধপৰিবাহী ধাতুৰ লগত জড়িত পদাৰ্থ বিজ্ঞান ৷
অৰ্দ্ধপৰিবাহী ধাতুৰ লগত জড়িত পদাৰ্থ বিজ্ঞান ৷
94. Physics(Abstract Noun) The study of the effects associated with electric charge at rest.
স্থিৰ আধানৰ সৈতে জড়িত বিজ্ঞান ৷
স্থিৰ আধানৰ সৈতে জড়িত বিজ্ঞান ৷
97. Physics(Abstract Noun) Fourth state of matter similar in which a certain portion of the particles are ionized.
পদাৰ্থৰ চতুৰ্থ অৱস্থা, য’ত পদাৰ্থৰ কিছু অংশ আয়নীকৃত অৱস্থাত থাকে ৷
পদাৰ্থৰ চতুৰ্থ অৱস্থা, য’ত পদাৰ্থৰ কিছু অংশ আয়নীকৃত অৱস্থাত থাকে ৷
98. Physics(Abstract Noun) Light coming out from a source per second per unit solid angle.
কোনো উৎসৰ পৰা প্ৰতি ছেকেণ্ডত প্ৰতি একক ঘন কোণৰ পৰা নিৰ্গত পোহৰৰ পৰিমাণ ৷
কোনো উৎসৰ পৰা প্ৰতি ছেকেণ্ডত প্ৰতি একক ঘন কোণৰ পৰা নিৰ্গত পোহৰৰ পৰিমাণ ৷
99. Physics(Abstract Noun) Amount of light coming out from a source per unit second.
কোনো উৎসৰ পৰা প্ৰতি ছেকেণ্ডত নিৰ্গত পোহৰৰ পৰিমাণ ৷
কোনো উৎসৰ পৰা প্ৰতি ছেকেণ্ডত নিৰ্গত পোহৰৰ পৰিমাণ ৷
100. Physics(Material Noun-Neuter) a converging lens used to produce heat or ignite substances by focusing the sun's rays
যি কাঁচৰ সহায়ত সূৰ্য্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিব বা কোনো বস্তু জ্বলাব পাৰি
যি কাঁচৰ সহায়ত সূৰ্য্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিব বা কোনো বস্তু জ্বলাব পাৰি
101. Physics(Verbal Adj.) subjected to refraction, i.e. the change of direction of a ray of light, sound, heat, or the like, in passing obliquely from one medium into another in which its wave velocity is different
প্ৰতিসৰণ ঘটা, অৰ্থাৎ পোহৰ, শব্দ, তাপ আদিয়ে এটা মাধ্যমৰ পৰা ভিন্ন তৰঙ্গ দৈৰ্ঘ্য-বিশিষ্ট আন এক মাধ্যমলৈ গতি কৰোঁতে দিশৰ পৰিৱৰ্ত্তন হোৱা
প্ৰতিসৰণ ঘটা, অৰ্থাৎ পোহৰ, শব্দ, তাপ আদিয়ে এটা মাধ্যমৰ পৰা ভিন্ন তৰঙ্গ দৈৰ্ঘ্য-বিশিষ্ট আন এক মাধ্যমলৈ গতি কৰোঁতে দিশৰ পৰিৱৰ্ত্তন হোৱা
102. Physics(Abstract Noun) it is the fraction of volume in a unit cell of a crystal structure that is occupied by atoms.
একক কোষত থকা পৰমাণুৱে অধিকাৰ কৰা আয়তন আৰু একক কোষৰ আয়তনৰ অনুপাত ৷
একক কোষত থকা পৰমাণুৱে অধিকাৰ কৰা আয়তন আৰু একক কোষৰ আয়তনৰ অনুপাত ৷
103. Physics(Abstract Noun) the tension on the molecules at the liquid surface due to the inner molecules, it is the force caused by unbalanced inter-molecular forces.
তৰল পদাৰ্থৰ পৃষ্ঠত থকা অণুবোৰৰ ওপৰত অন্তৰ্ভাগত থকা অণুবোৰৰ আকৰ্ষণৰ বাবে তৰলপৃষ্ঠত সৃষ্টি হোৱা টান ৷
তৰল পদাৰ্থৰ পৃষ্ঠত থকা অণুবোৰৰ ওপৰত অন্তৰ্ভাগত থকা অণুবোৰৰ আকৰ্ষণৰ বাবে তৰলপৃষ্ঠত সৃষ্টি হোৱা টান ৷
104. Physics(Material Noun-Neuter) A particle accelerator is a scientific instrument which accelerates charged particles such as protons, electrons, deuterons. This acceleration is achieved by using focused magnetic fields to route the beam of particles through a sealed vacuum chamber. The exact design of the beam's path and magnetic configuration determines the type of particle accelerator - cyclotron, synchrotron, betatron, tandem electrostatic accelerators, etc.
A particle accelerator is "a scientific instrument that increases the kinetic energy of charged particles." This definition makes clear an important aspect of why particle accelerators exist - to increase the kinetic energy of particles and, therefore, the kinetic energy transformed into other energy forms during the collisions of these particles.
আধানযুক্ত কণিকা যেনে প্ৰ’টন, ইলেকট্ৰণ, ডিউটেৰণ আদিক বিদ্যুত্-চুম্বকীয় ক্ষেত্ৰৰ জৰিয়তে ৰুদ্ধ-দ্বাৰৰ শূণ্য কোঠাত উচ্চ গতি শক্তি প্ৰদান কৰা এবিধ বৈজ্ঞানিক যন্ত্ৰ৷আণৱিক কণিকাৰ গঠন সম্পৰ্কে জানিবলৈ এই যন্ত্ৰৰ ব্যৱ্হাৰ কৰা হয়৷

Assamese: কণিকা ত্বৰক,
105. Physics(Abstract Noun) the axis of rotation of the earth
যি অক্ষক অৱলম্বন কৰি পৃথিৱীয়ে আৱৰ্ত্তন কৰে
যি অক্ষক অৱলম্বন কৰি পৃথিৱীয়ে আৱৰ্ত্তন কৰে
106. Physics(Abstract Noun) The earth acts like a huge bar magnet whose poles lie close to the north and south geographic poles. The straight line between the poles of this imaginary magnet is called the `geomagnetic axis`.
পৃথিৱীয়ে এডাল দণ্ড চুম্বকৰ দৰে আচৰণ কৰে, যাৰ মেৰু কেইটা ভৌগোলিক উত্তৰ আৰু দক্ষিণ মেৰুৰ ওচৰত অৱস্থিত ৷ এই কাল্পনিক চুম্বকৰ মেৰু দুটা সংযোগী ৰেখাদালকে ভূ-চুম্বকীয় অক্ষ বোলা হয় ৷
পৃথিৱীয়ে এডাল দণ্ড চুম্বকৰ দৰে আচৰণ কৰে, যাৰ মেৰু কেইটা ভৌগোলিক উত্তৰ আৰু দক্ষিণ মেৰুৰ ওচৰত অৱস্থিত ৷ এই কাল্পনিক চুম্বকৰ মেৰু দুটা সংযোগী ৰেখাদালকে ভূ-চুম্বকীয় অক্ষ বোলা হয় ৷
107. Physics(Material Noun-Neuter) the luminous visible surface of the sun, being a shallow layer of strongly ionized gases
সূৰ্য্যৰ উজ্জ্বল উপৰিভাগ
সূৰ্য্যৰ উজ্জ্বল উপৰিভাগ
108. Physics(Abstract Noun) a force that results due to the action of muscles.
মাংসপেশীৰ সংকোচন আৰু প্ৰসাৰণৰ ফলত সৃষ্টি হোৱা বল৷
মাংসপেশীৰ সংকোচন আৰু প্ৰসাৰণৰ ফলত সৃষ্টি হোৱা বল৷
109. Physics(Abstract Noun) the means by which objects with mass attract one another
ভৰযুক্ত যিকোনো দুটা বস্তুৰ এটাই আনটোক যি বলৰ জৰিয়তে আকৰ্ষণ কৰে
ভৰযুক্ত যিকোনো দুটা বস্তুৰ এটাই আনটোক যি বলৰ জৰিয়তে আকৰ্ষণ কৰে
110. Physics(Abstract Noun) a physical quantity used to measure the strength of the pole of a bar magnet
এডাল চুম্বক দণ্ডৰ মেৰুৰ বল জোখাৰ কাৰণে ব্যৱহাৰ কৰা এক ভৌতিক ৰাশি
এডাল চুম্বক দণ্ডৰ মেৰুৰ বল জোখাৰ কাৰণে ব্যৱহাৰ কৰা এক ভৌতিক ৰাশি
111. Physics(Abstract Noun) A scalar quantity the change of position of a given point in space per unit time.
কোনো বিন্দুৰ প্ৰতি একক সময়ত হোৱা স্থানৰ পৰিবৰ্তনৰ হাৰৰ এক অদিশ ৰাশি৷
কোনো বিন্দুৰ প্ৰতি একক সময়ত হোৱা স্থানৰ পৰিবৰ্তনৰ হাৰৰ এক অদিশ ৰাশি৷
Assamese: ক্ষিপ্ৰতা, দ্ৰুতি,
Related Idea:
a. Abstract Noun: velocity, গতিবেগ, বেগ...
112. Physics(Verbal Noun) the process of separating substances of different densities by the use of a centrifuge
যন্ত্ৰৰ সহায়ত চক্ৰাকাৰে ঘূৰাই এক মিশ্ৰণত থকা বেলেগ-বেলেগ ঘনত্ব-বিশিষ্ট পদাৰ্থসমূহক পৃথক পৃথক কৰা প্ৰক্ৰিয়া
যন্ত্ৰৰ সহায়ত চক্ৰাকাৰে ঘূৰাই এক মিশ্ৰণত থকা বেলেগ-বেলেগ ঘনত্ব-বিশিষ্ট পদাৰ্থসমূহক পৃথক পৃথক কৰা প্ৰক্ৰিয়া
Assamese: কেন্দ্ৰাপসাৰণ,
Different POS:
a. Verbal Adj.: centrifugal, অপকেন্দ্ৰিক, কেন্দ্ৰপসাৰী, কেন্দ্ৰাতিগ...
113. ChemistryPhysics(Abstract Noun) the emission of radiation, especially of visible light, by a substance when exposed to an external radiation of different frequencies, may be visible or x-rays.
ৰঞ্জন ৰশ্মি বা আন দৃশ্যমান ৰশ্মিৰ প্ৰভাৱত কোনো বস্তুৱে নিৰ্গত কৰা দৃশ্যমান পোহৰৰ ৰশ্মি বা আভা
ৰঞ্জন ৰশ্মি বা আন দৃশ্যমান ৰশ্মিৰ প্ৰভাৱত কোনো বস্তুৱে নিৰ্গত কৰা দৃশ্যমান পোহৰৰ ৰশ্মি বা আভা
114. Physics(Abstract Noun) The extraction of low frequency data of a signal where the low frequency data is mixed (modulated) with a high frequency carrier wave.
নিম্ন কম্পনাংকৰ অনাতাঁৰ বাৰ্তা উচ্চ কম্পনাংকৰ বাহক তৰংগৰ সৈতে সংমিশ্ৰিত কৰি পঠিওৱা সংকেতৰ পৰা বাৰ্তা নিষ্কাশন কৰা প্ৰক্ৰিয়া৷
নিম্ন কম্পনাংকৰ অনাতাঁৰ বাৰ্তা উচ্চ কম্পনাংকৰ বাহক তৰংগৰ সৈতে সংমিশ্ৰিত কৰি পঠিওৱা সংকেতৰ পৰা বাৰ্তা নিষ্কাশন কৰা প্ৰক্ৰিয়া৷
115. Physics(Verbal Noun) The process of increasing the strength of a signal
কোনো সংকেতৰ শক্তি বৃদ্ধি কৰা প্ৰক্ৰিয়া
কোনো সংকেতৰ শক্তি বৃদ্ধি কৰা প্ৰক্ৰিয়া
116. Physics(Material Noun-Neuter) a equipment used in spectrometer to obtain parallel rays.
সমান্তৰাল পোহৰ পাবলৈ বৰ্ণালীবীক্ষণ যন্ত্ৰ আদিত ব্যৱহৃত সজুঁলি৷
সমান্তৰাল পোহৰ পাবলৈ বৰ্ণালীবীক্ষণ যন্ত্ৰ আদিত ব্যৱহৃত সজুঁলি৷
117. Physics(Material Noun-Neuter) a flexible, transparent fiber made of a pure glass (silica) not much wider than a human hair. It functions as a waveguide, or "light pipe", to transmit light between the two ends of the fiber.[
বিশুদ্ধ কাঁচ(চিলিকা) ৰে নিৰ্মিত মানুহৰ চুলিৰ দৰে পাতল, নমনীয়, লেহুকা আৰু স্বচ্ছ আঁহ৷ ইয়াক এক উকৃষ্টমানৰ তৰংগ বাহক হিচাপে ব্যৱহাৰ কৰিব পৰা যায় ৷
বিশুদ্ধ কাঁচ(চিলিকা) ৰে নিৰ্মিত মানুহৰ চুলিৰ দৰে পাতল, নমনীয়, লেহুকা আৰু স্বচ্ছ আঁহ৷ ইয়াক এক উকৃষ্টমানৰ তৰংগ বাহক হিচাপে ব্যৱহাৰ কৰিব পৰা যায় ৷
118. Physics(Common Noun-Common) a scientist or expert on the science dealing with the atmosphere and its phenomena, including weather and climate
বায়ুমণ্ডল আৰু ইয়াৰ সৈতে জড়িত বতৰ আৰু জলবায়ু সংক্ৰান্তীয় পৰিঘটনা সম্পৰ্কে অধ্যয়ন কৰা বিজ্ঞানৰ বিশেষজ্ঞ
বায়ুমণ্ডল আৰু ইয়াৰ সৈতে জড়িত বতৰ আৰু জলবায়ু সংক্ৰান্তীয় পৰিঘটনা সম্পৰ্কে অধ্যয়ন কৰা বিজ্ঞানৰ বিশেষজ্ঞ
119. Physics(Abstract Noun) Crystallography is the science that examines the arrangement of atoms in solids
গোটা পদাৰ্থত অনুসমূহ কিদৰে সজ্জিত হৈ থাকে তাকে স্ফটিকবিদ্যাত আলোচনা কৰা হয়৷
গোটা পদাৰ্থত অনুসমূহ কিদৰে সজ্জিত হৈ থাকে তাকে স্ফটিকবিদ্যাত আলোচনা কৰা হয়৷
120. Physics(Material Noun-Neuter) In the late 19th century, luminiferous aether, æther or ether, meaning light-bearing aether, was the postulated medium for the propagation of light
১৯ শতিকাত পোহৰৰ মাধ্যম হিচাপে ধৰা হৈছিল
১৯ শতিকাত পোহৰৰ মাধ্যম হিচাপে ধৰা হৈছিল
121. Physics(Material Noun-Neuter) A conductor(material) that allows heat(or electricity) to flow.
যি পদাৰ্থৰ মাজেদি তাপ(অথবা বিদ্যুত্) সহজে প্ৰবাহিত হব পাৰে৷
যি পদাৰ্থৰ মাজেদি তাপ(অথবা বিদ্যুত্) সহজে প্ৰবাহিত হব পাৰে৷
122. Physics(Material Noun-Neuter) A conductor(material) that hardly allows heat(or electricity) to flow.
যি পদাৰ্থৰ মাজেদি তাপ(অথবা বিদ্যুত্) প্ৰবাহিত হব নোৱাৰে৷
যি পদাৰ্থৰ মাজেদি তাপ(অথবা বিদ্যুত্) প্ৰবাহিত হব নোৱাৰে৷
123. Physics(Abstract Noun) The combined accuracy and precision of a measuring instrument, or the difference between the actual value and the value indicated by the instrument (error). Measuring instruments are usually calibrated on some regular frequency against a standard.
কোনো এটা জোখ-মাপ কৰা সঁজুলিৰে জোখা মান আৰু প্ৰকৃত মানৰ পাৰ্থক্য৷
কোনো এটা জোখ-মাপ কৰা সঁজুলিৰে জোখা মান আৰু প্ৰকৃত মানৰ পাৰ্থক্য৷
124. Physics(Abstract Noun) The smallest value that can be measured by the measuring instrument is called its least count. Measured values are good only up to this value.
কোনো এটা জোখ-মাপ কৰা সঁজুলিৰে জুখিব পৰা আটাইতকৈ সৰু মানটো৷
কোনো এটা জোখ-মাপ কৰা সঁজুলিৰে জুখিব পৰা আটাইতকৈ সৰু মানটো৷
125. Physics(Abstract Noun) Applied physics is physics which is intended for a particular technological or practical use. It is usually considered as a bridge or a connection between physics and engineering.
পদাৰ্থ বিজ্ঞানৰ এটি শাখা৷ এই শাখা পদাৰ্থ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যাৰ সংযোগী কাম কৰে৷
পদাৰ্থ বিজ্ঞানৰ এটি শাখা৷ এই শাখা পদাৰ্থ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যাৰ সংযোগী কাম কৰে৷
126. Physics(Abstract Noun) General relativity, also known as the general theory of relativity, is the geometric theory of gravitation published by Albert Einstein in 1915 and the current description of gravitation in modern physics.
১৯১৫ চনত আইনষ্টাইনে মহাকৰ্শণ সম্পৰ্কে দিয়া যুগান্তৰকাৰী তত্ত্ব৷
১৯১৫ চনত আইনষ্টাইনে মহাকৰ্শণ সম্পৰ্কে দিয়া যুগান্তৰকাৰী তত্ত্ব৷
127. Physics(Abstract Noun) The study of the basic elements of matter and the forecasting among them. It aims to determine the fundamental laws that control the make-up of matter and the physical universe.
মৌলিক পদাৰ্থকণাৰ বিষয়ে অধ্যয়ণ কৰা পদাৰ্থ বিজ্ঞানৰ এটি শাখা৷
মৌলিক পদাৰ্থকণাৰ বিষয়ে অধ্যয়ণ কৰা পদাৰ্থ বিজ্ঞানৰ এটি শাখা৷
128. Physics(Abstract Noun) Einstein`s Special Relativity. In 1905, Albert Einstein published the theory of special relativity, which explains how to interpret motion between different inertial frames of reference — that is, places that are moving at constant speeds relative to each other.
১৯০৫ চনত আইনষ্টাইনে পদাৰ্থৰ আপেক্ষিক গতি, আপেক্ষিক সময় আদিৰ সম্পৰ্কে দিয়া যুগান্তৰকাৰী তত্ত্ব৷
১৯০৫ চনত আইনষ্টাইনে পদাৰ্থৰ আপেক্ষিক গতি, আপেক্ষিক সময় আদিৰ সম্পৰ্কে দিয়া যুগান্তৰকাৰী তত্ত্ব৷
129. Physics(Material Noun-Neuter) The lens in front, known as the objective lens.
অভিলক্ষ্য হল দূৰবীক্ষণ যন্ত্ৰৰ প্ৰধান আলোক সংগ্ৰাহক যন্ত্ৰ৷
অভিলক্ষ্য হল দূৰবীক্ষণ যন্ত্ৰৰ প্ৰধান আলোক সংগ্ৰাহক যন্ত্ৰ৷
130. Physics(Abstract Noun) In physics, escape velocity is the minimum speed needed for an object to "break free" from the gravitational attraction of a massive body. The escape velocity from earth is about 40,270 km/h (25,020 mph).
পলায়ন বেগ হৈছে সেইপৰিমাণৰ ন্যূনতম বেগ যি বেগ পালে কোনো বস্তুৱে পৃথিৱী বা কোনো আকাশী বস্তুৰ মহাকৰ্ষণ শক্তিক অতিক্ৰম কৰি মহাকাষলৈ যাবলৈ সক্ষম হয় ৷
পলায়ন বেগ হৈছে সেইপৰিমাণৰ ন্যূনতম বেগ যি বেগ পালে কোনো বস্তুৱে পৃথিৱী বা কোনো আকাশী বস্তুৰ মহাকৰ্ষণ শক্তিক অতিক্ৰম কৰি মহাকাষলৈ যাবলৈ সক্ষম হয় ৷
131. Physics(Abstract Noun) Orbital velocity, velocity sufficient to cause a natural or artificial satellite to remain in orbit. Inertia of the moving body tends to make it move on in a straight line, while gravitational force tends to pull it down. The orbital path, elliptical or circular, thus represents a balance between gravity and inertia.
কোনো এটা বস্তু, যেনে উপগ্ৰহ, যি বেগত থাকিলে কক্ষ পথত থাকিব পাৰে৷
কোনো এটা বস্তু, যেনে উপগ্ৰহ, যি বেগত থাকিলে কক্ষ পথত থাকিব পাৰে৷
132. Physics(Abstract Noun) Axis about which an object keeps rotating.
বস্তু যি অক্ষ অক্ষ সাপেক্ষে ঘূৰে৷
বস্তু যি অক্ষ অক্ষ সাপেক্ষে ঘূৰে৷
133. Physics(Abstract Noun) A special case of moments is a couple. A couple consists of two parallel forces that are equal in magnitude, opposite in sense and do not share a line of action.
ভ্ৰামক(বল পুৰণ দূৰত্ব)ৰ বিশেষ অৱস্থা, যত দুটা সমান্তৰাল আৰু বিপৰীতমুখী বল থাকে৷
ভ্ৰামক(বল পুৰণ দূৰত্ব)ৰ বিশেষ অৱস্থা, যত দুটা সমান্তৰাল আৰু বিপৰীতমুখী বল থাকে৷
134. Physics(Proper Adj.-Neuter) A force is a push or pull upon an object resulting from the object`s interaction with another object. Whenever there is an interaction between two objects, there is a force upon each of the objects. When the interaction ceases, the two objects no longer experience the force.
কোনো এটা বস্তুৰ গতি, দিশ বা জ্যামিতিক গঠন সাল সলনি কৰিব পৰা যিকোনো কাৰকক পদাৰ্থ বিজ্ঞানৰ ভাষাত বল বুলি কোৱা হয়৷ অন্য ভাষাত ভৰযুক্ত কোনো বস্তুৰ বেগ সলনি কৰিব পৰা (যেনে ত্বৰিত কৰা) বা কোনো নমনীয় বস্তুৰ বিকৃতি ঘটাব পৰা কাৰকক বল বুলি ক`ব পাৰি৷ বল হৈছে এটা ভেক্টৰ বা সদিশ ৰাশি, অৰ্থাৎ বলৰ মান আৰু দিশ দুয়োটা থাকে৷

135. Physics(Abstract Noun) The amount of disruption of inter-molecular bonds that occur when a surface is created.
কোনো তৰলৰ পৃষ্ঠত থকা অন্তঃনিহিত শক্তি৷
কোনো তৰলৰ পৃষ্ঠত থকা অন্তঃনিহিত শক্তি৷
136. Physics(Abstract Noun) Capillarity is the result of surface, or interfacial, forces. The rise of water in a thin tube inserted in water is caused by forces of attraction between the molecules of water and the glass walls and among the molecules of water themselves.
খুব সৰু ছিদ্ৰইদি পানী বা কোনো তৰল ওপৰলৈ উঠা পৰিঘটনা৷
খুব সৰু ছিদ্ৰইদি পানী বা কোনো তৰল ওপৰলৈ উঠা পৰিঘটনা৷
137. Physics(Abstract Noun) A light ray that emerges from a propagation medium, such as a transmitted light ray that passed through an interface surface. See also incident ray, interface, interface surface, light ray, propagation, propagation medium, ray, reflected ray, refracted ray, transmitted ray.
কোনো মাধ্যমৰ মাজেদি, পোহৰ ৰ শ্মি গৈ পুণৰ ওলাই অহা ৰশ্মি৷
কোনো মাধ্যমৰ মাজেদি, পোহৰ ৰ শ্মি গৈ পুণৰ ওলাই অহা ৰশ্মি৷
138. Physics(Verbal Noun) The phenomenon of melting under pressure and freezing again when the pressure is reduced
চাপৰ প্ৰভাৱত গলি যোৱা বৰফ চাপ আঁতৰাই দিলে আকৌ গোট মাৰি বৰফ হোৱা প্ৰক্ৰিয়া
চাপৰ প্ৰভাৱত গলি যোৱা বৰফ চাপ আঁতৰাই দিলে আকৌ গোট মাৰি বৰফ হোৱা প্ৰক্ৰিয়া
139. Physics(Material Noun-Neuter) a two-terminal electronic component
ৰেডিঅ` ভালভ্ৰ একেবাৰে আৰম্ভণিৰ ৰূপ৷
ৰেডিঅ` ভালভ্ৰ একেবাৰে আৰম্ভণিৰ ৰূপ৷
141. Physics(Abstract Noun) A streamline flow or laminar flow is defined as one in which there are no turbulent velocity fluctuations. In consequence, the only agitation of the fluid particles occurs at a molecular level.
142. Physics(Abstract Noun) A device or phenomenon (such as a gravitational field) that causes light or other radiation to converge or diverge by an action analogous to that of a lens.
এক সঁজুলি বা পৰিঘটনা, যাৰ প্ৰভাৱত পোহৰ বা আন ৰশ্মি এখন পৰ্দাৰ কৰাৰ দৰে অভিকেন্দ্ৰিত বা অপকেন্দ্ৰিত হয়৷ উদাহৰণ - মাধ্যাকৰ্ষণিক প্ৰতিবিম্বন
এক সঁজুলি বা পৰিঘটনা, যাৰ প্ৰভাৱত পোহৰ বা আন ৰশ্মি এখন পৰ্দাৰ কৰাৰ দৰে অভিকেন্দ্ৰিত বা অপকেন্দ্ৰিত হয়৷ উদাহৰণ - মাধ্যাকৰ্ষণিক প্ৰতিবিম্বন
143. Physics(Abstract Noun) the minimum amount of any physical entity or property involved in an interaction.
কোনো পাৰ্থিৱ সত্তা বা তাৰ গুণ/ধৰ্মৰ ক্ষুদ্ৰতম অংশ৷
কোনো পাৰ্থিৱ সত্তা বা তাৰ গুণ/ধৰ্মৰ ক্ষুদ্ৰতম অংশ৷
144. Physics(Abstract Noun) Act of falling ray upon something
এটা পৃষ্ঠৰ ওপৰত পোহৰ বা আন কোনো বস্তু পৰা সংঘটন
এটা পৃষ্ঠৰ ওপৰত পোহৰ বা আন কোনো বস্তু পৰা সংঘটন
145. Physics(Abstract Noun) the act or process of gradually reducing the power or effectiveness of something under continuous attack or pressure.
স্থায়ী আক্ৰমণ বা হেঁচাত কিবা এটা বস্তুৰ শক্তি বা ফলপ্ৰসূতা ক্ৰমান্বয়ে হ্ৰাস কৰাৰ কাৰ্য৷
স্থায়ী আক্ৰমণ বা হেঁচাত কিবা এটা বস্তুৰ শক্তি বা ফলপ্ৰসূতা ক্ৰমান্বয়ে হ্ৰাস কৰাৰ কাৰ্য৷